Assam Cm-Meghalaya Cm Joint Meeting In Koinadhara:মহানগৰীৰ কইনাধৰা ৰাজ্যিক অতিথিশালাত সম্পন্ন

অসম - মেঘালয়ৰ মুখ্যমন্ত্ৰী পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হ’ব বৈঠক, বৈঠকত চূড়ান্ত হয় বিবদমান অঞ্চলৰ ভ্ৰমণৰ সময়সূচী

koinadhara

Assam Cm-Meghalaya Cm Joint Meeting In Koinadhara:

অসম-মেঘালয় সীমা বিবাদক লৈ আজি মহানগৰীৰ কইনাধৰা ৰাজ্যিক অতিথিশালাত মুখ্যমন্ত্ৰী পৰ্যায়ৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় ।

পুৱা এঘাৰ বজাৰৰ আৰম্ভ হোৱা বৈঠক অংশ গ্ৰহণ কৰে অসমৰ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰতিবেশী ৰাজ্যৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই

কে’বাঘন্টা যোৰা বৈঠকত কে’বাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ ছয়টা বিবাদমান অঞ্চলক লৈ বৈঠকত খৰচি মাৰি আলোচনাৰ অন্তত জুলাইত ছয়টা অঞ্চলক লৈ পুনৰ আলোচনাৰ সহমতপোষন কৰে

। ইয়াৰোপৰি জুনত কাৰ্বি আংলং সীমান্ত অঞ্চল আৰু জয়ন্তীয়া হিলছৰ সীমা পৰিদৰ্শন কৰাৰ সিদ্ধান্ত লয় বৈঠকে ৷ বৈঠকত মন্ত্ৰীত্ৰয় চন্দ্ৰমোহন পাটোৱাৰী,জয়ন্তমল্ল বৰুৱা আৰু পীযুষ হাজৰিকাও উপস্থিত থাকে ৷

উল্লেখ্য যে,কিছদিন পূৰ্বে কাৰ্বি আংলং সীমান্ত সংঘটিত হৈছিল তীব্ৰ উত্তেজনা

Exit mobile version