Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    18 Ft- Long giant Python Rescued in Tezpur:ভাৰতৰ ভিতৰত দ্বিতীয় সৰ্বোচ্চ দৈৰ্ঘৰ অজগৰ উদ্ধাৰ তেজপুৰত

    Auto Draft

    ২২ সংৰক্ষিত বনাঞ্চলৰ ভূমিৰ শ্ৰেণী পৰিৱৰ্তন

    ছিকিমত পুনৰ ভয়ংকৰ ভূমিস্খলন

    ছিকিমত পুনৰ ভয়ংকৰ ভূমিস্খলন

    Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত

    Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক

    চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Atul Bora : পাঁচ শতাধিক পশুপালকৰ অংশগ্ৰহণেৰে মালয়বাৰীত পশুপালক সজাগতা শিবিৰ

publisher by publisher
March 22, 2023
in Assam, India, News
Reading Time: 2 mins read
0
Atul Bora : পাঁচ শতাধিক পশুপালকৰ অংশগ্ৰহণেৰে মালয়বাৰীত পশুপালক সজাগতা শিবিৰ
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

Dergaon:দেৰগাঁৱৰ বাপুজী মন্দিৰত এহেজাৰ মানুহে পৰিবেশন কৰিলে সুধাকণ্ঠৰ কালজয়ী গীত ‘মানুহে মানুহৰ বাবে’

Inauguration of Tiyak Equal District Office :টীয়ক সম জিলাৰ আয়ুক্তৰ কাৰ্যালয় আনুষ্ঠানিক ভাৱে উদ্বোধন মন্ত্ৰী অতুল বৰাৰ 

Liquor shop permits suspended:অৱশেষত বিশ্ববিদ্যালয়ৰ সমীপত সুৰা বিপণীৰ অনুমতি স্থগিত

Atul Bora :

অসমৰ পশুপালন খণ্ডৰ উত্তৰণৰ হকে বিজ্ঞানসন্মত পশুপালনক অধিক জনমুখী কৰি তোলাৰ উদ্দেশ্যে ৰাজ্যখনৰ পশুপালন আৰু পশুচিকিৎসা বিভাগে এলানি বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে।

ADVERTISEMENT

ইয়াৰ অংশ হিচাপে আজি কামৰূপ মহানগৰ জিলাৰ মালয়বাৰীৰ মালৈক্ষেত্ৰত ৰাষ্ট্ৰীয় পশুধন অভিযান,
অসমৰ সৌজন্যত তথা অসম পশুধন উন্নয়ন অভিকৰণৰ উদ্যোগত এখনি পশুপালক সজাগতা শিবিৰ অনুষ্ঠিত হয়।

কামৰূপ মহানগৰ, মৰিগাঁও আৰু নগাঁও জিলাৰ পাঁচ শতাধিক পশুপালকে অংশগ্ৰহণ কৰা এই শিবিৰত উপস্থিত থাকি পশুপালন মন্ত্রী অতুল বৰাই কয় যে পশুপালনৰ জৰিয়তে সফলতা লাভ কৰিবলৈ হ’লে পশুপালক সকলে বিজ্ঞানসন্মত পশুপালনৰ যাৱতীয় প্রশিক্ষণ গ্ৰহণ কৰাটো অপৰিহাৰ্য।

কিয়নো প্রশিক্ষণ অবিহনে সঠিক ৰূপত বিজ্ঞানসম্মত পশুপালন কৰি আশাব্যঞ্জক উৎপাদন লাভ কৰা সম্ভৱ
নহয়। তাৰবাবে তেওঁ সাধাৰণ জনতাক পশুপালনৰ প্ৰতি সজাগ আৰু আগ্ৰহী কৰি তোলাৰ বাবে প্ৰচাৰ
আৰু প্ৰশিক্ষণত গুৰুত্ব আৰোপ কৰে।

লগতে মন্ত্ৰী বৰাই উল্লেখ কৰে যে পশুচিকিৎসা খণ্ডত অধিক কর্ম দক্ষতা বৃদ্ধিৰ বাবে চৰকাৰে অলপতে ১৬১ গৰাকী নতুনকৈ পশুচিকিৎসক নিযুক্তি দিছে আৰু পৰ্যায়ক্রমে ক্ষেত্র সহায়ক সকলৰ প্ৰশিক্ষণ তথা নিযুক্তি প্রক্রিয়া চলি আছে।

উক্ত শিবিৰৰ লগত সংগতি ৰাখি দুগ্ধ পাম আৰু কৃত্রিম প্রজনন বিষয়ক এখনি কাৰিকৰী সত্ৰ অনুষ্ঠিত কৰা হয়। সত্ৰত সমল ব্যক্তি হিচাপে উপস্থিত থাকে অসম পশুধন উন্নয়ন অভিকৰণৰ প্ৰবন্ধক ডাঃ মনোজ কুমাৰ গোস্বামী, বিভাগৰ সহকাৰী গৱেষণা বিষয়া ডাঃ উপেন কাকতি আৰু ৰাষ্ট্ৰীয় পশুধন অভিযান, অসমৰ সমন্বয়ক ডাঃ ছাৰহানা তৌফিক।

ইয়াৰ উপৰিও অনুষ্ঠানত এখনি প্ৰদৰ্শনীৰ আয়োজন কৰা হয় আৰু ইয়াত থলুৱা তথা বর্ণ সংকৰ জাতৰ
বিভিন্ন গাহৰি, ছাগলী, গৰু আদি প্ৰদৰ্শন কৰা হয়।

অনুষ্ঠানত মালয়বাৰী গাঁও পঞ্চায়তৰ সভাপতি পবিত্র কুমাৰ দাস, সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ সভাপতি ৰঞ্জিত শৰ্মা আৰু ৰাষ্ট্ৰীয় পশুধন অভিযান,অসমৰ ন’ডেল বিষয়া ডাঃ বাজৰউল ইছলামৰ লগতে বিভাগৰ ভালেমান বিষয়া উপস্থিত থাকে।

অনুষ্ঠানটিৰ আঁত ধৰে ৰাষ্ট্ৰীয় পশুধন অভিযান, অসমৰ সমন্বয়ক ডাঃ অৱণী কুমাৰ চৌধুৰীয়ে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Kamrup MaloyabariMinister Atul Bora
publisher

publisher

Related Posts

ইৰানৰ পাঁচখন তৈলবাহী জাহাজ ধ্বংসৰ প্ৰত্যুত্তৰত মার্কিন ঘাটিত আক্রমণ
International

ইৰানৰ পাঁচখন তৈলবাহী জাহাজ ধ্বংসৰ প্ৰত্যুত্তৰত মার্কিন ঘাটিত আক্রমণ

September 10, 2026
18 Ft- Long giant Python Rescued in Tezpur:ভাৰতৰ ভিতৰত দ্বিতীয় সৰ্বোচ্চ দৈৰ্ঘৰ অজগৰ উদ্ধাৰ তেজপুৰত
Assam

18 Ft- Long giant Python Rescued in Tezpur:ভাৰতৰ ভিতৰত দ্বিতীয় সৰ্বোচ্চ দৈৰ্ঘৰ অজগৰ উদ্ধাৰ তেজপুৰত

September 10, 2026
Auto Draft
Assam

২২ সংৰক্ষিত বনাঞ্চলৰ ভূমিৰ শ্ৰেণী পৰিৱৰ্তন

September 10, 2026
ছিকিমত পুনৰ ভয়ংকৰ ভূমিস্খলন
India

ছিকিমত পুনৰ ভয়ংকৰ ভূমিস্খলন

September 10, 2026
Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত
Assam

Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত

September 9, 2026
Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক
Assam

Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক

September 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d