Youth’s Body found In Six-Mile ASEB Campus: মহানগৰীত চাঞ্চল্যকৰ ঘটনা

ছয়মাইলৰ এএছ ই বি চৌহদত উদ্ধাৰ যুৱকৰ মৃতদেহ

WhatsApp Image 2023 03 31 at 15.27.31

Youth’s Body found In Six-Mile ASEB Campus:

মহানগৰীত পুনৰ চাঞ্চল্যকৰ ঘটনা। শুক্ৰবাৰে ছয়মাইলস্থিত এ এছ ই বি চৌহদত উদ্ধাৰ এজন যুৱকৰ মৃতদেহ।

স্থানীয় লোকৰ খবৰৰ ভিত্তিত আৰক্ষী উপস্থিত হৈ চিনাক্ত কৰে যে মৃত যুৱকজনৰ মৃতদেহ

বিদ্যুৎ বিভাগত কৰ্মৰত আছিল পায়েং উপাধিকাৰী যুৱকজন ছয়মাইলস্থিত এ এছ ই বি কাৰ্যালয়টোৰ চৌহদতে থকা গাড়ী পাৰ্কিঙৰ এটা কোঠাত উদ্ধাৰ হয় মৃতদেহটো।

প্ৰাপ্ত খবৰ অনুসৰি বৃহস্পতিবাৰে নিশা লগৰীয়া যুবকজন কোঠাটো পৰা ওলাই গৈছিল নিজ কৰ্তব্যৰ বাবে।

কিদৰে মৃত্যু হ’ল যুৱকজনৰ এই সন্দৰ্ভত জানিব পৰা হোৱা নাই। আৰক্ষীয়ে সহৰি কৰা নাই কোনো তথ্য ৷ ইতিমধ্যে ঘটনাস্থলীত চি আই ডি আৰু ফৰেনছিকৰ দল উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ৷

Exit mobile version