Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক

    Bokakhat Road Accident:বোকাখাতৰ মেথনিৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ বাইক আৰোহীৰ

    বিজেপিত যোগদানৰ ২৪ ঘণ্টাৰ ভিতৰতে ৰাঘৱ চাড্ডাৰ ১০ লাখ ফ’ল’ৱাৰ হ্ৰাস

    Two prisoners died mysteriously in Nagaon: নগাঁৱৰ দুখনকৈ কাৰাগাৰত দুই কয়দীৰ ৰহস্যজনক মৃত্যু

    Pakistan Petrol-Diesel Price Hike:পাকিস্তানত পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি

    অষ্ট্ৰেলিয়াৰ পথত অগ্ৰসৰ নৰৱে, ১৬ অনূর্ধ্ব বয়সৰ বাবে নিষিদ্ধ হ’ব সামাজিক মাধ্যম

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Student Protest:হাতে হাতে প্লে কাৰ্ড লৈ সমদল কৰি পৰিবহন মন্ত্ৰীলৈ পত্ৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে সুৰক্ষিত বাট-পথৰ দাবী ছাত্ৰ সমাজৰ

publisher by publisher
May 23, 2023
in India, Assam, News
Reading Time: 3 mins read
0
Student Protest:হাতে হাতে প্লে কাৰ্ড লৈ সমদল কৰি পৰিবহন মন্ত্ৰীলৈ পত্ৰ
1
SHARES
11
VIEWS
ShareShareShareShare

Student Protest:

ছাত্ৰ-ছাত্ৰীৰ বাবে সুৰক্ষিত পথৰ ব্যবস্থা কৰিবলৈ পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যক আহ্বান জনাইছে ৰাজ্যৰ ছাত্র সমাজে। ছাত্ৰ-ছাত্ৰী সকলে যাতে নিৰাপদে চাইকেল চলাই , খোজ কাঢ়ি নিজ নিজ শিক্ষানুষ্ঠানলৈ অহা-যোৱা কৰিব পাৰে সেইটো নিশ্চিত কৰিবলৈ ছাত্ৰ-সমাজে পৰিবহন মন্ত্ৰীক আহ্বান জনায় ৷

ADVERTISEMENT

ৰাষ্ট্ৰসংঘৰ বিশ্ব পথ সুৰক্ষা সপ্তাহ (১৫ মে পৰা ২১ মে) ৰ লগত সংগতি ৰাখি কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰামৰ উদ্যোগত, কনজিউমাৰ ভয়েচ নতুন দিল্লী আৰু সেউজ অসমৰ সহযোগত চাৰি শতাধিক ছাত্ৰ-ছাত্ৰীয়ে স্বাক্ষৰ কৰা এই আহ্বান সম্বলিত এক পত্ৰ সোমবাৰে পৰিবহণ মন্ত্ৰী শুক্লবৈদ্যক প্ৰদান কৰা হয়।

RelatedPosts

Dibrugarh university :ডিব্ৰুগড় বিশ্ববিদ্যালয় ছাত্ৰ সভাক আলোচনালৈ আমন্ত্ৰণ কৰি অপমান শিক্ষামন্ত্ৰীৰ

Student Leader arrested:আৰক্ষীক প্ৰহাৰৰ অভিযোগত আটক কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতিক

Student Protest in AEC :অসম অভিযান্ত্রিক মহাবিদ্যালয়ত হোষ্টেল আৱাসীৰ অভিনৱ প্ৰতিবাদ

এই পত্ৰযোগে গুৱাহাটীৰ শিক্ষানুষ্ঠানৰ কাষত থকা পথত ছাত্ৰ-ছাত্ৰীৰ বাবে সুৰক্ষা ব্যৱস্থা নিশ্চিত কৰিবলৈ দাবী জনোৱা হয়। ইয়াৰ পূৰ্বে বিশ্ব পথ সুৰক্ষা সপ্তাহৰ লগত সংগতি ৰাখি গুৱাহাটীৰ টিচি চৰকাৰী ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু সাতগাওঁ উচ্চ বিদ্যালয়ৰ প্ৰায় চাৰি শতাধিক ছাত্র-ছাত্ৰীৰ দ্বাৰা এক সমদল উলিয়াওৱা হয়।

‘বিদ্যালয়ৰ ওচৰত বাহনৰ গতি বেগ নিয়ন্ত্ৰণ কৰক’, ‘আপোনাৰ বাহনৰ গতিবেগ আমাৰ জীৱনৰ বাবে গুৰুত্বপূৰ্ণ’, ‘বাহনৰ গতিবেগ নিয়ন্ত্ৰণ কৰি আমাৰ ভবিষ্যত সুৰক্ষিত কৰক’, ‘বিদ্যালয়ৰ ওচৰত দ্বায়িত্ব সহকাৰে বাহন চলাওক’, ‘ছাত্র-ছাত্ৰীৰ বাবে পথ সুৰক্ষিত কৰি তোলক’ আদি শ্লোগান লিখা প্লেকাৰ্ড হাতে হাতে লৈ ছাত্ৰ-ছাত্ৰী সকলে সমদলত অংশ লয়।

student protest 1পৰিবহন মন্ত্ৰী শুক্লবৈদ্যলৈ প্ৰেৰণ কৰা পত্ৰখনত ছাত্র সমাজে কয়,বিদ্যালয় পূর্ণ গতিত চলি থকা সময়ত বিদ্যালয়ৰ দাঁতি কাষৰীয়া বাট পথত সৃষ্টি হোৱা ভয়াবহ যান-যটে ছাত্র-ছাত্ৰীৰ জীৱনৰ প্ৰতি তীব্ৰ ভাবুকিৰ সৃষ্টি কৰি আহিছে। এনে যান-যটে দুৰ্ঘটনাৰ আশংকা বহু পৰিমাণে বৃদ্ধি কৰে। গুৱাহাটীৰ বহু বিদ্যালয়ৰ কাষত উপযুক্ত ফুটপাথ আৰু জেব্ৰা ক্ৰছিংৰ ব্যৱস্থা নাই।

ফলত বাধ্যহৈ মূল পথেদি খোজ কাঢ়ি বিদ্যালয়লৈ অহা যোৱা কৰিব লাগে ছাত্ৰ-ছাত্ৰী সকলে। আন্তঃগাঁথনিৰ এনে অভাৱৰ ফলত ছাত্র-ছাত্ৰী সকলে পথত চলাচল কৰি থকা যান বাহনৰ পৰা যিকোনো মুহূৰ্তত বিপদত পৰাৰ আশংকা থাকে। গুৱাহাটীৰ অধিকাংশ বিদ্যালয়ৰ কাষত যান-বাহনৰ গতিবেগ নিয়ন্ত্ৰণৰ ব্যৱস্থা নাই। ফলত দুৰ্ঘটনাৰ আশংকা অধিক বৃদ্ধি হৈছে।

বিদ্যালয়লৈ অহা যোৱা সময়ত ব্যস্ত বাট-পথ পাৰ হোৱাৰত সহায় কৰিব পৰাকৈ ট্ৰেফিক সহায়কাৰীৰ ব্যৱস্থা থাকিলে দুৰ্ঘটনাৰ আশংকা হ্ৰাস পোৱাৰ লগতে ছাত্র-ছাত্ৰী সকলে নিৰাপদে পথ পাৰা-পাৰ হব পাৰে।

কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰামৰ সচিব অধিবক্তা অজয় হাজৰিকাই শিক্ষানুষ্ঠানৰ কাষৰ পথত যান-বাহনৰ গতিবেগ নিয়ন্ত্ৰণৰ কাৰণে উন্নত মানৰ স্পীড বেকাৰ, ছাত্ৰ-ছাত্ৰীয়ে যাতে নিৰাপদে বিদ্যালয়লৈ খোজ কাঢ়ি অহা-যোৱা কৰিব পাৰে বা পথ পাৰা-পাৰ হব পাৰে তাৰ বাবে উপযুক্ত পদপথ আৰু জেব্ৰা ক্ৰছিং, যান-বাহন নিয়ন্ত্ৰনৰ বাবে শিক্ষানুষ্ঠানৰ সন্মুখত উপযুক্ত ট্ৰেফিক চিগনেল আৰু সাংকেতিক চিহ্নি যুক্ত স্থায়ী চাইনবোৰ্ডৰ ব্যৱস্থা কৰি ছাত্র-ছাত্ৰীৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ দাবী জনায়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Guwahati TC SCHOOLRoad SafetyStudent Protest
publisher

publisher

Related Posts

বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক
News

April 25, 2026
Bokakhat Road Accident:বোকাখাতৰ মেথনিৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ বাইক আৰোহীৰ
News

Bokakhat Road Accident:বোকাখাতৰ মেথনিৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ বাইক আৰোহীৰ

April 25, 2026
বিজেপিত যোগদানৰ ২৪ ঘণ্টাৰ ভিতৰতে ৰাঘৱ চাড্ডাৰ ১০ লাখ ফ’ল’ৱাৰ হ্ৰাস
India

বিজেপিত যোগদানৰ ২৪ ঘণ্টাৰ ভিতৰতে ৰাঘৱ চাড্ডাৰ ১০ লাখ ফ’ল’ৱাৰ হ্ৰাস

April 25, 2026
Two prisoners died mysteriously in Nagaon: নগাঁৱৰ দুখনকৈ কাৰাগাৰত দুই কয়দীৰ ৰহস্যজনক মৃত্যু
News

Two prisoners died mysteriously in Nagaon: নগাঁৱৰ দুখনকৈ কাৰাগাৰত দুই কয়দীৰ ৰহস্যজনক মৃত্যু

April 25, 2026
Pakistan Petrol-Diesel Price Hike:পাকিস্তানত পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি
News

Pakistan Petrol-Diesel Price Hike:পাকিস্তানত পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি

April 25, 2026
অষ্ট্ৰেলিয়াৰ পথত অগ্ৰসৰ নৰৱে, ১৬ অনূর্ধ্ব বয়সৰ বাবে নিষিদ্ধ হ’ব সামাজিক মাধ্যম
News

অষ্ট্ৰেলিয়াৰ পথত অগ্ৰসৰ নৰৱে, ১৬ অনূর্ধ্ব বয়সৰ বাবে নিষিদ্ধ হ’ব সামাজিক মাধ্যম

April 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d