Raju Das In The Highest Post Secretary Of Sangeet Natak Akademi:অসমবাসীৰ বাবে এটা ভাল খবৰ

সংগীত নাটক অকাডেমিৰ সচিবৰ দৰে শীৰ্ষতম প্ৰশাসনিক পদত অসম সন্তান ৰাজু দাস

WhatsApp Image 2023 03 28 at 12.51.18

Raju Das In The Highest Post Secretary Of Sangeet Natak Akademi:

অসমবাসীৰ বাবে এটা ভাল খবৰ । সংগীত নাটক অকাডেমিৰ সচিবৰ দৰে শীৰ্ষতম প্ৰশাসনিক পদত অসম সন্তান ৰাজু দাস ৷

শিৱসাগৰ কোঁৱৰপুৰৰ ৰাজু দাস এই পদ লাভ কৰা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমজন ব্যক্তি ৷ সংগীত নাটক অকাডেমীৰ ডেপুটি সচিব(কোৰ্ডিনেশ্বন) হিচাপে বহু বছৰ ধৰি ৰাজু দাসে সমগ্ৰ দেশৰ ধ্ৰপদী নৃত্য, সংগীতৰ উন্নতিৰ বাবে দেহে কেহে কাম কৰি আহিছে ।

সংগীত নাটক অকাডেমীৰ দৰে ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় অনুষ্ঠানটোত শীৰ্ষ পদত দায়িত্ব লাভ কৰা ৰাজু দাসক বিভিন্নজনে জনাইছে অভিনন্দন ৷

Exit mobile version