Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    টিংখাঙৰ ৰাজগড়ত শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰী

    Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ

    Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ

    Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া

    গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি

    ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Fake Gold Master Mind Azgar Ali Arrested :চি আই ডিৰ বিৰতিহীন তদন্ত ,লখিমপুৰৰ পৰা আটক নকল সোণ চক্ৰৰ মাষ্টাৰ মাইণ্ড আজগৰ আলীক

ৰহস্যজনক অডিঅ' ৰেকৰ্ডিং ভাইৰেল কি আছে ভাইৰেল হোৱা অডিঅ' কথোপকথনত ?, তদন্তৰ আওঁতাত বহু আৰক্ষী বিষয়া

publisher by publisher
May 19, 2023
in Assam, Crime, India, News
Reading Time: 4 mins read
0
Fake Gold Master Mind Azgar Ali Arrested :চি আই ডিৰ বিৰতিহীন তদন্ত ,লখিমপুৰৰ পৰা আটক নকল সোণ চক্ৰৰ মাষ্টাৰ মাইণ্ড আজগৰ আলীক
3
SHARES
27
VIEWS
ShareShareShareShare

RelatedPosts

Tragic road accident in Lakhimpur:লখিমপুৰৰ পথালি পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা

দেশজোৰা সাধাৰণ ধৰ্মঘটৰ সমর্থনত লক্ষীমপুৰত ২৪ ঘণ্টীয়া চকা বন্ধ

Dead body Recovered in Kerala:বহিঃৰাজ্যত পুনৰ মৃত্যু অসমৰ এজন লোকৰ

ADVERTISEMENT

Fake Gold MasterMind Azgar Ali Arrested :

সঘনে দৃশ্যপট সলনি হৈছে নগাঁৱৰ আৰক্ষী বিষয়া জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ঘটনা। জোনমণিৰ মৃত্যু হত্যা, আত্মহত্যা নে দুর্ঘটনা সেয়া এতিয়াও স্পষ্ট হোৱা নাই যদিও এই ঘটনাই লখিমপুৰ আৰু নগাঁও আৰক্ষীৰ মাজত হাঁহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে।

কিয়নো জোনমণিৰ এই ৰহস্যজনক পথ দুৰ্ঘটনাৰ শিপাডালে লখিমপুৰ জিলাৰ আৰক্ষীকো সাঙুৰি পেলাইছে । ইয়াৰ মাজতে উত্তৰ অসমত নকল সোণৰ কৰিডৰ গঢ়ি তোলা দুৰ্ধৰ্ষ নকল সোণ চক্ৰৰ মাষ্টাৰ মাইণ্ড আজগৰ আলীক শুক্ৰবাৰে পুৱা আটক কৰে চি আই ডিয়ে ৷

উল্লেখ্য যে, বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত ধৃত আজগৰ আলীয়ে তেওঁৰ পৰা জোনমণি ৰাভাই ধন লোৱাৰ অভিযোগ উদ্থাপিত কৰিছিল ৷ আনহাতে নকল সোণৰ ৰেকেট ধৰাই  বিভিন্ন সময়ত আৰক্ষীক সহায় কৰি নকল সোণ চক্ৰটোৰ কোপ দৃষ্টি পৰাৰ আশংকা কৰিছে হাছিনা বেগমে ৷ যাৰবাৰে হাছিনাই দুদিন ধৰি আত্মগোপন কৰি আছে জোনমণি ৰাভাৰ দক্ষিণগাঁস্থ বাসগৃহত ৷ হাছিনা বেগমে নিজৰ নিৰাপত্তাৰ দাবী জনায়। উত্তৰ অসমৰ পৰা চলাই থকা নকল সোণৰ ৰমৰমীয়া বেহা সন্দৰ্ভত আৰু নিজৰ নিৰাপত্তাৰ দাবীত আজি আৰক্ষী সঞ্চালক প্ৰধান,চি আই ডি আৰু মানৱ অধিকাৰ আয়োগত গোচৰ দিয়াৰ কথা সদৰি কৰে সাংবাদিকক ৷

আনহাতে, বৃহস্পতিবাৰে ভাইৰেল হৈ পৰা এক ‘ফোন কল ৰেকৰ্ডিং’-এ ধুমুহাৰ সৃষ্টি কৰিছে নগাঁও আৰক্ষীৰ অভ্যন্তৰত।আনকি অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগ (চিআইডি)ৰ তদন্তকাৰী দলটোকো বিভ্ৰান্ত কৰিছে । এই ভাইৰেল অডিঅ ৰেকৰ্ডিংটোত নগাঁও আৰক্ষীৰ এজন ড্ৰাইভাৰ অনিল ভূঞা আৰু সংবাদ মাধ্যমৰ এজন সংবাদকর্মীৰ মাজত হোৱা এই কথোপকথনে ঘটনাক অন্য দিশে লৈ যোৱা পৰিলক্ষিত হৈছে।

ভাইৰেল হৈ পৰা ফোন কল ৰেকৰ্ডিঙত জোনমণিক হত্যা কৰি পথ দুৰ্ঘটনাৰ ৰূপ দিয়াৰ চেষ্টা চলোৱাৰ অভিযোগৰ লগতে জোনমণিৰ মৃত্যুৰ পাছত নগাঁও আৰক্ষীয়ে তেওঁৰ চৰকাৰী বাসভৱনত তালাচী চলোৱা বুলিও অভিযোগ আনিছে। তদুপৰি এই কল ৰেকৰ্ডিঙত সেইদিনা জোনমণিৰ লগত হয়ৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আভাজ্যোতি বাড়া একেলগে ওলাই গৈছিল বুলি উল্লেখ কৰাৰ লগতে সন্ধিয়া আৰক্ষী অধীক্ষক লীনা দলেৰ আৱাসত জিলাখনৰ শীৰ্ষ আৰক্ষীৰ এক বৈঠক অনুষ্ঠিত হোৱা বুলিও প্ৰকাশ কৰিছে।

আনকি সেইদিনা নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ ৰাজবংশীক অস্থিৰ অৱস্থাত দেখা গৈছিল বুলি ফোন কলত উল্লেখ কৰি আৰক্ষী কনিষ্টবলজনে সেইদিনা সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াজনৰ লগত নগাঁও চহৰত নিশা জোনমণিৰ গাড়ীৰ সন্ধান চলোৱা বুলিও সদৰী কৰিছে।

ইয়াৰ মাজতে এজন প্ৰত্যক্ষদর্শীয়ে সেইদিনা নিশা পথ দুৰ্ঘটনাৰ কথা বর্ণনা দি স্বীকাৰোক্তি দি নিশাৰে পৰা সন্ধানহীন হোৱাৰ পাছত বৃহস্পতিবাৰে গুৱাহাটীৰ এটা ছেটেলাইট টেলিভিছন চেনেলত সাক্ষাৎকাৰ দিয়াৰ পাছতে অসম আৰক্ষীৰ চিআইডিৰ এটা দলে দুৰ্ঘটনাটোৰ প্ৰত্যক্ষদৰ্শী প্ৰণৱ দাসক আটক কৰি চিআইডিৰ মুখ্য কাৰ্যালয় লৈ যোৱাৰ ঘটনাই সমগ্ৰ ঘটনাক অধিক ৰহস্যঘন কৰি তুলিছে।

সমগ্ৰ ঘটনাৰ তদন্তত নিজকে প্রত্যক্ষদর্শী বুলি দাবী কৰা যুৱকজনৰ ভাষ্যই বিশেষ গুৰুত্ব প্রদান কৰাৰ সম্ভাৱনা আছে। আনহাতে, যোৱা নিশাৰে পৰা নগাঁও আৰক্ষীৰ অতিথিশালাত বাহৰ পাতি থকা চিআইডিৰ তদন্তকাৰী দলটোৱে বৃহস্পতিবাৰে নগাঁও চহৰৰ হয়বৰগাঁও নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আভাজ্যোতি ৰাভাক সোধপোছ কৰে। একেদৰে আজি নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱজ্যোতি কলিতাক সোধপোছৰ বাবে তলব কৰে চি আই ডিয়ে ৷

আনহাতে, বৃহস্পতিবাৰে বিয়লীৰ পৰাই ভাইৰেল হোৱা অডিঅ’ ক্লিপিঙটোত আৰক্ষী বিষয়া মনোজ কুমাৰ ৰাজবংশীৰ নাম সাঙোৰ খাই পৰাত সন্ধিয়া ভাগত নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজবংশীকো ঘটনা সংক্রান্তত চিআইডিৰ তদন্তকাৰী দলটোৱে সোধপোছ কৰে।

ইয়াৰ পূৰ্বে পুৱাৰ ভাগত মৰিকলং আৰক্ষী চকীতো চিআইডি দলটোৱে তদন্ত চলাইছিল। তদন্তকাৰী চিআইডি দলটোৱে মৰিকলং আৰক্ষী চকীৰ আটাইকেইজন আৰক্ষীকো সোধপোছ কৰে। আনহাতে, জোনমণি ৰাভাৰ ৰহস্যজনক দুর্ঘটনা সন্দৰ্ভত চিআইডিৰ তদন্তৰ মাজতে বৃহস্পতিবাৰে নগাঁও জিলাৰ আৰক্ষী অধীক্ষক লীনা দলেয়ে নগাঁও আৰক্ষীত এক বৃহৎ বদ-বদল কৰিছে।

আৰক্ষী অধীক্ষকে জিলাখনৰ ১৪৮জন কনিষ্টবল পৰ্যায়ৰ আৰক্ষীক ৰদ-বদল কৰে। এই ঘটনাই সমগ্ৰ জিলাখনৰ আৰক্ষী মহলত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

আনহাতে ইতিমধ্যে ভাইৰেল হোৱা অডিঅ’ ৰেকৰ্ডিঙে বহু প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৰাজ্যজুৰি। চাঞ্চল্যৰ সৃষ্টি কৰা কথোপকথনৰ ভাইৰেল হৈ পৰা অডিঅ’ ৰেকৰ্ডিঙত আছে জোনমণিৰ দুৰ্ঘটনা আৰু সেই নিশা ঘটা কাহিনীৰ সমগ্ৰ বিৱৰণি। এজন আৰক্ষীয়ে এজন সংবাদকর্মীৰ আগত বৰ্ণনা কৰিলে সেই গোপন কাহিনী। অডিঅ’ ক্লিপিঙটোত থকা আৰক্ষী আৰু সংবাদকর্মীজনৰ কথোপকথন এনেধৰণৰ, ‘জোনমণি মৰাৰ আগত নগাঁৱত তিনি পাকমান ঘুৰিছে।

তাইৰ লগত কোন আছিল ? জানো কোন আছিল… অ’চি, এডিচনেল এছ পিয়ে এছপিৰ লগত কি আলোচনা কৰিছিল? অ’ তাৰ আধাঘণ্টা মানৰ পাছত অচি আহি থানাত চটপটৰ কৰি আছে। ইফালে গৈছে- সিফালে গৈছে।…তাৰ পাছত নিতুল বৰা নামৰ এজনক লৈ অচি ওলাই গৈছিল। অচিয়ে প্রত্যেকখন থানাৰ গেট বন্ধ কৰিবলৈ দিছিল…..।’

অডিঅ’ ৰেকৰ্ডিংটোত আৰক্ষীৰ লোকজনে সাংবাদিকজনক কৈছে,…… তাইক কোনোবাই মাৰি আছে। ৰঙেৰে, পুলিচে নহয়, বেলেগ মানুহ। নগাঁও টাউনৰ ভিতৰতে মাৰিছে। তাইক ৰাতি ১২ মান বজাত মাৰিছে। তাইক যেতিয়া অ’চি-মই বিচাৰি ফুৰিছিলো, তেতিয়া ধৰ ১২ টা বাজিছে। নিশা ১২.১৫ মানত জোনমণিক ৰিজাৰ্ভ ক্ল’জৰ এটা অৰ্ডাৰ আহিছে ।

২.১৫ মানত থানালৈ খবৰ আহিছে তাই স্পট ডেড হৈছে। তাৰ পাছত এছ পি, অচিয়ে জোনমণিৰ কোৱাৰ্টাৰত তালাচী চলাইছে। মৰাৰ পাছত তালাচী চলাইছে।’ ভাইৰেল অডিঅ’ কলটোত আৰক্ষী লোকজনৰ ভাষ্য, ‘প্রত্যক্ষদর্শীয়ে কৈছে— গাড়ীখন ৰখোৱা ১০ মিনিটমান পাছত খুন্দা মাৰিছে। গাড়ীখনত দুটা মানুহ আছিল।

মানুহ দুটা পাব্লিক নে পুলিচ ক’ব নোৱাৰো। জোনমণি মৰাৰ সময়ত ৰাভা তাইৰ লগত আছিল নে নাই এই কথাটোৰ সত্য-শুদ্ধ ওলাব লাগে। জোনমণি যথেষ্ট সাহসী, ভাল ছোৱালী আছিল। …ৰাভাৰ লগত ওলাই গৈছিল জোনমণি। জোনমণিৰ গাড়ীখন ৰখাই থোৱা আছিল। ইফালৰ পৰা আহি ট্রাকখনে খুন্দা মাৰিছিল। জোনমণিয়ে এপাত জোতা পিন্ধি আছিল আৰু এপাত জোতা পাছফালৰ ছিটত আছিল।

তাইক হয়তো ৰেপ কৰিছে চাগে। সেইকেইটা পাব্লিক হ’ব চাগে। জোনমণিৰ গাড়ীৰ পৰা দুজন মানুহ নামি গৈছিল। জোনমণি ঘৰৰ পৰা ওলাই যোৱাৰ সময়ত হয়বৰগাঁও আউটপ’ষ্টৰ আই চি আভা জ্যোতি ৰাভা আছিল। মাকক সুধিলেও ক’ব। তাই মৰাৰ আগত অচি, এডিচনেল এছপিয়ে এছপিৰ স’তে কি কথা পাতিছিল। তাই গাড়ীখন তিনিপাকমান মাৰিছে। নগাঁৱত।… জোনমণিৰ মৃত্যুত আৰক্ষী জড়িত হৈ আছে। ইয়াৰ তদন্ত চিআইডিক দিব নালাগিছিল।

চিআইডিততো পুলিচৰ মানুহেই থাকে। চিবিআইক দিব লাগিছিল কেচটো। তই এইখিনি ভালকৈ বনাই মিডিয়াত দি দে। তাই সুখ পাওঁক। তাৎপর্যপূর্ণ যে এই কথোকথনৰ সত্যাসত্য বৰ্তমানলৈকে নিৰূপণ কৰা হোৱা নাই। সমগ্ৰ ঘটনাৰ ৰহস্য পোহৰলৈআনিব পাৰিব নে চিআইডিয়ে? নে জোনমণিৰ লগতে গুচি সমগ্ৰ ঘটনাৰ সন্দৰ্ভত ৰাইজৰ মনত উদ্বেগ ঘটা অলেখ প্রশ্নৰো ৷
ইপিনে ,জোনমণি ৰাভাৰ মৃত্যু সন্দৰ্ভত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নগাঁও জিলা সমিতিয়ে আজি নগাঁও জিলাৰ উপায়ুক্ত মহোদয়ৰ জৰিয়তে অসমৰ গৃহমন্ত্ৰীলৈ এখনি স্মাৰকপত্ৰ প্ৰেৰণ কৰে। ঘটনা সন্দৰ্ভত অসম জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি প্ৰাগজ্যোতিষ বনিয়া আৰু সাধাৰণ সম্পাদক দেবাশীষ দাসে কয়, “মধ্য অসমৰ নগাঁও জিলাখনৰ চহৰ-নগৰ মফচলীয় অঞ্চলসমূহত অবৈধ ব্যবসায় তথা অসামাজিক কার্যকলাপ যেনে ড্রাগছ, নকলনোট, গৰু চিণ্ডিকেট, অবৈধ কয়লা সৰবৰাহৰ ঘাটিত পৰিণত হৈছে।

আশ্চৰ্যকৰ কথা যে জনহিতার্থে জনসেৱালৈ গঠিত অসম আৰক্ষীৰ পহৰা চকী, থানা-আউট পষ্ট ইত্যাদিত কৰ্মৰত পুলিচৰ নাকৰ তলেদিয়েই এই কার্য কেনেকৈ ঘটি আছে সেয়া সাধাৰণ ৰাইজৰ কাৰণে লক্ষ্যণীয় প্রশ্ন। অতি শেহতীয়াকৈ জোনমণি ৰাভাৰ মৃত্যুয়ে ওপৰোক্ত সমূহ ঘটনাৰ সত্য সত্যতা প্রমাণ কৰিছে আৰু সমগ্ৰ নগাঁওবাসী ৰাইজ বিভ্ৰান্ত হৈ পৰিছে আৰু আৰক্ষীৰ ওপৰত ৰাইজৰ আস্থা-বিশ্বাস হ্রাস পাইছে।

উল্লেখ্য যে সামাজিক আৰু প্ৰচাৰ মাধ্যমত বিষয়টোৰ বিভিন্ন দিশ উন্মোচন হৈছে আৰু ৰহস্যঘন হৈ পৰিছে। সেয়েহে সমগ্র বিষয়টোৰ চিআইডি তদন্তৰ লগতে ন্যায়াধীশ অথবা অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ দ্বাৰা উচ্চস্তৰীয় তদন্তৰ দাবী জনালে। তদুপৰি নগাঁও জিলাত সংঘটিত অ-সামাজিক কার্যকলাপ ৰোধৰ বাবে উচ্চস্তৰীয় প্রসাসনিক তদন্ত কমিটি গঠন কৰি ক্ষিপ্ৰভাৱে ফলপ্রসু কৰ্মব্যৱস্থা হাতত ল’বলৈ দাবী জনায় ৷

শেহতীয়া খবৰ অনুসৰি নগাঁৱৰ এছ পি লীনা দলেই অপসাৰণৰ দাবী তুলিছে নগাঁৱৰ সচেতন মহলে ৷ উল্লেখ্য যে,জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ স’তে সাঙোৰ খাইছে এছ পি গৰাকীৰ নাম ৷ জোনমণিৰ দুৰ্ঘটনাটোৰ নিশা এছ পিয়ে তেওঁৰ চৰকাৰী বাসগৃহত তালাচী চলাই লৈ গৈছিল লক্ষাধিক টকা ৷এই কথা সাজোৰে অভিযোগ উদ্থাপিত কৰিছিল জোনমণিৰ মাতৃ সুমিত্ৰা ৰাভাই ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Fake Gold Mastermind Azgar Ali ArrestLAKHIMPURSI Junmoni Rabha Dead
publisher

publisher

Related Posts

টিংখাঙৰ ৰাজগড়ত শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰী
Assam

September 10, 2026
Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ
Assam

Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ

September 10, 2026
Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ
Assam

Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ

September 10, 2026
Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া
Assam

Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া

September 10, 2026
গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি
Assam

গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি

September 10, 2026
ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ
Assam

ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

September 10, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d