Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ৭৪ বছৰ বয়সত অকলে ৭২ খন দেশ কৰিলে ভ্রমণ, ব্রিটিছ পর্যটকক স্বাগতম চীনত

    Nagaon shocking robbery Incident update:নগাঁৱৰ মৰিকলঙৰ লোমহর্ষক ডকাইতি কাণ্ডৰে জড়িত দুই ডকাইত আৰক্ষীৰ জালত

    Pawan Khera will appeal to the SC:অগ্রিম জামিন বিচাৰি এইবাৰ পৱন খেড়া দ্বাৰস্থ হ’ব সৰ্বোচ্চ ন্যায়ালয়ত

    Supreme Court:মুছলমান মহিলাসকলে মছজিদত প্ৰৱেশত কোনো বাধা নাই, নামাজ পঢ়াো কোনো বাধা নাই মুছলমান মহিলাৰ:মুছলিম পাৰ্ছনেল ল ব’ৰ্ডে

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    গুৰুগ্ৰামত ৰহস্যময় ঘটনা: চমকৰ পৰিকল্পনাই পৰিণত হ’ল মৃত্যুত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Manpur Incident :অগ্নগৰ্ভ মণিপুৰ !

আঠ খনকৈ জিলাত ব্যাপক হিংসাত্মক ঘটনা,সান্ধ্য আইন জাৰি, কৰ্তন কৰা হৈছে ইণ্টাৰনেট সেৱা, মুখ্যমন্ত্ৰীৰে টেলিফোনিক বাৰ্তালাপ গৃহমন্ত্ৰী অমিত শ্বাহৰ

publisher by publisher
May 4, 2023
in India, Crime, News
Reading Time: 3 mins read
0
Manpur Incident :অগ্নগৰ্ভ মণিপুৰ !
1
SHARES
7
VIEWS
ShareShareShareShare

Manipur Incident :

চুবুৰীয়া ৰাজ্য মণিপুৰত অনুসূচীত জনজাতি শ্ৰেণীত মেইটেই সম্প্ৰদায়ক অন্তৰ্ভুক্ত কৰাৰ তীব্ৰ বিৰোধিতাৰে বুধবাৰে ‘আদিবাসী একতা মাৰ্চ’ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ পাছতে ভয়ংকৰ ৰূপ লয় অঞ্চল বিশেষে ৷

ADVERTISEMENT

জনজাতীয় আন্দোলনৰ সময়ত ৰাজ্যখনৰ আঠখন জিলাত ব্যাপক হিংসাত্মক ঘটনা সংঘটিত হয় ৷ প্ৰতিবাদকাৰীয়ে ৰাজপথত কে’ খনো যানবাহন জ্বলাই দিয়াৰ লগতে আৰক্ষীকো আক্ৰমণ কৰে ৷

RelatedPosts

Batadrava Project:৬০ হাজাৰ ভকত-বৈষ্ণৱৰ সমাৱেশত গৃহমন্ত্রী অমিত শ্বাহে মুকলি কৰিলে শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্র

Batadova :ক্ষন্তেক পাছতে আজি উদ্বোধন হ’ব বটদ্ৰৱা প্ৰকল্পৰ আৰ্বিভাৱ ক্ষেত্ৰ

Manipur Chief Minister’s revolt against party ministers and MLAs:শাসকীয় পক্ষত উমি উমি জ্বলিছে ক্ষোভৰ জুই মণিপুৰত মুখ্যমন্ত্রী হটাও অভিযান

manipur incident 2ৰাজপথৰ ওপৰত টায়াৰ জ্বলাই প্ৰতিবাদকাৰীয়ে চৰকাৰ বিৰোধী শ্ল’ আকাশ-বতাহ মুখৰিত কৰি তোলে ৷ ৰাজ্যখনৰ আঠ খনকৈ পাৰ্বত্য জিলাত মেইটেই সম্প্ৰদায়ক অন্তৰ্ভুক্ত কৰাৰ তীব্ৰ বিৰোধিতাৰে প্ৰতিবাদকাৰীয়ে ব্যাপক হিংসাত্মক কাৰ্যকলাপত নামি পৰাৰ বাবে ৰাজ্য চৰকাৰে আঠ খন জিলাত সান্ধ্য আইন জাৰি কৰাৰ লগতে সমগ্ৰ ৰাজ্য খনৰ ম’বাইল ইণ্টাৰনেট সেৱা কৰ্তন কৰিছে ৷

আনহাতে ‘আদিবাসী একতা মাৰ্চ’ৰ সময়ত সংঘটিত হিংসাত্মক ঘটনা অব্যাহত থকাৰ মাজতে মণিপুৰ অল ট্ৰাইবেল ষ্টুডেণ্টছ ইউনিয়নে সংবাদ মাধ্যমৰ আগত স্পষ্ট কৰি দিয়ে যে মেইটেই সম্প্ৰদায়ক অনুসূচিত জনজাতিৰ শ্ৰেণীত অন্তৰ্ভুক্তকৰণৰ বিৰোধিতাৰে তেওঁলোকৰ আন্দোলনে নতুন গতি লাভ কৰিছে ৷

অনুসূচিত জনজাতিৰৰণৰ বিৰুদ্ধে তেওঁলোকে এক পদযাত্ৰা গণতান্ত্ৰিক ভাৱে অব্যাহত থাকিব আৰু এই আন্দোলনত সকলোকে যোগদান কৰিবলৈ আহ্বান জনায় ৷

আনহাতে এনে ঘটনাক্ৰমৰ মাজতে টৰবাং অঞ্চলত জনজাতীয় আৰু অ-জনজাতীয় লোকসকলৰ মাজত হিংসাত্মক ঘটনা সংঘটিত হয়  ৷ ঠাৱে ঠাৱে দুৰ্বৃত্তই  জ্বলাই দিছে ঘৰ- দুৱাৰ  ৷

যাৰবাবে ঘটনাস্থলীত আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ বৃহৎ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কন্দুৱা গেছৰ শেল নিক্ষেপ কৰে ৷

manipur incident 3জ্যেষ্ঠ আৰক্ষী বিষয়া এজনে সংবাদ মাধ্যমক সদৰি কৰা মতে, পৰিস্থিতি সামান্য হৈছে যদিও উত্তেপূৰ্ণ হৈ আছে কেতবোৰ অঞ্চলত ৷
প্ৰতিবাদীকাৰী সংগঠনে শান্তিপূৰ্ণভাবে কৰ্মী সকলক প্ৰতিবাদ অব্যাহত ৰাখিবলৈ আহ্বান জনোৱা পাছত অগ্নিগৰ্ভ পাহাৰীয়া কে’বা খনো জিলাৰ প্ৰতিবাদ কাৰী ৰাজপথৰ পৰা আতঁৰি গৃহাভিমুখী হৈছে বুলি আৰক্ষী সূত্ৰে জানিব দিয়ে ৷

ইতিমধ্যে তৎকালীনভাবে কাৰ্যকৰী হোৱাকৈ বৃহস্পতিবাৰ পৰা আগন্তুক পাচঁদিনলৈ অ-জনজাতীয় অধ্যুষিত ইম্ফল পশ্চিম, জিৰিবাম কাকচিং, থৌবাল, আৰু বিষ্ণুপুৰ জিলা আৰু জনজাতীয় অধ্যুষিত টেংনুপাল, চুৰাচান্দপুৰ, কাংপোকপি আৰু  জিলাত কাৰফিউ জাৰি কৰাৰ উপৰিও সমগ্ৰ ৰাজ্যতে ইন্টাৰনেট সেৱা কৰ্তন কৰিছে মণিপুৰ চৰকাৰে ৷ অৱশ্যে ব্ৰডবেণ্ড সেৱাসমূহ কাৰ্যকৰী বাহাল আছে ৷

ইপিনে মণিপুৰত অব্যাহত থকা উত্তপ্ত পৰিস্থিতিত টুইটযোগে তীব্ৰ উদ্বিগ্ন প্ৰকাশ কৰে অলিম্পিক বঁটা বিজয়ী বক্সাৰ মেৰীকমে ৷ ৰাজ্যসভাৰ সাংসদ গৰাকীয়ে এই ক্ষেত্ৰত সময়োচিত পদক্ষেপ ল’বলৈ আহ্বান জনায় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক ৷

শেহতীয়া খবৰ অনুসৰি গৃহমন্ত্ৰী অমিত শ্বাহে মুখ্যমন্ত্ৰী এন বিৰেন সিঙৰ স’তে টেলিফোনিক বাৰ্তালাপৰে মণিপুৰৰ পৰিস্থিতিৰ বুজ লয় আৰু প্ৰয়োজনীয় সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে ৷

মণিপুৰত অব্যাহত থকা উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে বৃহস্পতিবাৰে বিয়লী মণিপুৰলৈ প্ৰেৰণ কৰে RAF বাহিনী ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Cm N Biren SingManipur IncidentUnion Home Minister Amit Shah
publisher

publisher

Related Posts

৭৪ বছৰ বয়সত অকলে ৭২ খন দেশ কৰিলে ভ্রমণ, ব্রিটিছ পর্যটকক স্বাগতম চীনত
News

April 25, 2026
Nagaon shocking robbery Incident update:নগাঁৱৰ মৰিকলঙৰ লোমহর্ষক ডকাইতি কাণ্ডৰে জড়িত দুই ডকাইত আৰক্ষীৰ জালত
News

Nagaon shocking robbery Incident update:নগাঁৱৰ মৰিকলঙৰ লোমহর্ষক ডকাইতি কাণ্ডৰে জড়িত দুই ডকাইত আৰক্ষীৰ জালত

April 25, 2026
Bank Licence Cancelled:আৰবিআইয়ে বাতিল কৰিলে পেটিএম পেমেণ্টছ বেংকৰ অনুজ্ঞা পত্ৰ
India

Bank Licence Cancelled:আৰবিআইয়ে বাতিল কৰিলে পেটিএম পেমেণ্টছ বেংকৰ অনুজ্ঞা পত্ৰ

April 25, 2026
Pawan Khera will appeal to the SC:অগ্রিম জামিন বিচাৰি এইবাৰ পৱন খেড়া দ্বাৰস্থ হ’ব সৰ্বোচ্চ ন্যায়ালয়ত
News

Pawan Khera will appeal to the SC:অগ্রিম জামিন বিচাৰি এইবাৰ পৱন খেড়া দ্বাৰস্থ হ’ব সৰ্বোচ্চ ন্যায়ালয়ত

April 25, 2026
Supreme Court:মুছলমান মহিলাসকলে মছজিদত প্ৰৱেশত কোনো বাধা নাই, নামাজ পঢ়াো কোনো বাধা নাই মুছলমান মহিলাৰ:মুছলিম পাৰ্ছনেল ল ব’ৰ্ডে
News

Supreme Court:মুছলমান মহিলাসকলে মছজিদত প্ৰৱেশত কোনো বাধা নাই, নামাজ পঢ়াো কোনো বাধা নাই মুছলমান মহিলাৰ:মুছলিম পাৰ্ছনেল ল ব’ৰ্ডে

April 25, 2026
এতিয়া ছিমৰনৰ দিন নাই: কাজল
News

এতিয়া ছিমৰনৰ দিন নাই: কাজল

April 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d