Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান

    আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান

    যুদ্ধৰ বাবে দুদিনৰ বাবে বন্ধ থাকিব নেকি ATM? জানি লওক সবিশেষ 

    কেৰালাত পুনৰ নিপাহ ভাইৰাছ, এইবাৰ আক্ৰান্ত ৪২ বছৰীয়া এগৰাকী মহিলা

    জৰুৰীকালীন অৱস্থাত ক্ষমতা প্ৰয়োগ কৰক, ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে শ্বাহৰ বাৰ্তা

    বাজপেয়ী ভৱন-ৰাজীৱ ভৱনত শীৰ্ষ নেতৃত্বৰ সাক্ষাৎ বিচাৰি পাৰ্থিত্ব প্রত্যাশী-সমর্থকৰ ভিৰ

    State Bjp President Dilip Saikia:ড: হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তিত ৰাজ্যিক বিজেপিৰ অভিনন্দন

    Debabrata Saikia:ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুঁজিলৈ ৩০ হাজাৰ টকা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Pm Narendra Modi To Open New Parliament Building:বৈদিক ৰীতিনীতি অনুসৰি উদ্বোধন কৰা হ’ল দেশৰ নতুন সংসদ ভৱন

উদ্বোধন কৰিলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে, অনুষ্ঠান বৰ্জন কৰিলে বিৰোধী দলে

publisher by publisher
May 28, 2023
in India, News
Reading Time: 2 mins read
0
Pm Narendra Modi To Open New Parliament Building:বৈদিক ৰীতিনীতি অনুসৰি উদ্বোধন কৰা হ’ল দেশৰ নতুন সংসদ ভৱন
2
SHARES
23
VIEWS
ShareShareShareShare

Pm Narendra Modi To Open New Parliament Building:

বিৰোধী দলসমূহৰ নেতৃত্বই বৰ্জন কৰিলেও দেওবাৰে নিৰ্ধাৰিত সূচী অনুসৰি বিভিন্ন আগশাৰীৰ ব্যক্তি, ধৰ্মীয় মুৰব্বী আৰু ৰাজনৈতিক নেতাসকলৰ উপস্থিতিত সম্পূৰ্ণ বৈদিক ৰীতিনীতি অনুসৰি উদ্বোধন কৰা হ’ল দেশৰ নতুন সংসদ ভৱন।
উদ্বোধন কৰিলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

ADVERTISEMENT

উল্লেখ্য যে অনুষ্ঠানলৈ ৰাষ্ট্ৰপতিক আমন্ত্ৰণ নকৰি চৰকাৰে পৰম্পৰা ভংগ কৰাৰ অভিযোগ তুলি ইতিমধ্যে বিৰোধী তীব্র সমালোচনাত সৰৱ হৈ পৰিছে।

RelatedPosts

নির্মাণ আৰু পৰীক্ষা সমাপ্ত, অহা ১৯ এপ্ৰিলত প্রধানমন্ত্রী মোদীয়ে উদ্বোধন কৰিব বিশ্বৰ সর্বোচ্চ ৰেলসেতু

PM Narendra Modi’s visit to Russia:ৰাছিয়া- ইউক্ৰেইন যুদ্ধৰ মাজতে প্ৰধানমন্ত্ৰী মোদীৰ ৰাছিয়া ভ্ৰমণ

PM Modi:যিবোৰ বিষয় চর্চালৈ নাহিল

modi4অৱশ্যে বিৰোধী দলসমূহৰ নেতৃত্বই বৰ্জন কৰিলেও আজি নিৰ্ধাৰিত সূচী অনুসৰি বিভিন্ন আগশাৰীৰ ব্যক্তি, ধৰ্মীয় মুৰব্বী আৰুৰাজনৈতিক নেতাসকল উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে।

মনকৰিবলগীয়া যে, লোকসভাৰ অধ্যক্ষৰ চকীৰ আসনৰ কাষত ব্ৰিটিছৰ পৰা ভাৰতলৈ ক্ষমতা হস্তান্তৰৰ প্ৰতীক ছেংগল স্থাপন কৰা হয়। এই উপলক্ষে আজি পুৱাৰে পৰাএখন সর্বধর্ম প্রার্থনা সভাও অনুষ্ঠিত হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধনী অনুষ্ঠানত ২৫ পইচাৰ বিশেষ মুদ্ৰা মুকলি কৰে।

স্মতৰ্ৱ্য যে,নতুন সংসদ ভৱন নিৰ্মাণত দেশৰ বিভিন্ন ৰাজ্যৰ বিশেষ উপকৰণ সংগ্ৰহ কৰা হৈছিল । সেই অনুসৰি নাগপুৰৰ চেগুন কাঠৰ পৰা আৰম্ভ কৰি উত্তৰ প্ৰদেশৰ মির্জাপুৰৰ পৰা অনা কার্পেট আদি সকলো আছে নতুন সংসদ ভৱনত। দেশজুৰি বিভিন্ন ৰাজ্যৰ আগশাৰীৰ শিল্পীসকলক এই কামত নিয়োজিত কৰা হৈছে।

এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ ধাৰণাক তুলি ধৰিবলৈ এই সিদ্ধান্ত লোৱা হৈছে বুলি সূত্ৰত প্ৰকাশ। উদাহৰণ হিচাপে ৰাজস্থানৰ সৰমথুৰাৰ পৰা ৰঙা আৰু বগা মাৰ্বল পাথৰ আদি ব্যৱহাৰ কৰা হৈছে। ইয়াত ব্যৱহাৰ কৰা চেগুন কাঠ অনা হৈছে মহাৰাষ্ট্ৰৰ নাগপুৰৰ পৰা। সংসদৰ দলিচাসমূহ উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰৰ পৰা অনা হৈছে।

modi3উদয়পুৰৰ পৰা সেউজীয়া মাৰ্বল পাথৰ, আজমিৰৰ পৰা ৰঙা গ্ৰেণাইট পাথৰ আৰু ৰাজস্থানৰ আমবাজিৰ পৰা অনা হৈছে বগা মাৰ্বল পাথৰ । আনহাতে, নতুন সংসদ ভৱনৰ লোকসভা আৰু ৰাজ্যসভাৰ ‘ফল্‌ছ চিলিং নিৰ্মাণত ব্যৱহৃত ইস্পাতসমূহ কেন্দ্রীয় শাসিত অঞ্চল দমন আৰু ডিউৰ পৰা অনা হৈছে।

একেদৰে নতুন সংসদ ভৱনৰ অশোক স্তম্ভত ব্যৱহৃত সামগ্ৰীসমূহ মহাৰাষ্ট্ৰৰ ঔৰংগবাদ আৰু ৰাজস্থানৰ জয়পুৰৰ পৰা অনা হৈছে। ইয়াৰ বাবে প্ৰয়োজনীয় বালি হাৰিয়ানাৰ ছৰখি দাদৰিৰ পৰা অনা হৈছে আৰু ইটা অনা হৈছে উত্তৰ প্ৰদেশ আৰু হাৰিয়ানাৰ পৰা।

উল্লেখযোগ্য নতুন সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠানত কংগ্ৰেছকে ধৰি কেইবাটাও বিৰোধী দলে উদ্বোধনী বিৰোধিতা কৰিছিল। আনহাতে এন ডি এৰ অংশীদাৰসকলে ইয়াক সমৰ্থন কৰিছে। একে সময়তে, পাঁচটা অ-ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁট (এন ডি এ) দল আছে যিয়ে অনুষ্ঠানটোত অংশগ্ৰহণ কৰিছে।

২০ টাতকৈও অধিক বিৰোধী দলে এই উদ্বোধনী অনুষ্ঠানটো বৰ্জন কৰাৰ সিদ্ধান্ত লৈ তেওঁলোকে মন্তব্য প্ৰকাশ কৰি কৈছিল যে, নতুন সংসদ ভৱনটো ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ দ্বাৰা উদ্বোধন কৰা উচিত আছিল।

আজি ঐতিহাসিক সংসদৰ নতুন ভৱন উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে শাসকীয় ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ দলসমূহৰ ভিতৰত ভাৰতীয় জনতা পাৰ্টিৰ ৩৯৪ জন সাংসদ, শিৱসেনা (একনাথ শিন্দে গোট)ৰ ১৫ জন সাংসদ, নেচনেল পিপলছ পাৰ্টি, মেঘালয়ৰ ২জন, নেচনেলিষ্ট ডেমক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টিৰ ১জন, ছিকিম ক্ৰান্তিকাৰী মৰ্চাৰ ১ জন ,জননায়ক জনতা পাৰ্টি ১,এ আই ডি এম কেৰ ৫ জন, আই এম কে এম কে আৰু আজছুৰ ১ জনকৈ ,আৰ পি আইৰ (আঠৱালে)১ জন ,মিজো নেচনেল ফ্ৰণ্টৰ ২ জন, তামিল মানিলা কংগ্ৰেছৰ ১ জন , পাট্টালি মাক্কাল কাচ্চিৰ ১জন,মহাৰাষ্ট্ৰবাদী গোমন্তক পাৰ্টি,
আপনা দলৰ ২ জন, সাংসদ,অসম গণ পৰিষদৰ ১ জন সাংসদ উপস্থিত থকাৰ বিপৰীতে এন ডি এক সমৰ্থন কৰি উপস্থিত থাকে লোক জনশক্তি পাৰ্টি (ৰাম বিলাস)ৰ ১ জন সাংসদ, বিজু জনতা দলৰ ২১ জন, বহুজন সমাজ পাৰ্টিৰ ১০ জন, তেলেগু দেশম পাৰ্টিৰ ৪ জন, ৱাই এছ আৰ চি পিৰ ৰ ৩১ জন সাংসদ ৷

modi2আনহাতে অনুষ্ঠান বৰ্জন কৰা বিৰোধী দল সমূহ হ’ল কংগ্ৰেছৰ ৮১ জন সাংসদ,ডি এম কেৰ ৩৪ , শিৱসেনা-ইউবিটিৰ ৭ জন সাংসদ, আম আদমী পাৰ্টিৰ ১১ জন ,সমাজবাদী পাৰ্টিৰ ৬ জন,চি পি আইৰ ৪ জন, জে এম এমৰ ২জন , কেৰালা কংগ্ৰেছ-মণিৰ ২ জন, বিদুথালাই চিৰুথিগাল কাচ্চিৰ ১ জন ,ৰাষ্ট্ৰীয় লোক দলৰ ১ জন,তৃণমূল কংগ্ৰেছৰ ৩৫ জন ,জনতা দল (ইউনাইটেড)ৰ ২১ জন ,এন চি পিৰ ৯ জন ,চি পি আই এমৰ ৮, আৰ জে ডিৰ ৬ জন, আই ইউএম এলৰ৪ জন ,সাংসদ
নেচনেল কনফাৰেন্সৰ ৩ জন , আৰএছ পিৰ ১ ,এম ডি এম কেৰ ১ জন আৰু এই এআই এম আই এম ৰ ২জন সাংসদ৷
উল্লেখ্য যে,নতুন সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠানত দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ,কে’বা গৰাকী প্ৰাক্তন প্ৰধানমন্ত্ৰী , প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ,সেনা বাহিনীৰ তিনিও শাখাৰ মুৰব্বী ,বিভিন্ন দেশৰ ৰাষ্ট্ৰদূত উপস্থিত থাকে ৷

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Nee Parliamant Building OpenPM Narendra Modi
publisher

publisher

Related Posts

আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান
India

আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান

May 9, 2025
যুদ্ধৰ বাবে দুদিনৰ বাবে বন্ধ থাকিব নেকি ATM? জানি লওক সবিশেষ 
India

যুদ্ধৰ বাবে দুদিনৰ বাবে বন্ধ থাকিব নেকি ATM? জানি লওক সবিশেষ 

May 9, 2025
কেৰালাত পুনৰ নিপাহ ভাইৰাছ, এইবাৰ আক্ৰান্ত ৪২ বছৰীয়া এগৰাকী মহিলা
India

কেৰালাত পুনৰ নিপাহ ভাইৰাছ, এইবাৰ আক্ৰান্ত ৪২ বছৰীয়া এগৰাকী মহিলা

May 9, 2025
জৰুৰীকালীন অৱস্থাত ক্ষমতা প্ৰয়োগ কৰক, ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে শ্বাহৰ বাৰ্তা
India

জৰুৰীকালীন অৱস্থাত ক্ষমতা প্ৰয়োগ কৰক, ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে শ্বাহৰ বাৰ্তা

May 9, 2025
বাজপেয়ী ভৱন-ৰাজীৱ ভৱনত শীৰ্ষ নেতৃত্বৰ সাক্ষাৎ বিচাৰি পাৰ্থিত্ব প্রত্যাশী-সমর্থকৰ ভিৰ
News

State Bjp President Dilip Saikia:ড: হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তিত ৰাজ্যিক বিজেপিৰ অভিনন্দন

May 9, 2025
Debabrata Saikia:ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুঁজিলৈ ৩০ হাজাৰ টকা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ
News

Debabrata Saikia:ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুঁজিলৈ ৩০ হাজাৰ টকা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ

May 9, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d