Dead body Recovered in Kerala:
বাংগালুৰুত এটা কোঠাত ঢকুৱাখানাৰ চাৰি যুৱকৰ ৰহস্যজনক মৃত্যুৰ ঘটনা চাঞ্চল্য মাৰ নৌযাওঁতেই এইবাৰ পুনৰ ঘটিল আন এক কৰুণ ঘটনা ৷
ADVERTISEMENT
বহিঃৰাজ্যত পুনৰ মৃত্যু অসমৰ এজন লোকৰ। কেৰালাৰ এটা কোম্পানীত কৰ্মৰত হৈ থকা লখিমপুৰৰ ঠেকেৰাগুৰিৰ ধনমণি ডেকাৰ মৃতদেহ উদ্ধাৰ কোম্পানীটোৰ পানী টেংকিত । এই কৰুণ ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে ধনমণি ডেকাৰ লখিমপুৰৰ ঠেকেৰাগুৰিত শোকাকুল পৰিবেশৰ সৃষ্টি হয়। ইতিমধ্যে পিতৃৰ মৃতদেহ বাসগৃহলৈ ঘূৰাই আনিবলৈ কন্যাই চৰকাৰক জনায় কাতৰ অনুৰোধ।


































