Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

Weight Loss Tips : ওজন বৃদ্ধি হ’লেই হৃদৰোগৰ আশংকা বৃদ্ধি হয়!

৬০ বছৰৰ পাছত ওজন নিয়ন্ত্ৰণ কৰিবলৈ কি কি কৰিব ?

publisher by publisher
March 23, 2023
in Lifestyle, Health
Reading Time: 2 mins read
0
Weight Loss Tips : ওজন বৃদ্ধি হ’লেই হৃদৰোগৰ আশংকা বৃদ্ধি হয়!
4
SHARES
36
VIEWS
ShareShareShareShare

Weight Loss Tips :

এটা বয়সৰ পাছত, শৰীৰৰ বিপাকীয় হাৰ তুলনামূলকভাৱে যথেষ্ট হ্ৰাস হয়। গতিকে হঠাৎ ওজন বৃদ্ধি হোৱাৰ আশংকা থাকে। ওজন বৃদ্ধি হোৱাৰ লগে লগেই ভৰিৰ ওপৰত অতিৰিক্ত চাপ সৃষ্টি হয় ।

ADVERTISEMENT

গাঁঠিবোৰত আৰম্ভ হয় বিষ । বৃদ্ধি হোৱা ওজনৰ বাবে কলেষ্টেৰল, হৃদৰোগ আৰু কিডনিৰ সমস্যাৰ প্ৰৱণতা বৃদ্ধি পাব পাৰে ।সেয়েহে ৬০ বছৰ বয়সৰ পাছতো, ওজন নিয়ন্ত্ৰণত ৰখাটো অতি গুৰুত্বপূৰ্ণ।

RelatedPosts

জিমলৈ যাওক, কিন্তু সাৱধান…

Weight Loss : ১৫২ ওজন হ্ৰাস কৰি কেনেকৈ মডেল হ’ল এইগৰাকী যুৱতী ?

Weight Loss Tips : দ্ৰুত ওজন কমাব এই তিনি পানীয় -এ

কিন্তু এটা বয়সৰ পাছত, মানুহে ওজন হ্ৰাস কৰাৰ আশা প্ৰায় এৰি দিয়ে। ২০,৩০ আৰু ৪০ বছৰ বয়সৰ লোকসকলে যিমান পাৰে সিমান সহজে ওজন হ্ৰাস কৰিব পাৰে, ৬০ ৰ পাছত, ই যথেষ্ট কঠিন হৈ পৰে।

কাৰণ তেওঁলোকৰ বাবে অত্যাধিক কঠোৰ পৰিশ্ৰম কৰি ওজন হ্ৰাস কৰা সম্ভৱ নহয় । তেঁওলোকে এনে ব্যায়াম কৰিব নোৱাৰি য’ত তেঁওলোকৰ হাড়ৰ ওপৰত চাপ পৰে ।

কিন্তু ৬০ বছৰ পাছতো আপুনি ওজন হ্ৰাস কৰা সম্ভৱ। এই বয়সত কিছুমান সৰল ব্যায়ামে আপোনাক ওজন হ্ৰাস কৰাত সহায় কৰিব । সেইবোৰ হ’ল

(১) খোজ কঢ়া : এটা বয়সৰ পাছত, হঠাতে দৌৰিলে হাড়ৰ সংযোগস্থলত চাপ পৰিব পাৰে। আঘাত বা দুৰ্ঘটনাৰ আশংকাও বৃদ্ধি হয়। কিন্তু খোজ কঢ়া তুলনামূলকভাৱে সুৰক্ষিত। খোজ কঢ়াটো এই বয়সত সৰ্বশ্ৰেষ্ঠ কাৰ্ডিঅ’ ব্যায়াম। প্ৰতিদিনে আধা ঘণ্টা খোজ কাঢ়িলে বহুতো শাৰীৰিক সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে।

walking benefits seniors 7(২) পাইলেটছ : যিকোনো আঘাতত আৰোগ্য হোৱাৰ সৰ্বশ্ৰেষ্ঠ উপায় হৈছে পাইলেটছ । নিয়মীয়া পাইলেটছ কৰিলে শৰীৰৰ ওপৰত নিয়ন্ত্ৰণ বৃদ্ধি হয় আৰু লগতে ডিঙি-পিঠিৰ বিষৰ দৰে সমস্যা হ্ৰাস হয়।

all pilatesover50 shutterstock(৩) বডীৱেট ৱৰ্কআউট : এটা বয়সৰ পাছত অতি গধুৰ ওজন উঠোৱাৰ ক্ষমতা হ্ৰাস হয় । কিন্তু বডীৱেট ৱৰ্কআউট সুৰক্ষিতভাৱে কৰিব পাৰি। স্কোয়াট, লাঞ্জেছ বা ক্ৰাঞ্চ নিয়মীয়াকৈ কৰিব পাৰি।

AdobeStock 233158793 816x520 1(৪) আহাৰৰ ওপৰত গুৰুত্ব দিয়ক : এই সময়ত, আহাৰৰ প্ৰতি অতিৰিক্ত মনোযোগ দিব লাগে। প্ৰ’টিন সমৃদ্ধ খাদ্যবোৰ আহাৰত উচ্চ ৰাখিব লাগে। আহাৰত যিমান কম চেনী আৰু চৰ্বিযুক্ত খাদ্য ৰাখে, সিমানেই ভাল।

images 9(৫) পৰ্যাপ্ত টোপনি : ওজন হ্ৰাস কৰিবলৈ, আপুনি দিনে সাতৰ পৰা আঠ ঘণ্টা শুব লাগিব। অধিক বয়সত ওজন অতি দ্ৰুত কৰা কঠিন ! এই সময়ত লাহে লাহে ওজন হ্ৰাস কৰাই ভাল। বহুসময়ত বেলেগ ধৰণে চেষ্টা কৰাৰ পাছতো ওজন হ্ৰাস কৰা সম্ভৱ নহয়, তেনে ক্ষেত্ৰত, নিৰাশ নহ’ব, চেষ্টা অব্যাহত ৰাখক।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: TipsWeight Loss
publisher

publisher

Related Posts

ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়
Lifestyle

April 23, 2026
ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি
Lifestyle

ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

April 22, 2026
পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ
Lifestyle

পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

April 21, 2026
গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?
Lifestyle

গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

April 21, 2026
আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?
Lifestyle

আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

April 20, 2026
ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক
Lifestyle

ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

April 18, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d