Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    New York Mayor Zahran Mamdani:কহিনুৰ হীৰা ভাৰতক ঘূৰাই দিয়াৰ দাবী উদ্থাপনৰ ঘোষণা নিউয়ৰ্কৰ মেয়ৰ জহৰাণ মামদানীৰ

    ঘগ্ৰাপাৰৰ লাটিমা পথৰ দুৰৱস্থাঃ ছাত্ৰ-ছাত্ৰী, পথচাৰীৰ দুর্ভোগ

    সর্বাধিক পর্যটকে ভ্রমণ কৰা বিশ্বৰ ১০ শীর্ষ চহৰ

    Heavy hail storm in Bengaluru:বেংগালুৰুত প্ৰৱল শিলাবৃষ্টি- ধুমুহা

    Terrible accident on the Delhi-Mumbai expressway in Alwar,Rajasthan:ৰাজস্থানৰ আলৱাৰত দিল্লী-মুম্বাই এক্সপ্ৰেছৱেত ভয়ংকৰ দুৰ্ঘটনা

    বিয়াৰ আনন্দত ‘ডিজে’ৰ তাণ্ডৱ, উচ্চ শব্দত ১৪০টা কুকুৰাৰ মৃত্যু

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Killer Kiro Mech Sentenced To Life Imprisonment :ডা:সৰিতা তছনিয়াল হত্যাকাণ্ডৰ চুড়ান্ত ৰায়দানত দোষীৰ শাস্তি ঘোষণা

হত্যাকাৰী কিৰো মেছক যাৱজ্জীৱন কাৰাদণ্ড, ডিব্ৰুগড় সত্ৰ ন্যায়াধীশ আদালতে দিলে ৰায়,ৰায়দানৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত আবেদন জনাব ডা:তছনিৱালৰ দুৰ্ভগীয়া পৰিয়ালে

publisher by publisher
May 18, 2023
in India, Assam, Crime, News
Reading Time: 3 mins read
0
Killer Kiro Mech Sentenced To Life Imprisonment :ডা:সৰিতা তছনিয়াল হত্যাকাণ্ডৰ চুড়ান্ত ৰায়দানত দোষীৰ শাস্তি ঘোষণা
2
SHARES
15
VIEWS
ShareShareShareShare

Killer Kiro Mech Sentenced To Life Imprisonment :

আজি ডিব্ৰুগড় সত্ৰ ন্যায়াধীশৰ আদালতে ঘোষণা কৰে সৰিতা তছনিৱাল হত্যাকাণ্ডৰ দোষীৰ শাস্তি। বুধবাৰে এই ঘটনাৰ চূড়ান্ত ৰায় দিছিল আদালতে । আদালতে ডাঃ দীপমণি শইকীয়াক দোষমুক্ত ঘোষণা কৰাৰ লগতে দোষী সাব্যস্ত কৰে অভিযুক্ত ৱাৰ্ড বয় কিৰো মেছক। আজি আদালতে হত্যাকাৰী ৰূপে চিহ্নিত কৰি ৱাৰ্ড বয় কিৰো মেছক যাৱজ্জীৱন কাৰাদণ্ড বিহে ৷

ADVERTISEMENT

উল্লেখ্য যে আঠবছৰ পাছত এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দানত ৱাৰ্ড বয় কিৰো মেছক দোষী সাব্যস্ত কৰাৰ বিপৰীতে অভিযুক্ত ডাঃ দীপমণি শইকীয়াক দোষমুক্ত ঘোষণা কৰে ৷

RelatedPosts

Life imprisonment:নিজ দুই কন্যা শিশুক হত্যা কৰা জন্মদাত্ৰী মাতৃক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত

Supreme Court Judgement:অর্ণমাই বৰা হত্যাৰ মূল অভিযুক্তক দোষমুক্ত সৰ্বোচ্চ ন্যায়ালয়ৰ

SCERT SCAM:এছচিইআৰটিৰ ১০৫ কোটিটকীয়া কেলেংকাৰিৰ অভিযুক্ত আইএএছ বিষয়া শেৱালি দেৱী শৰ্মাৰ সম্পত্তি বাজেয়াপ্ত ইডিৰ

আনহাতে আদালতৰ এই ৰায়দানত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰাজস্থানত থকা ডাঃ সৰিতা তছনিৱালৰ দুৰ্ভগীয়া পৰিয়ালে ৷ এনে ৰায়দানত সন্তুষ্ট নহয় বুলি কৈ এই ৰায়দানৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন জনাব বুলি সদৰি কৰে ৷

dibrugarh2আনহাতে আদালতত আৰক্ষীয়ে দাখিল কৰা আৰোপ পত্ৰ শক্তিশালী ৰূপত নথকাৰ বাবেই মুল অভিযুক্ত ডাঃ দীপমণি শইকীয়া সাৰি যাবলৈ সক্ষম হ’ল বুলি তিৰ্যক মন্তব্য কৰে ডাঃ সৰিতা তছনিৱালৰ পৰিয়ালে ৷

উল্লেখ্য যে,২০১৪ৰ ৮ মে’ত AMCHত হত্যা কৰা হৈছিল ডাঃ সৰিতা তছনিৱালৰক ৷ দেশ কঁপাই গৈছিল এ এম চি এইচত সংঘটিত এই লোমহৰ্ষক হত্যাকাণ্ডই। সৰিতা তছনিৱাল হত্যাকাণ্ডই ইতিমধ্যে অতি কৰে নটাকৈ বছৰ।

সুদীৰ্ঘ নবছৰে চলি থকা এই গোচৰৰ শুকুৰবাৰে ৰায়দানৰ সম্ভাৱনা আছিল যদিও কিৰ মেছ নামৰ ৱাৰ্ডবয় জন উপস্থিত নথকাত পুনৰ ৰায়দান দিন ধাৰ্য কৰে ১৭ মে’ত ৷

স্মতৰ্ৱ্য যে২০১৪ ৰ ১০ মে’ত চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ বৰ্ষৰ এজন শিক্ষাৰ্থী ডা:সৰিতা তছনিৱালৰ আইচিউত মৃত অৱস্থাত পোৱা গৈছিল। এই হত্যাকাণ্ডৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল ৱাৰ্ড বয় কিৰ মেচ। কিৰ মেছৰ স্বীকাৰোক্তি ভিত্তিত এই হত্যাকাণ্ডৰ মাষ্টাৰ মাইণ্ড ডাঃ দীপামণি শইকীয়াক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৷

উল্লেখ্য সৰিতা তছনিৱালৰৰ মৃতদেহটো এখন কম্বলেৰে ঢাকি থোৱা অৱস্থাত উদ্ধাৰ হৈছিল৷ মৃতদেহ ডিঙিৰ বাওঁফালে এটা ডিচপোজেবল অস্ত্ৰোপচাৰৰ চুৰি লাগি থকা অৱস্থাত পোৱা গৈছিল। আৰক্ষীয়ে হাস্পতালত অভিযান চলোৱাৰ পাছত
এএমচিএইচ কৰ্তৃপক্ষই আৰক্ষীক সদৰি কৰা যে হত্যাকাণ্ডৰ নিশা কৰ্তব্য সামৰাৰ পাছত আইচিইউৰ চিকিৎসকৰ কোঠালৈ গৈ অৱসৰ লৈছিল।

dibrugarh 3আনকি উল্লিখিত দিনাৰ অস্ত্ৰোপচাৰ কক্ষত ডিউটি আছিল ৱাৰ্ডবয় কিৰ মেচ৷ মেচৰ মুখত আচোৰৰ দাগ স্পষ্ট ৰূপত দেখা গৈছিল ৷সন্দেহ কৰা মতে ভুক্তভোগীয়ে নখৰ পৰাই এই আঘাত পাইছিল ৷

পৰৱৰ্তী সময়ত কিৰ মেছে আৰক্ষীৰ উপযুপৰি জেৰাত হত্যাৰ কথা স্বীকাৰ কৰি কয় এই হত্যাকাণ্ডৰ মুল অভিযুক্ত ডাঃ দীপামণি শইকীয়া ৷

ডিব্ৰুগড় আৰক্ষীয়ে কেইদিনমানৰ পাছতে নগাঁও চহৰৰ পাশ্বৱৰ্তী হুজগাঁৱৰ পৰা হত্যাৰ অভিযোগত ডাঃ দীপামণি শইকীয়াক গ্ৰেপ্তাৰ কৰিছিল ৷আৰক্ষীয়ে সেই সময়ত সদৰি কৰা মতে,আৰক্ষীয়ে জনাইছিল যে ডাঃ শইকীয়াই বহুদিনৰ পৰাই ডাঃ সৰিতা তছনিৱাল হত্যাৰ পৰিকল্পনা ৰচিছিল।

উল্লেখ্য যে, দীপামণি আৰু সৰিতা দুয়ো প্ৰসূতি আৰু স্ত্ৰীৰোগ বিভাগত একেলগে কাম কৰিছিল অৱশ্যে ডা: দীপামণি ছিনিয়ৰ আছিল ৷
দুয়োৰে মাজত নিয়মমাফিক সম্পৰ্ক আছিল ৷ কিন্ত পৰৱৰ্তী সময়ত ড:শইকীয়াৰ পৰা আঁতৰি আছিল ডা:সবিতা ৷যাৰবাবে ক্ষুব্ধ হৈছিল ডা: দীপামণি ৷ পৰিকল্পনা কৰিছিল ৷ এইক্ষেত্ৰত নানান প্ৰলোভন দি দীপমণিয়ে সহযোগী হিচাপে লৈছিল ৱাৰ্ডবয় কিৰ মেছক ৷ দুয়োৰে মিলি প্ৰথমে ধৰ্ষণ কৰে আৰু পাছত নৃশংসভাৱে হত্যা কৰে ডা:সৰিতাক ৷

আৰক্ষীৰ মাৰাথন জেৰাত উল্লিখিত পৰিকল্পিত হত্যাকাণ্ডৰ সৱিশেষ বৰ্ণন দিয়ে ডা: দীপামণি শইকীয়া আৰু ৱাৰ্ডবয় কিৰ মেছ৷ দুই অভিযুক্ত বহু মাহ জেলত থকাৰ পাছত জামিনত মুকলি হয় ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Dibrugarh Session CourtDr.Sarita Toshniwal Murder CaseJudgementKiru MechLife ImprisonmentMain Accused
publisher

publisher

Related Posts

New York Mayor Zahran Mamdani:কহিনুৰ হীৰা ভাৰতক ঘূৰাই দিয়াৰ দাবী উদ্থাপনৰ ঘোষণা নিউয়ৰ্কৰ মেয়ৰ জহৰাণ মামদানীৰ
News

April 30, 2026
ঘগ্ৰাপাৰৰ লাটিমা পথৰ দুৰৱস্থাঃ ছাত্ৰ-ছাত্ৰী, পথচাৰীৰ দুর্ভোগ
Assam

ঘগ্ৰাপাৰৰ লাটিমা পথৰ দুৰৱস্থাঃ ছাত্ৰ-ছাত্ৰী, পথচাৰীৰ দুর্ভোগ

April 30, 2026
সর্বাধিক পর্যটকে ভ্রমণ কৰা বিশ্বৰ ১০ শীর্ষ চহৰ
News

সর্বাধিক পর্যটকে ভ্রমণ কৰা বিশ্বৰ ১০ শীর্ষ চহৰ

April 30, 2026
Heavy hail storm in Bengaluru:বেংগালুৰুত প্ৰৱল শিলাবৃষ্টি- ধুমুহা
News

Heavy hail storm in Bengaluru:বেংগালুৰুত প্ৰৱল শিলাবৃষ্টি- ধুমুহা

April 30, 2026
Terrible accident on the Delhi-Mumbai expressway in Alwar,Rajasthan:ৰাজস্থানৰ আলৱাৰত দিল্লী-মুম্বাই এক্সপ্ৰেছৱেত ভয়ংকৰ দুৰ্ঘটনা
News

Terrible accident on the Delhi-Mumbai expressway in Alwar,Rajasthan:ৰাজস্থানৰ আলৱাৰত দিল্লী-মুম্বাই এক্সপ্ৰেছৱেত ভয়ংকৰ দুৰ্ঘটনা

April 30, 2026
বিয়াৰ আনন্দত ‘ডিজে’ৰ তাণ্ডৱ, উচ্চ শব্দত ১৪০টা কুকুৰাৰ মৃত্যু
News

বিয়াৰ আনন্দত ‘ডিজে’ৰ তাণ্ডৱ, উচ্চ শব্দত ১৪০টা কুকুৰাৰ মৃত্যু

April 30, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d