Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম

    Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

    পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

    পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

    ইথানল প্ৰস্তুতৰ পৰিণতিত দেশত ধাৰাবাহিকভাৱে মূল্যবৃদ্ধি হৈছে কণীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

kejriwal Visit Cbi Office:সমদল কৰি চিবিআইৰ কাৰ্যালয়ত হাজিৰ দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱাল

সংগ দিলে পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান আৰু কেজৰিৱালৰ কেবিনেট সতীৰ্থই

samimsultana by samimsultana
April 16, 2023
in Assam, India, News
Reading Time: 2 mins read
0
kejriwal Visit Cbi Office:সমদল কৰি চিবিআইৰ কাৰ্যালয়ত হাজিৰ দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱাল
2
SHARES
21
VIEWS
ShareShareShareShare

RelatedPosts

CJP:ইণ্ডিয়া গেটৰ পৰা দিল্লী আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ প্রতিবাদী সমদল চিজেপিৰ

দিল্লীত ভয়ংকৰ জেহাদি ষড়যন্ত্ৰৰ ফাদিল! মন্দিৰ, ধাবা আৰু সেনা ছাউনিত আক্ৰমণৰ লক্ষ্য

দিল্লীত ভয়ংকৰ অগ্নিকাণ্ডঃ ন জন নিহত, বিস্ফোৰণৰ সন্দেহত তদন্ত আৰম্ভ

kejriwal Visit Cbi Office:

শুক্ৰবাৰে চি বি আইৰ তৰফৰ পৰা প্ৰেৰণ কৰা জাননী অনুসৰি আজি নিৰ্ধাৰিত সময়ত দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল হাজিৰ হয় অনুসন্ধান সন্থাটোৰ দিল্লীস্থ মুখ্য কাৰ্যালয়ত হাজিৰ হয় ৷

ADVERTISEMENT

বহু চৰ্চিত আবকাৰী নীতিৰ গোচৰত জেৰাৰ বাবে কেন্দ্ৰীয় তদন্তকাৰী সন্থাৰ মুখ্য কাৰ্যালয়লৈ অহাৰ পূৰ্বে মুখ্যমন্ত্ৰী গৰাকীয়ে উপস্থিত হয় মহাত্মা গান্ধীৰ সমাধিস্থলত ৷

সমাধিস্থলত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তাৰ পৰা পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান আৰু কেবিনেট সতীৰ্থ সহ সহস্ৰাধিক সমৰ্থক সমদল কৰি চি বি আই কাৰ্যালয় অভিমুখে অগ্ৰসৰ হয় ৷

কিন্ত আদবাটতে লোধি পথৰ সমীপত আপৰ মন্ত্ৰী – বিধায়ক,সাংসদ আৰু নেতা- কৰ্মী সকলক আৰক্ষীয়ে বাধাৰোপ কৰে ৷ তাতে তেওঁলোকে ৰাজপথতে বহি ধৰ্ণা দিয়ে ৷ অৱশ্যে পাছত অৰবিন্দ কেজৰিয়াল আৰু তেওঁ অধিবক্তাই চিবি আই কাৰ্যালয়ত উপস্থিত হয় ৷

প্ৰাপ্ত খবৰ অনুসৰি চিবি আই সদৰ দপ্তৰত জ্যেষ্ঠ বিষয়া বৰ্গই দিল্লীৰ আবকাৰী নীতিৰ কেলেংকাৰিৰ ঘটনাটো সন্দৰ্ভত কেজৰিৱালক সোধপোছ অব্যাহত ৰাখিছে ৷

উল্লেখ্য যে,দেওবাৰে দিল্লী মুখ্যমন্ত্ৰী কেজৰিৱাল চিবিআইৰ সদৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি দিল্লী আৰক্ষীয়ে কাৰ্যালয়ৰ চাৰিওফালে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে ৷

আনকি সম্ভাব্য পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মোতায়েন কৰিছে প্ৰায় এক সহস্ৰাধিক অৰ্ধ সামৰিক বাহিনীৰ জোৱান ৷
একেদৰে চাৰিজনকৈ অধিক লোক গোট নাখাবৰ বাবে সমগ্ৰ অঞ্চলটোত ভা : দ: বিধি আইনৰ ১৪৪ ধাৰা বলবৎ কৰিছে ৷

আনহাতে আপৰ মুৰব্বী গৰাকীক চিবিআইয়ে চমন কৰি তলব কৰা কাৰ্যক আপে বিজেপি নেতৃত্বাধীন চৰকাৰৰ এক পৰিকল্পিত ষড়যন্ত্ৰ বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তীব্ৰ সমালোচনা কৰে।

ইয়াৰ বিপৰীতে বিজেপিয়ে ওলোতাই আপক কটাক্ষ কৰি কয়, দিল্লীত আপৰ চৰকাৰে আবকাৰী নীতিত ব্যাপক দুৰ্নীতি সংঘটিত কৰিছে ৷ এনে প্ৰেক্ষাপটত অনুসন্ধানকাৰী সন্থাৰ চমনক লৈ শংকিত হোৱাৰ কাৰণ কি বুলি মন্তব্য কৰে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: arbind kejriwalDELHIVisit Cbi Office
samimsultana

samimsultana

Related Posts

পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম
Assam

September 2, 2026
Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা
Assam

Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

September 2, 2026
পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!
News

পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

September 2, 2026
১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত
International

১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

September 2, 2026
ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ
Assam

ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

September 2, 2026
ইথানল প্ৰস্তুতৰ পৰিণতিত দেশত ধাৰাবাহিকভাৱে মূল্যবৃদ্ধি হৈছে কণীৰ
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d