Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

DGP Pressmeet In Assam Police Headquarter:জোনমণি ৰাভাৰ মৃত্যু সম্পৰ্কত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ সংবাদমেল

জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত চি বিআইক অৰ্পণ, বদলিৰ নিৰ্দেশ লখিমপুৰ আৰু নগাঁৱৰ এছ পিক, দুই জিলাৰ সকলো এএছ পিক বদলিৰ পৰামৰ্শ, লখিমপুৰৰ এ এছ পি লুনা নেওগক দেওবাৰে আৰক্ষী হেডকোৱাৰ্টাৰলৈ তলব, আৰক্ষীক কঠোৰ সকীয়নি ডিজিপিৰ

publisher by publisher
May 20, 2023
in India, Assam, Crime, News
Reading Time: 3 mins read
0
DGP Pressmeet In Assam Police Headquarter:জোনমণি ৰাভাৰ মৃত্যু সম্পৰ্কত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ সংবাদমেল
3
SHARES
32
VIEWS
ShareShareShareShare

DGP Pressmeet In Assam Police Headquarter:

ADVERTISEMENT

ৰাজ্য কপাই যোৱা এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত শনিবাৰে অসম আৰক্ষীৰ উলুবাৰীস্থ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেল সম্বোধন কৰি আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে সদৰি কৰে যে জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত চিবি আইক অৰ্পণ কৰা হয় ৷

RelatedPosts

মানুহ চাই চাইহে গ্ৰেপ্তাৰ কৰা হৈছে নেকি? প্রশ্ন আদালতত

তিৰুপতি মন্দিৰৰ লাডু কেলেংকাৰি : পাঁচ বছৰলৈকে কৃত্ৰিম ঘিঁউৰে তৈয়াৰ কৰিছিল প্ৰসাদ 

Thailand has extradited two fugitives to India:ভাৰতৰ পৰা পলায়ন কৰা দুই অপৰাধীক থাইলেণ্ডে গতালে ভাৰতক

সংবাদমেলত ডিজিপি সিঙে কয়, ১৬ মে’ মাজনিশা নগাঁৱৰ জখলাবন্ধাত সংঘটিত এক পথ দুৰ্ঘটনাত মৰিকলং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জোনমণি ৰাভাৰ মৃত্যু হয় ৷ এই মৃত্যু বিভিন্ন মাধ্যমক বিশেষ চৰ্চিত বিষয় হৈ পৰাত প্ৰাথমিক অনুসন্ধানৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি তৎকালেই গোচৰটো চি আই ডিক দিয়া হয় ৷ সেই অনুসৰি বিগত তিনিদিন ধৰি চি আই ডিয়ে অতি ক্ষীপ্ৰতাৰে তদন্ত অব্যাহত ৰখা হৈছিল ৷

আনহাতে জোনমণিৰ পৰিয়ালে তদন্ত চিবিআইক দিয়াৰ বাবে অনুৰোধ কৰাত এই বিষয়টো শুক্ৰবাৰে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি অৱগত কৰা হয় বুলি উল্লেখ কৰে ডি জি পি গৰাকীয়ে ৷ তাৰ পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী গৰাকীয়ে নিজৰ বক্তব্য প্ৰকাশ কৰিছিল ৷

joonmoniআৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে সংবাদমেলত আৰু কয় যে, আমাৰ হাতত জোনমণি ৰাভা কেন্দ্ৰীক নগাঁও থানাত এটা, লখিমপুৰ থানাত এটা আৰু জখলাবন্ধা থানাত দুটা গোচৰ ৰুজু হৈছিল। এই চাৰিওটা গোচৰ চিবিআইক দিবৰ বাবে ৰাজ্য চৰকাৰ গৃহ বিভাগ আৰু মুখ্যমন্ত্ৰীক অৱগত কৰাৰ লগতে এক আলোচনাত মিলিত হৈ নগাঁও আৰু লখিমপুৰৰ সকলো শীৰ্ষ আৰক্ষী বিষয়াৰ তাৎক্ষণিক বদলিৰ সিদ্ধান্ত লোৱা হয় ৷

ডিজি পি গৰাকীয়ে চি আই ডিৰ তদন্ত সন্দৰ্ভত কয়, ‘‘চিআইডিৰ কাৰ্যক্ষমতাৰ ওপৰত কোনো সন্দেহ নাই। কিন্ত ৰাইজৰ জনমত, আবেগ আৰু অনুভূতিৰ লগতে জোনমণি পৰিয়ালৰ দাবীৰ প্ৰতি সহাৰী জনাই নিৰপেক্ষতাৰ স্বাৰ্থত চি বি আইক দিয়া হয় ৷  এনে প্ৰেক্ষাপটত এতিয়া সকলোৰে আশাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে চিবি আই ৷ ৰাষ্ট্ৰীয় অনুসন্ধান সন্থাটোৱে অতি স্বচ্ছ আৰু সঠিক ৰূপত তদন্ত কৰি সকলো দিশ উন্মোচিত কৰিব ৷’

unmoni Motherনকল সোণ আৰু জাল নোটৰ বিৰুদ্ধে শুক্ৰবাৰে নিশাৰ পৰা ৰাজ্যৰ কে’বা খনো জিলাত আৰক্ষী অভিযান চলাই ৭১জন নকল সোণৰ বেপাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ সেই অনুসৰিলখিমপুৰত ১০,বিশ্বনাথত ১০,শোণিতপুৰৰ চাৰিদুৱাৰত ৭,ৰঙাপাৰাত তিনি,গহপুৰত তিনি, মৰিগাঁওত ৮ নকল সোণৰ বেপৰীৰ লগতে বঙালমাৰা পৰা নকল সোণ সহ ৬.৫০ লাখ টকা আৰক্ষীয়ে জব্দ কৰাৰ কথা সদৰি ডি জি পি গৰাকীয়ে ৷

৩০ দিনৰ ভিতৰত নকল সোণৰ বেহা উৎখাত কৰাৰ আশ্বাসো প্ৰদান কৰে ডিজিপি জি পি সিঙে। আনহাতে আৰক্ষীক কঠোৰ সকীয়নি প্ৰদান কৰি কয়, অপৰাধজনিত কাৰ্যত জড়িত যিকোনো আৰক্ষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লবলৈ কুণ্ঠাবোধ নকৰিব আৰক্ষী মুখ্য কাৰ্যালয়। এই ক্ষেত্ৰত কাকোৱে কোনো কাৰণতে ৰেহাই দিয়া নহ’ব বুলি উল্লেখ কৰে আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে।

lena doloiউল্লেখ্য যে,জোণমণি ৰাভাৰ মৃত্যুৰ তদন্ত চি আই ডিয়ে যোৱা তিনিদিন ধৰি অব্যাহত ৰখাৰ মাজতে শুক্ৰবাৰে সন্ধিয়া নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতা,নগাঁও সদৰ আৰক্ষী থানাৰ অ’চি মনোজ ৰাজবংশী, লক্ষীমপুৰ সদৰ আৰক্ষী থানাৰ অ’চি ভাস্কৰ কলিতা আৰু নাওবৈচা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীৱ বৰাক ৰিজাৰ্ভ ক্ল’জ কৰে অসম আৰক্ষী হেডকোৱাৰ্টাৰে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam Police HeadquarterCBICMODGP PressmeetSI Junmoni Rabha Dead
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d