Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    ‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Batadova :ক্ষন্তেক পাছতে আজি উদ্বোধন হ’ব বটদ্ৰৱা প্ৰকল্পৰ আৰ্বিভাৱ ক্ষেত্ৰ

শুভ উদ্বোধন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে, গৃহমন্ত্ৰীৰ আগমনক লৈ উৎসাহী বটদ্ৰৱাবাসী, ১৬৫ বিঘা ভূমি সামৰি ২২২ কোটি টকা ব্যয় চৰকাৰৰ

publisher by publisher
December 29, 2025
in Assam
Reading Time: 1 min read
0
Batadova :ক্ষন্তেক পাছতে আজি উদ্বোধন হ’ব বটদ্ৰৱা প্ৰকল্পৰ আৰ্বিভাৱ ক্ষেত্ৰ
4
SHARES
42
VIEWS
ShareShareShareShare

RelatedPosts

Batadova:বটদ্ৰৱাত কংগ্ৰেছ ‘পৰিৱৰ্তন এক যাত্ৰা ৰেলী’ৰ মাজতে উত্তপ্ত পৰিস্থিতি

Batadrava Project:৬০ হাজাৰ ভকত-বৈষ্ণৱৰ সমাৱেশত গৃহমন্ত্রী অমিত শ্বাহে মুকলি কৰিলে শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্র

Sati Radhika Shanti Udyan: আজি মুকলি হ’ব উজান বজাৰৰ নৱনিৰ্মিত সতী ৰাধিকা শান্তি উদ্যান

Batadova :

অৱশেষত প্রত্যাশাৰ অন্ত পৰিল। অসমীয়া সংস্কৃতি তথা জাতীয় জীৱনৰ প্ৰাণ প্রতিষ্ঠাতা, অসমত নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ পবিত্র জন্মস্থান বটদ্ৰৱাৰ ইতিহাস প্রসিদ্ধ আকাশী গংগাৰ পাৰত ২২২.৫৪ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা বটদ্ৰৱা সাংস্কৃতিক কেন্দ্র আজি ৮০ হেজাৰ ভক্ত-বৈষ্ণৱৰ উপস্থিতিত উদ্বোধন কৰিব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে। শ্বাহৰ আগমনৰ প্ৰাকৃক্ষণত দেওবাৰে সন্ধিয়া দুহেজাৰ বক্তিপ্রজ্বলনৰে সুশোভিত কৰি তোলা হয়। দেশ-বিদেশৰ পর্যটককো আকৰ্ষণ কৰিব পৰাকৈ ১৬৫ বিঘা ভূমিক সামৰি নিৰ্মাণ কৰা গুৰুজনাৰ আবিৰ্ভাৱ ক্ষেত্র প্রকল্প শ্রীমন্ত শংকৰদেৱ আবির্ভার ক্ষেত্র নামেৰে পৰিচিত হ’ব।

ADVERTISEMENT

প্ৰকল্পটোৱে সামৰি লোৱা ১৬৫ বিঘা ভূমিৰ ১৩৫ বিঘা বটদ্ৰৱাৰ সৰু হিচাত থকাৰ বিপৰীতে প্ৰায় ৩০ বিঘাৰো অধিক ভূমি বৰ হিচাত আছে। তদুপৰি প্ৰায় ৪৫ বিঘা ভূমি অতিৰিক্তভাৱে ৰাখি থোৱা হৈছে। কাইলৈ গৃহমন্ত্রী শ্বাহৰ সম্মুখত ছশ আই-মাতৃয়ে দিহানামো পৰিবেশন কৰিব। উল্লেখ্য যে কে’বা দশক ধৰি ইতিহাস প্রসিদ্ধ বটদ্ৰৱা থানৰ এই বিশাল ভূখণ্ড বেদখলকাৰীৰ কৱলত আছিল। অৱশেষত ২০১৬ত তদানীন্তন মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালত এই ভূমি বেদখলমুক্ত কৰা হয়। পৰৱৰ্তী সময়ত ২০২০ৰ ২৬ ডিচেম্বৰত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে গুৱাহাটীৰ পৰা এই প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। পাছত ২০২১ৰ ২৫ ফেব্ৰুৱাৰীত তদানীন্তন মুখ্যমন্ত্রী সোণোৱালৰ কাৰ্যকালত কেন্দ্রীয় গৃহমন্ত্রী শ্বাহ বটদ্রৱাত উপস্থিত হৈ এই প্ৰকল্পৰ আনুষ্ঠানিকভাৱে আধাৰশিলা স্থাপন কৰে।

দেওবাৰে দুপৰীয়া মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই প্রকল্পস্থলী পৰিদৰ্শন কৰে। এই পৰিদৰ্শনৰ সময়ত মুখ্যমন্ত্রীয়ে সাংবাদিকৰ আগত কয়, ‘বটদ্রৱা আধ্যাত্মিক জগতৰ বাবে ধ্রুবতৰা স্বৰূপ। অসমীয়া জাতিৰ প্রাণ প্রতিষ্ঠাতা মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ পৱিত্ৰ জন্মস্থান অসমীয়া সাংস্কৃতিক জীৱনৰ অনন্য অংগ। মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণৰ পাছৰে পৰাই শ্ৰীশ্ৰী বটদ্ৰৱা থানৰ আৰু বটদ্ৰৱাক সর্বাংগ সুন্দৰ ৰূপত সজাই পৰাই তোলাৰ বাবে আমি নিৰন্তৰ প্রয়াস অব্যাহত ৰাখিছো।’ পূর্বে বটদ্ৰৱাৰ আকাশীগংগাৰ পাৰৰ বৃহৎ পৰিমাণৰ ভূমি অচিনাকি লোকে বেদখল কৰি ৰাখিছিল বুলি উল্লেখ কৰি তেওঁ লগতে কয়, ‘আমি সেই বেদখল উচ্ছেদ কৰো। লাহে লাহে আমাৰ মনলৈ এটা চিন্তা আহিল বটদ্ৰৱাত এক প্রকল্প গঢ়ি তোলাৰ। আমাৰ সেই সপোন এতিয়া পূর্ণ হ’ল। বটদ্ৰৱা আবিৰ্ভাৱ ক্ষেত্র আজি উদ্বোধনৰ পূৰ্ণ প্রস্তুতি চলিছে। মই নিজে প্রতিটো দিশ তন্নতন্নকৈ চাইছো আজি।’ আজি মুখ্যমন্ত্রীয়ে প্রকল্পস্থলী পৰিদৰ্শন কৰাৰ লগতে সংশ্লিষ্ট বিষয়া-কর্মচাৰী আৰু বটদ্ৰৱা থান পৰিচালনা সমিতিৰ লগত এক আলোচনাত মিলিত হয়। তেওঁ কয়া, ‘কাইলৈ দিনৰ ১১ বজাৰ আশে-পাশে কেন্দ্রীয় গৃহমন্ত্রীয়ে বটদ্ৰৱা প্রকল্প মুকলি কৰিব।

তাৰ পাছতে তেওঁ প্রকল্পত নিৰ্মাণ কৰা গুৰুআসনৰ উচ্চ খলপৰ পৰা আবিৰ্ভাৱ ক্ষেত্ৰৰ চাৰিওফালে চাব। পাছত নাটঘৰলৈ যাব। তাত আই-মাতৃসকলে দিহানাম পৰিবেশন কৰি তেওঁক দেখুৱাব। গোটেই পথছোৱাত সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰি শিল্পীসকলে আধ্যাত্মিক বাতাবৰণৰ সৃষ্টি কৰিব। বহু প্রতীক্ষিত বটদ্রৱা প্রকল্প কাইলৈ অমিত শ্বাহে মুকলি কৰিব যদিও জনতাৰ বাবে মুকলি কৰিবলৈ মাজত আৰু এটা মাহৰ প্ৰয়োজন আছে। অহা পহিলা ফেব্ৰুৱাৰীৰ পৰা জনতাই প্ৰৱেশ কৰিব পাৰিব।’ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ দ্বাৰা বটদ্ৰৱা সাংস্কৃতিক প্রকল্প তথা আবিৰ্ভাৱ ক্ষেত্ৰ পৰিচালিত হ’ব বুলিও মুখ্যমন্ত্রীয়ে সদৰী কৰে। মুখ্যমন্ত্ৰীয়ে অসমবাসী ৰাইজক এই প্রকল্প দর্শন কৰিবলৈ আহ্বান জনায়। ফে’চবুক লাইভযোগে প্রকল্পটোৰ তেওঁ বর্ণনা দিয়ে।

সোমবাৰে উদ্বোধনৰ বাবে দেওবাৰে শেষ আখৰাত ব্যস্ত থাকে গায়ন-বায়ন, সত্ৰীয়া নৃত্যৰ শিল্পীসকল, দিহানামৰ শিল্পী আদি। আজি সমগ্র প্রকল্প ক্ষেত্রত উখল-মাখল পৰিৱেশ বিৰাজ কৰে। গৃহমন্ত্রী শ্বাহৰ আগমনৰ পূৰ্বে সমগ্ৰ বটদ্ৰৱাৰ চৌপাশে আৰক্ষী-প্রশাসনে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে।

# উন্নত প্রযুক্তিৰে চালে চকুৰোৱাকৈ নিৰ্মাণ

বটদ্ৰৱা থানৰ বিকাশ আৰু সৌন্দর্য বর্ধনৰ বাবে নিৰ্মাণ কৰা এই প্রকল্প আকাশমাৰ্গৰ পৰা চালে (এৰিয়েল ভিউ) এজোপা বিশাল বটবৃক্ষৰ দৰে লাগে। ‘এৰিয়েল ভিউ’ৰ এই মাষ্টাৰ প্লেনৰ নক্সা প্ৰস্তুত কৰি উলিয়াইছে মহিন্দ্রা কনছালটিং ইঞ্জিনীয়াৰিং নামৰ এক প্রতিষ্ঠানে। এই প্রকল্পত আছে গুৰু আসন, প্রশাসনিক ভৱন, গৱেষণা কেন্দ্র, সভাকক্ষ, প্রেক্ষাগৃহ, নাটঘৰ, জলপান ঘৰ, দক্ষতা বিকাশ কেন্দ্ৰ, নিৰাপত্তাৰক্ষীৰ ঘৰ, টিকট কাউন্টাৰ, শিশু উদ্যান, যোগাভ্যাস কেন্দ্র, পর্যটন তথ্য কেন্দ্ৰ, কাৰ পার্কিং, ৰাজহুৱা শৌচাগাৰ আদি। গুৰু আসনৰ আৰ্হিত কেন্দ্রীয়ভাবে অত্যধিক কাৰুকাৰ্যৰে দুমহলীয়াকৈ নিৰ্মাণ কৰা হৈছে। আবিৰ্ভাৱ ক্ষেত্ৰৰ কেন্দ্রবিন্দু ধ্যান গৃহ। এই গৃহৰ উচ্চতা ২৫ মিটাৰ আৰু বহলে ৩০ মিটাৰ। গুৰুআসনৰ আৰ্হিৰ মূল কেন্দ্ৰবিন্দুৰ প্ৰথম আৰু দ্বিতীয় মহলালৈ ছিৰিৰেও উঠিব পাৰি আৰু লিফটৰো ব্যৱস্থা কৰা হৈছে। গুৰুআসনৰ চাৰিওফালে অত্যাধুনিক আৰু উচ্চমানৰ ‘মিউজিকেল ফাউন্টেইন’ স্থাপন কৰা হৈছে।

ইয়াৰ জৰিয়তে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ কৃষ্টি-সংস্কৃতি, গীত-মাত প্রদর্শন কৰা হ’ব। এই মিউজিকেল ফাউন্টেইনটো ৰাজ্যৰ ভিতৰতে বৃহৎ। গুৰু আসনৰ আৰ্হিৰ মূল কেন্দ্ৰবিন্দুৰ ওপৰৰ পৰা সমগ্ৰ আবির্ভার কেন্দ্র বিহংগম দৃষ্টিত চাব পাৰি। প্ৰশাসনিক ভৱনটো গায়ন-বায়নৰ আর্হিত নিৰ্মাণ কৰা হৈছে। ইয়াৰ আকাৰ ১,০৪৮ বর্গমিটাৰ। এই আবির্ভাব ক্ষেত্ৰত খোলৰ আর্হিত নিৰ্মাণ কৰা হৈছে এটা গৱেষণা কেন্দ্ৰৰ। এই গবেষণা কেন্দ্রত নৱবৈষ্ণৱ ধৰ্মৰ বিভিন্ন সম্পদ, ভাস্কর্য, সাঁচিপাতৰ পুথি সংৰক্ষণ কৰা হ’ব। ই নৱবৈষ্ণৱ ধৰ্মক লৈ গৱেষণাৰ বাবে সমৃদ্ধ হ’ব। তদুপৰি নিৰ্মাণ কৰা হৈছে এটা জলপান ঘৰ, ইয়াৰ আকাৰ ২৫.১৪ বর্গমিটাৰ। তদুপৰি দুটা জলপান ঘৰ, যাত্রীনিবাস, বৰতাল আৰ্হিৰ কলাকেন্দ্ৰ তথা সভাগৃহ, নৌকা আৰ্হিৰ এটা দক্ষতা বিকাশ কেন্দ্র, শিশু উদ্যান, স্থায়ী হেলিপেড আদিও নিৰ্মাণ কৰা হৈছে। এইসমূহৰ অধিকাংশ কামেই সম্পূর্ণ হৈছে যদিও বাকী থকা কিছু অংশ এমাহৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলি আশা কৰা হৈছে। এই প্রকল্পত মুখাশিল্পকে ধৰি গুৰুজনাৰ কৰ্মজীৱনৰ বিভিন্ন সমল প্রদর্শন, ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্র, শংকৰী নৃত্য তথা সত্ৰীয়া নৃত্য-গীতৰ অনুষ্ঠান, বৰগীত-অংকীয়া ভাওনা আদিৰ কৰ্মশালা অনুষ্ঠিত হ’ব।

উল্লেখ্য যে এই প্রকল্প নির্মাণত ব্যয় হোৱা ২২২.৫৪ কোটি টকা তিনিটা কিস্তিত মুকলি কৰা হয়। প্রথম পর্যায়ত ৫০ কোটি টকা মোকলাই দিয়া হয়। এই কাম ২০২০ৰ ২০ নৱেম্বৰত আৰম্ভ কৰি ২০২৫ৰ ২৫ ডিচেম্বৰত সমাপ্ত কৰা হয়। এই পর্যায়ত গুৰু আসন, প্রশাসনিক ভবন, দক্ষতা উন্নয়ন কেন্দ্র, গবেষণা কেন্দ্ৰ, চাৰিসীমাৰ বেৰ, প্ৰথমটো জলপান গৃহ আৰু প্ৰৱেশদ্বাৰক সামৰি লোৱা হয়। দ্বিতীয় পর্যায়ত ১২৪.২৩ কোটি টকা মোকলাই দিয়া হয়। এই ধনেৰে ২০২২ৰ ২১ অক্টোবৰত কাম আৰম্ভ কৰি ২০২৫ৰ ১৫ ডিচেম্বৰত কাম সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হয়। অৱশ্যে সামান্য কাম বাকী আছে। এমাহৰ ভিতৰত এই সামান্য অংশৰ নাম সম্পূৰ্ণ হ’ব বুলি সংশ্লিষ্টসকলে আশা প্রকাশ কৰিছে।

এই পর্যায়ত নামঘৰ, যাত্রীনিবাস আৰু ১০ টা জনগোষ্ঠীয় কটেজ, মণিকাঞ্চন নামঘৰ, স্বাস্থ্য কেন্দ্র, যানবাহন ৰখা স্থান, পাঁচটা ৰাজহুৱা শৌচাগাৰ, কৰ্মচাৰীৰ গৃহ, দ্বিতীয়টো জলপান ঘৰ, কলাকেন্দ্র, কৃষ্ণলীলা, হেলিপেডক সামৰি লোৱা হৈছে। তৃতীয় পর্যায়ত ৫৮.৩১ কোটি টকা মোকলাই দিয়া হৈছে। এই পৰ্যায়ৰ কামো প্রায় সম্পূর্ণ হৈছে। এই পর্যায়ত সকলো পৰিসৰৰ ভূ-সৌন্দর্য বর্ধন, গুৰু আসন ভৱনত সত্ৰীয়া সংস্কৃতিৰ ভাব-প্রতিফলন ঘটাবলৈ দেৱাল চিত্ৰ আৰু ৰিলিফ নির্মাণ, সৌন্দর্য আৰু পৰিৱেশ উন্নত কৰাৰ লক্ষ্যৰে আধুনিক তথা অত্যাধুনিক প্রযুক্তি ব্যৱহাৰ কৰি ভৱনসমূহৰ আভ্যন্তৰীণ সজ্জা, গুৰু আসন ভৱনৰ সংলগ্ন অঞ্চলত ফোৱাৰৰ ফাউন্টেইন নির্মাণ আদিক সামৰি লোৱা হৈছে। এই আবিৰ্ভাৱ ক্ষেত্ৰত ভাস্কৰ্যৰ জৰিয়তে বিষ্ণুৰ দশাৱতাৰৰ সমস্ত দৃশ্য প্রদর্শন কৰাৰ লগতে শংকৰী কলা-কৃষ্টিৰ স’তে জড়িত বিভিন্ন ভাস্কৰ্যৰ সমাহাৰ ঘটোৱা হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: abibharav khetraBatadovabatadova sanskitik pakalpaTODAY OPENINGUnion Home Minister Amit Shah
publisher

publisher

Related Posts

মুকলিৰ এমাহ নৌহওঁতেই খহি খাল সদৃশ হ’ল চিনামৰাৰ উৰণীয়া সেতু
Assam

October 14, 2026
বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য

October 12, 2026
পশ্চিম কাৰ্বি আংলংঙৰ চিনঠংঙত পৰিষদীয় সমষ্টি বিৰুদ্ধি কংগ্ৰেছ দলৰ শক্তি প্ৰদৰ্শন

October 11, 2026
বিজনীত ব্ৰাইম- ৰে’ল যাত্ৰী সংস্থাৰ স্মাৰক পত্ৰ প্ৰদান

বৰআগ্রা বাপুজী প্রাথমিক বিদ্যালয়ত কণ কণ ছাত্র-ছাত্ৰীৰ ব্যতিক্ৰমী ‘শনিবৰীয়া বজাৰ’

ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে বিজনীৰ আৰক্ষীয়ে

October 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d