Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

    তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি

    গহপুৰ-নুমলীগড়ৰ প্ৰস্তাৱিত সুৰংগ নিৰ্মাণৰ বাবে নিবিদা আহ্বান ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ

    আৰক্ষী- চিআৰপিএফ আৰু অসম ৰাইফলছৰ যৌথ অভিযানত মণিপুৰৰ জিৰিবামত ৮০ কোটি টকাৰ ড্ৰাগছ জব্দ

    মিত্রতা ভংগৰ পিছতে কংগ্ৰেছৰ বিৰুদ্ধে ধাৰাবাহিক বিস্ফোৰণ ৰাইজৰ দলৰ

    সূর্যোদয়ৰ দেশত ১৪ হেজাৰ ভালুক গুলীয়াই বধ আৰু ৮,৮০০ক হত্যাৰ পৰিকল্পনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

মেঘালয়ৰ উপ-মুখ্যমন্ত্ৰীৰ স’তে অসম-মেঘালয়ৰ সীমান্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ

publisher by publisher
October 9, 2021
in Assam, News
Reading Time: 1 min read
0
মেঘালয়ৰ উপ-মুখ্যমন্ত্ৰীৰ স’তে অসম-মেঘালয়ৰ সীমান্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ
3
SHARES
25
VIEWS
ShareShareShareShare

RelatedPosts

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

Meghalaya CM :আইন হাতত লোৱাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থাৰ সকীয়নি মুখ্যমন্ত্রী চাংমাৰ

শ্বিলঙত অসমৰ ১৫খনকৈ পৰ্যটকৰ বাহন ভঙাক লৈ উত্তপ্ত পৰিস্থিতি যোৰাবাটত

অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী শ্ৰী পীযুষ হাজৰীকাই আজি বিধায়ক অতুল বৰা, কামৰূপ মেট্ৰ’ জিলাৰ উপায়ুক্ত আৰু উচ্চপদস্থ বিষয়াসকলক লগত লৈ মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী শ্ৰী প্ৰেষ্টেন টিনচং আৰু ৰাজ্যখনৰ উচ্চপদস্থ বিষয়াসকলৰ স’তে কামৰূপ মেট্ৰ’ জিলাৰ অন্তৰ্গত অসম-মেঘালয়ৰ বিবাদমান সীমান্ত অঞ্চল ভ্ৰমণ কৰে আৰু স্থানীয় বাসিন্দাসকলৰ মতামত গ্ৰহণ কৰে ।

ADVERTISEMENT

অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মন্ত্ৰী শ্ৰী পীযুষ হাজৰীকাই শেহতীয়াকৈ শ্বিলঙত মেঘালয়ৰ উপ-মুখ্যমন্ত্ৰীৰে এক আলোচনা কৰি অহাৰ পাছত উক্ত বৈঠকৰ সিদ্ধান্ত অনুসৰিয়েই দুইখন ৰাজ্যৰ মন্ত্ৰী-বিধায়ক তথা বিষয়াৰ গোটে আজি বৰপথাৰ, পিলিংকতা, দুই নং খানাপাৰা, মাইখুলি, দক্ষিণ গণেশনগৰ, পাটৰকুচী আদি সীমান্ত অঞ্চল পৰিভ্ৰমণ কৰি স্থানীয় নাগৰিকৰ স’তে মত বিনিময় কৰে ।

অসম মেঘালয়ৰ প্ৰত্যেক গৰাকী বাসিন্দাক ভাই ককাই বুলি উল্লেখ কৰি মন্ত্ৰী শ্ৰী পীযুষ হাজৰীকাই কয় যে সীমান্তক লৈ ৰাজ্য দুখনৰ চৰকাৰে কোনো পধ্যেই সংঘাত সৃষ্টি হোৱাটো নিবিচাৰে আৰু তাৰ বাবেই দুইখন ৰাজ্যৰ মন্ত্ৰী-বিধায়ক তথা বিষয়াৰ গোটে যুটীয়াভাৱে আজি সীমান্ত অঞ্চলত স্থানীয় বাসিন্দাৰ মনৰ বুজ লবলৈ আহিছে ।

আনহাতে মানুহৰ মনৰ বুজ লোৱাৰ লগতে প্ৰশাসনীয় সুবিধা, উন্নয়ন আদি কেইবাটাও দিশ পৰ্যবেক্ষণ কৰি ৰাজ্য দুখনৰ মুখ্যমন্ত্ৰীক এক প্ৰতিবেদন দাখিল কৰিব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে স্থায়ী সীমা নিৰ্ধাৰণৰ ক্ষেত্ৰত ৰাজ্য দুখনৰ মুখ্যমন্ত্ৰী দুজনেহে চুড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব ।

আজি পৰিদৰ্শন কৰা অঞ্চলকেইটাত বহুত বেছি একো সীমা সংক্ৰান্তীয় সমস্যা অথবা পাৰ্থক্য নাই বুলি মন্তব্য কৰি মন্ত্ৰী গৰাকীয়ে কয় যে এই পাৰ্থক্যখিনি ভালদৰে আলোচনা কৰিলেই এটা সিদ্ধান্তত উপনীত হ’ব পৰা যাব আৰু দুয়োখন চৰকাৰে এটা স্থায়ী সমাধান কৰিবলৈ সক্ষম হ’ব ।

আজিৰ ৰাজ্য দুখনৰ উচ্চ পৰ্যায়ৰ যুটীয়া পৰিদৰ্শনত মেঘালয় চৰকাৰক প্ৰতিনিধিত্ব কৰা ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী শ্ৰী প্ৰেষ্টেন টিনচঙে পৰিদৰ্শনৰ অন্তত উপস্থিত সাংবাদিকৰ আগত নিজৰ মন্তব্য প্ৰকাশ কৰি কয় যে দিনটোত এনেদৰে অসমৰ এজন কেবিনেট মন্ত্ৰীৰ সৈতে সীমান্ত অঞ্চল পৰিদৰ্শন কৰি তেওঁ অত্যন্ত সুখী আৰু এই ক্ষেত্ৰত তেঁও অসম চৰকাৰৰ লগতে মন্ত্ৰী শ্ৰী পীযুষ হাজৰীকাক কৃতজ্ঞতা প্ৰকাশ কৰে ।

আনহাতে সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত সীমা অঞ্চল এনেদৰে পৰিদৰ্শন কৰাটো খুবেই গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে আৰু এবাৰ আন এটা সীমা অঞ্চল পৰিদৰ্শন কৰি তেঁওলোকে প্ৰতিবেদন দাখিল কৰিব আৰু ইয়াৰ ওপৰত ভিত্তি কৰি চুড়ান্ত সিদ্ধান্ত ৰাজ্য দুখনৰ মুখ্যমন্ত্ৰী দুগৰাকীয়ে গ্ৰহণ কৰিব |

উল্লেখযোগ্য যে অসমৰ মুখ্যমন্ত্ৰীৰ আসনত অধীস্থিত হোৱাৰ পাছতে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই চুবুৰীয়া ৰাজ্যবোৰৰ স’তে থকা সীমা সমস্যাৰ সমাধানত প্ৰাধান্য দি আলোচনাৰ মাজেৰে এই সমস্যা সমাধানৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে ।

এই অনুসৰিয়েই শেহতীয়াকৈ কেবিনেট মন্ত্ৰী তথা ৰাজ্য চৰকাৰৰ মুখপাত্ৰ শ্ৰী পীযুষ হাজৰীকাৰ অধ্যক্ষতাত স্থানীয় বিধায়ক, জিলা উপায়ুক্ত আৰু আৰক্ষী আয়ুক্তক লৈ মেঘালয়ৰ ৰি-ভই জিলাৰ সৈতে থকা অসমৰ সীমা পাৰ্থক্য সমাধানৰ বাবে এখন বিশেষ সমিতি গঠন কৰি দিয়া হৈছিল ।

সমিতিখন গঠন কৰাৰ পাছতে মন্ত্ৰী শ্ৰী পীযুষ হাজৰীকাৰ নেতৃত্বত সমিতিৰ সদস্যসকলে বিগত চাৰি অক্টোবৰত মেঘালয়ৰ শ্বিলঙত ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰীৰ স’তে এক বৈঠকত মিলিত হৈছিল আৰু মুখ্যমন্ত্ৰী শ্ৰী কনৰাড চাংমাকো সৌহাদ্যমূলক সাক্ষাত কৰিছিল ।

আনহাতে আজি সীমান্ত অঞ্চল পৰিদৰ্শন কৰাৰ বাবে কালিয়েই (শুকুৰবাৰে) গুৱাহাটীত উপস্থিত হোৱা মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী শ্ৰী প্ৰেষ্টেন টিনচঙ, বিধায়ক আৰু উচ্চ পদস্থ বিষয়াসকলৰ স’তে সন্ধ্যা সাত বজাত আন এখন বিশেষ বৈঠকত মিলিত হৈছিল মন্ত্ৰী শ্ৰী পীযুষ হাজৰীকা ।

মন্ত্ৰী গৰাকীয়ে আজিৰ সীমান্ত অঞ্চল পৰিদৰ্শনৰ অন্তত অসম আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী দুগৰাকীক বিশেষভাৱে কৃতজ্ঞতা জনোৱাৰ লগতে পৰিদৰ্শনকালত উপস্থিত থকা ৰাজ্য দুখনৰ মন্ত্ৰী-বিধায়ক তথা বিষয়াসকলকো ধন্যবাদ প্ৰদান কৰে আৰু আশা কৰে যে দীৰ্ঘদিন ধৰি চলি থকা সীমা পাৰ্থক্য আলোচনাৰ মাজেৰে অতি সোনকালেই নোহোৱা কৰিব পৰা যাব |

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamMEGHALAYA
publisher

publisher

Related Posts

চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা
Assam

September 3, 2026
তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি
Assam

তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি

September 3, 2026
গহপুৰ-নুমলীগড়ৰ প্ৰস্তাৱিত সুৰংগ নিৰ্মাণৰ বাবে নিবিদা আহ্বান ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ
Assam

গহপুৰ-নুমলীগড়ৰ প্ৰস্তাৱিত সুৰংগ নিৰ্মাণৰ বাবে নিবিদা আহ্বান ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ

September 3, 2026
আৰক্ষী- চিআৰপিএফ আৰু অসম ৰাইফলছৰ যৌথ অভিযানত মণিপুৰৰ জিৰিবামত ৮০ কোটি টকাৰ ড্ৰাগছ জব্দ
Assam

আৰক্ষী- চিআৰপিএফ আৰু অসম ৰাইফলছৰ যৌথ অভিযানত মণিপুৰৰ জিৰিবামত ৮০ কোটি টকাৰ ড্ৰাগছ জব্দ

September 3, 2026
মিত্রতা ভংগৰ পিছতে কংগ্ৰেছৰ বিৰুদ্ধে ধাৰাবাহিক বিস্ফোৰণ ৰাইজৰ দলৰ
Assam

মিত্রতা ভংগৰ পিছতে কংগ্ৰেছৰ বিৰুদ্ধে ধাৰাবাহিক বিস্ফোৰণ ৰাইজৰ দলৰ

September 3, 2026
সূর্যোদয়ৰ দেশত ১৪ হেজাৰ ভালুক গুলীয়াই বধ আৰু ৮,৮০০ক হত্যাৰ পৰিকল্পনা
International

সূর্যোদয়ৰ দেশত ১৪ হেজাৰ ভালুক গুলীয়াই বধ আৰু ৮,৮০০ক হত্যাৰ পৰিকল্পনা

September 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d