Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Himanta Viswa Sarma:ৰাজ্য চৰকাৰে মুকলি কৰিলে স্বাগত সতীৰ্থ প’ৰ্টেল

    Goa Strong Men: শিলেৰে গঠিত ভূমিত কুঁৱা খান্দি খৰাংপীড়িত ৰাইজক দিলে পানী

    Hujai Protest: ঈদৰ নামাজ আদায়ৰ পাছতে পাকিস্তানৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

    Abhineel Murder Incident: মন্থৰ হৈছে অভি-নীল হত্যাকাণ্ডৰ বিচাৰ

    Religious minorities protest: পবিত্র ঈদৰ দিনাই ৰাজ্যৰ ভিন্ন প্ৰান্তত প্রতিবাদ ধর্মীয় সংখ্যালঘু লোকৰ

    Cm Tweets:দেশবিৰোধী মন্তব্য কৰি পুনৰ গ্ৰেপ্তাৰ ২ যুৱক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    আঠ ঘণ্টাৰ অধিক কাম নকৰে অভিনেত্ৰী দীপিকাই, সমৰ্থন মনিৰত্নৰ 

    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    প্ৰটিন সমৃদ্ধ কিন্তু পেট গধূৰ অনুভৱ নকৰিলে 

    টোপনিৰ সমস্যাত ভুগিছে? মীৰাৰ এই টিপছ ব্যৱহাৰ কৰক

    ভিটামিন ডি’ৰ অভাৱত হ’ব পাৰে চুলি আৰু ছালৰ ক্ষতি ! জানি লওক ইয়াৰ লক্ষণ

    কৃতিৰ ঘৰতে বনোৱা টোনাৰত কোন দুটা উপাদান আছে জানেনে?

    বন্ধু এজনে অভিমান কৰিছে নেকি ? সহজ-সৰল কৌশলেৰে ভাঙক অভিমান 

    গুগল ক্র’ম ৰ সন্দৰ্ভত কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Fake Gold Master Mind Azgar Ali Arrested :চি আই ডিৰ বিৰতিহীন তদন্ত ,লখিমপুৰৰ পৰা আটক নকল সোণ চক্ৰৰ মাষ্টাৰ মাইণ্ড আজগৰ আলীক

ৰহস্যজনক অডিঅ' ৰেকৰ্ডিং ভাইৰেল কি আছে ভাইৰেল হোৱা অডিঅ' কথোপকথনত ?, তদন্তৰ আওঁতাত বহু আৰক্ষী বিষয়া

publisher by publisher
May 19, 2023
in India, Assam, Crime, News
Reading Time: 4 mins read
0
Fake Gold Master Mind Azgar Ali Arrested :চি আই ডিৰ বিৰতিহীন তদন্ত ,লখিমপুৰৰ পৰা আটক নকল সোণ চক্ৰৰ মাষ্টাৰ মাইণ্ড আজগৰ আলীক
2
SHARES
22
VIEWS
ShareShareShareShare

RelatedPosts

Ranganadi River:মুখ্যমন্ত্ৰীৰ নিৰ্দেশত যোৱা নিশাই ৰঙানদীৰ আমতলাত চেনেল কাটি উলিয়াই দিয়া হ’ল আবদ্ধ পানী 

পঞ্চায়ত নিৰ্বাচন উপলক্ষে ধেমাজিত মন্ত্ৰী পীযুষ হাজৰীকাৰ নিৰ্বাচনী প্ৰচাৰ

লখিমপুৰৰ লালুকত ৰঙানদী কেন্দ্ৰীয় ৰঙালী মহোৎসৱত মন্ত্ৰী পীযুষ হাজৰীকা

ADVERTISEMENT

Fake Gold MasterMind Azgar Ali Arrested :

সঘনে দৃশ্যপট সলনি হৈছে নগাঁৱৰ আৰক্ষী বিষয়া জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ঘটনা। জোনমণিৰ মৃত্যু হত্যা, আত্মহত্যা নে দুর্ঘটনা সেয়া এতিয়াও স্পষ্ট হোৱা নাই যদিও এই ঘটনাই লখিমপুৰ আৰু নগাঁও আৰক্ষীৰ মাজত হাঁহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে।

কিয়নো জোনমণিৰ এই ৰহস্যজনক পথ দুৰ্ঘটনাৰ শিপাডালে লখিমপুৰ জিলাৰ আৰক্ষীকো সাঙুৰি পেলাইছে । ইয়াৰ মাজতে উত্তৰ অসমত নকল সোণৰ কৰিডৰ গঢ়ি তোলা দুৰ্ধৰ্ষ নকল সোণ চক্ৰৰ মাষ্টাৰ মাইণ্ড আজগৰ আলীক শুক্ৰবাৰে পুৱা আটক কৰে চি আই ডিয়ে ৷

azgar1 1azgar 2 1উল্লেখ্য যে, বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত ধৃত আজগৰ আলীয়ে তেওঁৰ পৰা জোনমণি ৰাভাই ধন লোৱাৰ অভিযোগ উদ্থাপিত কৰিছিল ৷ আনহাতে নকল সোণৰ ৰেকেট ধৰাই  বিভিন্ন সময়ত আৰক্ষীক সহায় কৰি নকল সোণ চক্ৰটোৰ কোপ দৃষ্টি পৰাৰ আশংকা কৰিছে হাছিনা বেগমে ৷ যাৰবাৰে হাছিনাই দুদিন ধৰি আত্মগোপন কৰি আছে জোনমণি ৰাভাৰ দক্ষিণগাঁস্থ বাসগৃহত ৷ হাছিনা বেগমে নিজৰ নিৰাপত্তাৰ দাবী জনায়। উত্তৰ অসমৰ পৰা চলাই থকা নকল সোণৰ ৰমৰমীয়া বেহা সন্দৰ্ভত আৰু নিজৰ নিৰাপত্তাৰ দাবীত আজি আৰক্ষী সঞ্চালক প্ৰধান,চি আই ডি আৰু মানৱ অধিকাৰ আয়োগত গোচৰ দিয়াৰ কথা সদৰি কৰে সাংবাদিকক ৷

আনহাতে, বৃহস্পতিবাৰে ভাইৰেল হৈ পৰা এক ‘ফোন কল ৰেকৰ্ডিং’-এ ধুমুহাৰ সৃষ্টি কৰিছে নগাঁও আৰক্ষীৰ অভ্যন্তৰত।আনকি অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগ (চিআইডি)ৰ তদন্তকাৰী দলটোকো বিভ্ৰান্ত কৰিছে । এই ভাইৰেল অডিঅ ৰেকৰ্ডিংটোত নগাঁও আৰক্ষীৰ এজন ড্ৰাইভাৰ অনিল ভূঞা আৰু সংবাদ মাধ্যমৰ এজন সংবাদকর্মীৰ মাজত হোৱা এই কথোপকথনে ঘটনাক অন্য দিশে লৈ যোৱা পৰিলক্ষিত হৈছে।

ভাইৰেল হৈ পৰা ফোন কল ৰেকৰ্ডিঙত জোনমণিক হত্যা কৰি পথ দুৰ্ঘটনাৰ ৰূপ দিয়াৰ চেষ্টা চলোৱাৰ অভিযোগৰ লগতে জোনমণিৰ মৃত্যুৰ পাছত নগাঁও আৰক্ষীয়ে তেওঁৰ চৰকাৰী বাসভৱনত তালাচী চলোৱা বুলিও অভিযোগ আনিছে। তদুপৰি এই কল ৰেকৰ্ডিঙত সেইদিনা জোনমণিৰ লগত হয়ৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আভাজ্যোতি বাড়া একেলগে ওলাই গৈছিল বুলি উল্লেখ কৰাৰ লগতে সন্ধিয়া আৰক্ষী অধীক্ষক লীনা দলেৰ আৱাসত জিলাখনৰ শীৰ্ষ আৰক্ষীৰ এক বৈঠক অনুষ্ঠিত হোৱা বুলিও প্ৰকাশ কৰিছে।

আনকি সেইদিনা নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ ৰাজবংশীক অস্থিৰ অৱস্থাত দেখা গৈছিল বুলি ফোন কলত উল্লেখ কৰি আৰক্ষী কনিষ্টবলজনে সেইদিনা সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াজনৰ লগত নগাঁও চহৰত নিশা জোনমণিৰ গাড়ীৰ সন্ধান চলোৱা বুলিও সদৰী কৰিছে।

ইয়াৰ মাজতে এজন প্ৰত্যক্ষদর্শীয়ে সেইদিনা নিশা পথ দুৰ্ঘটনাৰ কথা বর্ণনা দি স্বীকাৰোক্তি দি নিশাৰে পৰা সন্ধানহীন হোৱাৰ পাছত বৃহস্পতিবাৰে গুৱাহাটীৰ এটা ছেটেলাইট টেলিভিছন চেনেলত সাক্ষাৎকাৰ দিয়াৰ পাছতে অসম আৰক্ষীৰ চিআইডিৰ এটা দলে দুৰ্ঘটনাটোৰ প্ৰত্যক্ষদৰ্শী প্ৰণৱ দাসক আটক কৰি চিআইডিৰ মুখ্য কাৰ্যালয় লৈ যোৱাৰ ঘটনাই সমগ্ৰ ঘটনাক অধিক ৰহস্যঘন কৰি তুলিছে।

সমগ্ৰ ঘটনাৰ তদন্তত নিজকে প্রত্যক্ষদর্শী বুলি দাবী কৰা যুৱকজনৰ ভাষ্যই বিশেষ গুৰুত্ব প্রদান কৰাৰ সম্ভাৱনা আছে। আনহাতে, যোৱা নিশাৰে পৰা নগাঁও আৰক্ষীৰ অতিথিশালাত বাহৰ পাতি থকা চিআইডিৰ তদন্তকাৰী দলটোৱে বৃহস্পতিবাৰে নগাঁও চহৰৰ হয়বৰগাঁও নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আভাজ্যোতি ৰাভাক সোধপোছ কৰে। একেদৰে আজি নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱজ্যোতি কলিতাক সোধপোছৰ বাবে তলব কৰে চি আই ডিয়ে ৷

আনহাতে, বৃহস্পতিবাৰে বিয়লীৰ পৰাই ভাইৰেল হোৱা অডিঅ’ ক্লিপিঙটোত আৰক্ষী বিষয়া মনোজ কুমাৰ ৰাজবংশীৰ নাম সাঙোৰ খাই পৰাত সন্ধিয়া ভাগত নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজবংশীকো ঘটনা সংক্রান্তত চিআইডিৰ তদন্তকাৰী দলটোৱে সোধপোছ কৰে।

ইয়াৰ পূৰ্বে পুৱাৰ ভাগত মৰিকলং আৰক্ষী চকীতো চিআইডি দলটোৱে তদন্ত চলাইছিল। তদন্তকাৰী চিআইডি দলটোৱে মৰিকলং আৰক্ষী চকীৰ আটাইকেইজন আৰক্ষীকো সোধপোছ কৰে। আনহাতে, জোনমণি ৰাভাৰ ৰহস্যজনক দুর্ঘটনা সন্দৰ্ভত চিআইডিৰ তদন্তৰ মাজতে বৃহস্পতিবাৰে নগাঁও জিলাৰ আৰক্ষী অধীক্ষক লীনা দলেয়ে নগাঁও আৰক্ষীত এক বৃহৎ বদ-বদল কৰিছে।

আৰক্ষী অধীক্ষকে জিলাখনৰ ১৪৮জন কনিষ্টবল পৰ্যায়ৰ আৰক্ষীক ৰদ-বদল কৰে। এই ঘটনাই সমগ্ৰ জিলাখনৰ আৰক্ষী মহলত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

আনহাতে ইতিমধ্যে ভাইৰেল হোৱা অডিঅ’ ৰেকৰ্ডিঙে বহু প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৰাজ্যজুৰি। চাঞ্চল্যৰ সৃষ্টি কৰা কথোপকথনৰ ভাইৰেল হৈ পৰা অডিঅ’ ৰেকৰ্ডিঙত আছে জোনমণিৰ দুৰ্ঘটনা আৰু সেই নিশা ঘটা কাহিনীৰ সমগ্ৰ বিৱৰণি। এজন আৰক্ষীয়ে এজন সংবাদকর্মীৰ আগত বৰ্ণনা কৰিলে সেই গোপন কাহিনী। অডিঅ’ ক্লিপিঙটোত থকা আৰক্ষী আৰু সংবাদকর্মীজনৰ কথোপকথন এনেধৰণৰ, ‘জোনমণি মৰাৰ আগত নগাঁৱত তিনি পাকমান ঘুৰিছে।

তাইৰ লগত কোন আছিল ? জানো কোন আছিল… অ’চি, এডিচনেল এছ পিয়ে এছপিৰ লগত কি আলোচনা কৰিছিল? অ’ তাৰ আধাঘণ্টা মানৰ পাছত অচি আহি থানাত চটপটৰ কৰি আছে। ইফালে গৈছে- সিফালে গৈছে।…তাৰ পাছত নিতুল বৰা নামৰ এজনক লৈ অচি ওলাই গৈছিল। অচিয়ে প্রত্যেকখন থানাৰ গেট বন্ধ কৰিবলৈ দিছিল…..।’

অডিঅ’ ৰেকৰ্ডিংটোত আৰক্ষীৰ লোকজনে সাংবাদিকজনক কৈছে,…… তাইক কোনোবাই মাৰি আছে। ৰঙেৰে, পুলিচে নহয়, বেলেগ মানুহ। নগাঁও টাউনৰ ভিতৰতে মাৰিছে। তাইক ৰাতি ১২ মান বজাত মাৰিছে। তাইক যেতিয়া অ’চি-মই বিচাৰি ফুৰিছিলো, তেতিয়া ধৰ ১২ টা বাজিছে। নিশা ১২.১৫ মানত জোনমণিক ৰিজাৰ্ভ ক্ল’জৰ এটা অৰ্ডাৰ আহিছে ।

২.১৫ মানত থানালৈ খবৰ আহিছে তাই স্পট ডেড হৈছে। তাৰ পাছত এছ পি, অচিয়ে জোনমণিৰ কোৱাৰ্টাৰত তালাচী চলাইছে। মৰাৰ পাছত তালাচী চলাইছে।’ ভাইৰেল অডিঅ’ কলটোত আৰক্ষী লোকজনৰ ভাষ্য, ‘প্রত্যক্ষদর্শীয়ে কৈছে— গাড়ীখন ৰখোৱা ১০ মিনিটমান পাছত খুন্দা মাৰিছে। গাড়ীখনত দুটা মানুহ আছিল।

মানুহ দুটা পাব্লিক নে পুলিচ ক’ব নোৱাৰো। জোনমণি মৰাৰ সময়ত ৰাভা তাইৰ লগত আছিল নে নাই এই কথাটোৰ সত্য-শুদ্ধ ওলাব লাগে। জোনমণি যথেষ্ট সাহসী, ভাল ছোৱালী আছিল। …ৰাভাৰ লগত ওলাই গৈছিল জোনমণি। জোনমণিৰ গাড়ীখন ৰখাই থোৱা আছিল। ইফালৰ পৰা আহি ট্রাকখনে খুন্দা মাৰিছিল। জোনমণিয়ে এপাত জোতা পিন্ধি আছিল আৰু এপাত জোতা পাছফালৰ ছিটত আছিল।

তাইক হয়তো ৰেপ কৰিছে চাগে। সেইকেইটা পাব্লিক হ’ব চাগে। জোনমণিৰ গাড়ীৰ পৰা দুজন মানুহ নামি গৈছিল। জোনমণি ঘৰৰ পৰা ওলাই যোৱাৰ সময়ত হয়বৰগাঁও আউটপ’ষ্টৰ আই চি আভা জ্যোতি ৰাভা আছিল। মাকক সুধিলেও ক’ব। তাই মৰাৰ আগত অচি, এডিচনেল এছপিয়ে এছপিৰ স’তে কি কথা পাতিছিল। তাই গাড়ীখন তিনিপাকমান মাৰিছে। নগাঁৱত।… জোনমণিৰ মৃত্যুত আৰক্ষী জড়িত হৈ আছে। ইয়াৰ তদন্ত চিআইডিক দিব নালাগিছিল।

চিআইডিততো পুলিচৰ মানুহেই থাকে। চিবিআইক দিব লাগিছিল কেচটো। তই এইখিনি ভালকৈ বনাই মিডিয়াত দি দে। তাই সুখ পাওঁক। তাৎপর্যপূর্ণ যে এই কথোকথনৰ সত্যাসত্য বৰ্তমানলৈকে নিৰূপণ কৰা হোৱা নাই। সমগ্ৰ ঘটনাৰ ৰহস্য পোহৰলৈআনিব পাৰিব নে চিআইডিয়ে? নে জোনমণিৰ লগতে গুচি সমগ্ৰ ঘটনাৰ সন্দৰ্ভত ৰাইজৰ মনত উদ্বেগ ঘটা অলেখ প্রশ্নৰো ৷
ইপিনে ,জোনমণি ৰাভাৰ মৃত্যু সন্দৰ্ভত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নগাঁও জিলা সমিতিয়ে আজি নগাঁও জিলাৰ উপায়ুক্ত মহোদয়ৰ জৰিয়তে অসমৰ গৃহমন্ত্ৰীলৈ এখনি স্মাৰকপত্ৰ প্ৰেৰণ কৰে। ঘটনা সন্দৰ্ভত অসম জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি প্ৰাগজ্যোতিষ বনিয়া আৰু সাধাৰণ সম্পাদক দেবাশীষ দাসে কয়, “মধ্য অসমৰ নগাঁও জিলাখনৰ চহৰ-নগৰ মফচলীয় অঞ্চলসমূহত অবৈধ ব্যবসায় তথা অসামাজিক কার্যকলাপ যেনে ড্রাগছ, নকলনোট, গৰু চিণ্ডিকেট, অবৈধ কয়লা সৰবৰাহৰ ঘাটিত পৰিণত হৈছে।

আশ্চৰ্যকৰ কথা যে জনহিতার্থে জনসেৱালৈ গঠিত অসম আৰক্ষীৰ পহৰা চকী, থানা-আউট পষ্ট ইত্যাদিত কৰ্মৰত পুলিচৰ নাকৰ তলেদিয়েই এই কার্য কেনেকৈ ঘটি আছে সেয়া সাধাৰণ ৰাইজৰ কাৰণে লক্ষ্যণীয় প্রশ্ন। অতি শেহতীয়াকৈ জোনমণি ৰাভাৰ মৃত্যুয়ে ওপৰোক্ত সমূহ ঘটনাৰ সত্য সত্যতা প্রমাণ কৰিছে আৰু সমগ্ৰ নগাঁওবাসী ৰাইজ বিভ্ৰান্ত হৈ পৰিছে আৰু আৰক্ষীৰ ওপৰত ৰাইজৰ আস্থা-বিশ্বাস হ্রাস পাইছে।

উল্লেখ্য যে সামাজিক আৰু প্ৰচাৰ মাধ্যমত বিষয়টোৰ বিভিন্ন দিশ উন্মোচন হৈছে আৰু ৰহস্যঘন হৈ পৰিছে। সেয়েহে সমগ্র বিষয়টোৰ চিআইডি তদন্তৰ লগতে ন্যায়াধীশ অথবা অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ দ্বাৰা উচ্চস্তৰীয় তদন্তৰ দাবী জনালে। তদুপৰি নগাঁও জিলাত সংঘটিত অ-সামাজিক কার্যকলাপ ৰোধৰ বাবে উচ্চস্তৰীয় প্রসাসনিক তদন্ত কমিটি গঠন কৰি ক্ষিপ্ৰভাৱে ফলপ্রসু কৰ্মব্যৱস্থা হাতত ল’বলৈ দাবী জনায় ৷

শেহতীয়া খবৰ অনুসৰি নগাঁৱৰ এছ পি লীনা দলেই অপসাৰণৰ দাবী তুলিছে নগাঁৱৰ সচেতন মহলে ৷ উল্লেখ্য যে,জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ স’তে সাঙোৰ খাইছে এছ পি গৰাকীৰ নাম ৷ জোনমণিৰ দুৰ্ঘটনাটোৰ নিশা এছ পিয়ে তেওঁৰ চৰকাৰী বাসগৃহত তালাচী চলাই লৈ গৈছিল লক্ষাধিক টকা ৷এই কথা সাজোৰে অভিযোগ উদ্থাপিত কৰিছিল জোনমণিৰ মাতৃ সুমিত্ৰা ৰাভাই ৷

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Fake Gold Mastermind Azgar Ali ArrestLAKHIMPURSI Junmoni Rabha Dead
publisher

publisher

Related Posts

Himanta Viswa Sarma:ৰাজ্য চৰকাৰে মুকলি কৰিলে স্বাগত সতীৰ্থ প’ৰ্টেল
News

June 7, 2025
Goa Strong Men: শিলেৰে গঠিত ভূমিত কুঁৱা খান্দি খৰাংপীড়িত ৰাইজক দিলে পানী
News

Goa Strong Men: শিলেৰে গঠিত ভূমিত কুঁৱা খান্দি খৰাংপীড়িত ৰাইজক দিলে পানী

June 7, 2025
Hujai Protest: ঈদৰ নামাজ আদায়ৰ পাছতে পাকিস্তানৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ
News

Hujai Protest: ঈদৰ নামাজ আদায়ৰ পাছতে পাকিস্তানৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

June 7, 2025
Abhineel Murder Incident: মন্থৰ হৈছে অভি-নীল হত্যাকাণ্ডৰ বিচাৰ
News

Abhineel Murder Incident: মন্থৰ হৈছে অভি-নীল হত্যাকাণ্ডৰ বিচাৰ

June 7, 2025
Religious minorities protest: পবিত্র ঈদৰ দিনাই ৰাজ্যৰ ভিন্ন প্ৰান্তত প্রতিবাদ ধর্মীয় সংখ্যালঘু লোকৰ
Assam

Religious minorities protest: পবিত্র ঈদৰ দিনাই ৰাজ্যৰ ভিন্ন প্ৰান্তত প্রতিবাদ ধর্মীয় সংখ্যালঘু লোকৰ

June 7, 2025
Cm Tweets:দেশবিৰোধী মন্তব্য কৰি পুনৰ গ্ৰেপ্তাৰ ২ যুৱক
News

Cm Tweets:দেশবিৰোধী মন্তব্য কৰি পুনৰ গ্ৰেপ্তাৰ ২ যুৱক

June 7, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d