Horoscope: দিনটোৰ ৰাশিফল
মেষ : ব্যৱসায়ীসকল লাভৱান হ’ব। মাতৃৰ শৰীৰ সম্পৰ্কে সচেতন থাকক। শিক্ষক, উকীল আদিৰ মধ্যম। ভ্ৰমণত সাৱধান হওক। প্ৰেমত শুভ। শুভ ৰং পাতল সেউজীয়া, শুভ সংখ্যা ১।
বৃষ : আৰ্থিক ব্যয়ৰ বাবে চিন্তিত হ’ব। নতুন কর্মত ব্যস্ততা বৃদ্ধি পাব । অংশীদাবীৰ ব্যৱসায়ত শুভ ফল পাব। দাম্পত্য জীৱনত অশান্তিৰ কার্যকতা। শুভ ৰং ক্রীম, শুভ সংখ্যা ৪।
মিথুন : ওচৰ-চুবুৰীয়াৰ লগত কিবা আহুকাল পাব। কৰ্মক্ষেত্ৰত আর্থিক লেনদেনত সাৱধান। নিবনুৱাৰ কৰ্মপ্ৰাপ্তিৰ যোগ। বিদ্যাত শুভ। শুভৰং গোলপীয়া, শুভ সংখ্যা ৩।
কর্কট : কর্মক্ষেত্ৰত কিছু বাধাৰ কাৰকতা। অংশীদাৰী কৰ্মত মিশ্ৰিত ফল লাভ কৰিব। বিবাহৰ যোগাযোগত শুভ। ভ্ৰমণত অৰ্থহানিৰ যোগ। শুভ ৰং বগা, শুভ সংখ্যা ২।
| সিংহঃ ব্যৱসায়ত আয় বৃদ্ধি পাব। ঘৰুৱা দিশ শুভ বুলি ক’ব পাৰি। বন্ধুৰ পৰা সতর্ক হ’ব। দাম্পত্যত শুভ। কর্মসূত্রে ভ্ৰমণৰ যোগ। শুভ ৰং কমলা, শুভ সংখ্যা ৬।
| কন্যা ঃ খৰচৰ ক্ষেত্ৰত সতর্ক থাকিব। নিবনুৱাৰ বাবে মধ্যম দিন। পিতৃ- মাতৃৰ স্বাস্থ্য ভালে নাযাব। প্রেমত নতুন সমস্যা দেখা দিব পাৰে। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৮।
তুলা : উচ্চ শিক্ষাৰ্থীৰ বাবে শুভ সংযোগ। দেহ কষ্টৰ উপশম পাব। প্রাপ্য ধনৰ পৰা বঞ্চিত হোৱাৰ সম্ভাৱনা। প্ৰেমত শুভ। শুভ ৰং মাটিয়া, শুভ সংখ্যা ৫।
বৃশ্চিক ঃ নিবনুৱা ব্যক্তিৰ কৰ্মপ্ৰাপ্তিত বাধা আহিব পাৰে। আৰ্থিক দিশত শুভ। দাম্পত্য জীৱন মধ্যমীয়া। বিদ্যাত জটিলতা কম। শুভ ৰং পাতল সেউজীয়া, শুভ সংখ্যা ৯।
ধনু ঃ পাৰিবাৰিক দিশত চিন্তা থাকিব। নতুন সম্পদ ক্ৰয় কৰিব পাৰে। ঊর্ধ্বতন কর্তৃপক্ষক লগত মতানৈক্য হ’ব পাৰে। প্ৰেমত মতবিৰোধ । শুভ ৰং গ্রীম, শুভ সংখ্যা ২।
মকৰ ঃ ওচৰ-চুবুৰীয়াৰ লগত মানসিক সংঘাত। ব্যৱসায়ীসকলৰ ব্যস্ততা বাঢ়িব। প্ৰেমত মধ্যম। বিবাহৰ যোগাযোগত শুভ। শুভ ৰং ৰঙা, শুভ সংখ্যা ৬।
কুম্ভ : পুৱাৰ ভাগত অনুকল। সৰু-সুৰা সমস্যাত বিব্রত বোধ কৰিব । আর্থিকত বিশেষ বাধা নাই যদিও ব্যৱসায়ত লোকচানৰ সংকেত। শুভ ৰং নীলা, শুভ সংখ্যা ২।
মীন : মানসিক চাপ বৃদ্ধি পাব। বিদ্যাত যত্ন লওক, শৰীৰ সম্পৰ্কীয় কথাত সাৱধান হোৱা উচিত। শিল্প সাংস্কৃতিক সুনাম। শুভ ৰং পাতল হালধীয়া, শুভ সংখ্যা ৯।