Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Assam HSLC Results 2023: ঘোষণা হ’ল মেট্ৰিকৰ ফলাফল

প্ৰথম স্থানত জিলিকিল ঢেকিয়াজুলিৰ শংকৰদেৱ শিশু নিকেতনৰ হৃদম ঠাকুৰীয়া

publisher by publisher
May 22, 2023
in India, Assam, News
Reading Time: 2 mins read
0
Assam HSLC Results 2023: ঘোষণা হ’ল মেট্ৰিকৰ ফলাফল
3
SHARES
27
VIEWS
ShareShareShareShare

Assam HSLC Results 2023 :

সকলো উৎকণ্ঠাৰ অন্ত পেলাই সোমবাৰে ঘোষণা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ৷ পুৱা ১০ বজাত ছেবাই ঘোষণা কৰে ফলাফল ৷ পৰীক্ষাৰ্থীসকলে ছেবাই মুকলি কৰা উল্লিখিত দহটা ৱেবছাইটসমূহৰ জৰিয়তে ফলাফল লাভ কৰাৰ উপৰিও মাৰ্কশ্বীটো ডাউনলোডৰ ব্যৱস্থা কৰিছে ৷
১. https://sebaonline.org
২. resultsassam.nic.in
৩. www.indiaresults.com
৪. www.results.shiksha
৫. www.assam.shiksha
৬. exametc.com
৭. www.schools9.com
৮. assamresults.in
৯. www.jagranjosh.com
১০. www.vidyavision.com

ADVERTISEMENT

আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত প্ৰথম স্থান লাভ কৰিলে শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ শংকৰদেৱ শিশু নিকেতন হৃদম ঠাকুৰীয়াই শংকৰদেৱ শিশু নিকেতন । তেওঁ মুঠ ৬০০ নম্বৰৰ ভিতৰত লাভ কৰে ৫৯৬ নম্বৰ। হৃদমে নম্বৰৰ শতকৰা হাৰ ৯৯ শতাংশ।

RelatedPosts

Matriculation Admit Card Irregularities in Nagaon:নগাঁৱত মেট্ৰিক পৰীক্ষাৰ এডমিট কার্ডত বিসংগতি

Many Changes in the Rules And Regulations for the High School Examinations:হাইস্কুল শিক্ষান্ত পৰীক্ষাত ব্যাপক সাল-সলনি নীতি- নিয়মৰ !

hslc 2দ্বিতীয় স্থান দখল কৰিছে চাৰি কৃৰ্তী শিক্ষাৰ্থীয়ে। তেওঁলোক হ’ল নগাঁও চৰকাৰী উ:মা:বালক বিদ্যালয়ৰ ইছৰত ফাৰিহা, নলবাৰীৰ আনন্দ বিদ্যা নিকেতনৰ লাকী দেৱী চৌধুৰী আৰু মনমিতা শৰ্মা আৰু সোণাৰিৰ ছেইণ্ট যোছেফ স্কুলৰ আদিত্য অনুপম কোঁৱৰ। এওঁলোকে লাভ কৰা মুঠ নম্বৰ হ’ল ৫৯৩ ।

একেদৰে তৃতীয় স্থানত উজ্বলি উঠিল দৰং জিলাৰ দুমুনীচকী ইংলিছ স্কুলৰ নিলুফাৰ ৰহমান, গোলাঘাট জিলাৰ ভোলাগুৰিৰ আদৰ্শ বিদ্যাপীঠৰ অনিন্দিতা বৰা আৰু বাহাৰঘাটৰ শংকৰদেৱ শিশু নিকেতনৰ মৃগাংক ভট্টাচাৰ্য। আটাইকেইগৰাকীয়ে লাভ কৰিছে ৫৯২ ।

উল্লেখ্য যে,মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হোৱা মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আছিল চাৰি লাখ ১৯ হেজাৰ ৮৮৭ গৰাকী। আনহাতে উত্তীৰ্ণৰ হাৰ আছিল ৭২.৬৯ শতাংশ । ৯১২টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হৈছিল পৰীক্ষা। ছাত্ৰৰ সংখ্যা এক লাখ ৯৪ হাজাৰ ৫৪ গৰাকীৰ বিপৰীতে ছাত্ৰীৰ সংখ্যা আছিল দুই লাখ ২৮ হাজাৰ ১২০গৰাকী । বৰপেটাত সৰ্বাধিক ২৭,৬৪৭গৰাকী পৰীক্ষাৰ্থী থকাৰ বিপৰীতে মাজুলীত সৰ্বনিম্ন ৩,০৩৭ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল মেট্ৰিক পৰীক্ষাত।

হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বাধিক সমাজ বিজ্ঞান বিভাগত ছাত্ৰ-ছাত্ৰীয়ে লেটাৰ মাৰ্ক লাভ কৰিছ৷আজি ঘোষিত মেট্ৰিক পৰীক্ষাৰ ফলাফলত সমাজবিজ্ঞান বিষয়ত ৪৩০৬৯ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ৮০ৰো ওপৰ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে।
তাৰ পাছতে ইংৰাজী বিষয়ত ৪২২৮২ গৰাকীয়ে, সাধাৰণ বিজ্ঞানত ১৮৮৩৪ , সাধাৰণ গণিতত ১৬,৫৩১ গৰাকীয়ে লেটাৰ মাৰ্ক লাভ কৰিছে। ঐচ্ছিক গণিতত লেটাৰ মাৰ্ক লাভ কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ৭৪৫৯ গৰাকী। অসমীয়াতো ৭১৩৯ গৰাকীয়ে লেটাৰ মাৰ্ক লাভ কৰাৰ বিপৰীতে খাচী, উৰ্দু, মণিপুৰ বিষয়ত মাত্ৰ ১ জনকৈ ছাত্ৰইহে লেটাৰ মাৰ্ক পাইছে।

সৰ্বমুঠ এইবাৰৰ পৰীক্ষাত আটাইকেইটা বিষয় মিলাই ১৭৭৯১১ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে লেটাৰ মাৰ্ক পায় সুখ্যাতিৰে উত্তীৰ্ণ হৈছে।

আনহাতে উত্তীৰ্ণৰ হাৰেৰে প্ৰথম স্থানত চিৰাং জিলা। আনহাতে, ৫৯.৮০ শতাংশ উত্তীৰ্ণৰ হাৰেৰে তালিকাৰ শেষত গোৱালপাৰা জিলা। আনহাতে, আজিৰ ফলাফল, শীৰ্ষ ১০টা স্থানৰ ভিতৰত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে ৬১ গৰাকী শিক্ষাৰ্থীয়ে। ডিষ্টিংচন লাভ কৰিছে ৮৫১৭ গৰাকী শিক্ষাৰ্থীয়ে, ষ্টাৰ নম্বৰ লাভ কৰিছে ১৮ হাজাৰ ৬৫৩ গৰাকী শিক্ষাৰ্থীয়ে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: 1st Position Hridong ThakuriaHSLC ResultsSEBA
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d