Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    ‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Memorandum Handed Over To Chief Electoral Officer:১১ টা বিৰোধী দলে ৰাজ্যিক মুখ্য নির্বাচনী বিষয়াক দিলে স্মাৰক পত্ৰ

২০০১ ৰ লোকপিয়লৰ ভিত্তিত আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী,ঘোষণা অবিহণে মানি লোৱা নহ'ব সমষ্টি পুনৰনিৰ্ধাৰণ

publisher by publisher
May 6, 2023
in Assam, India, News
Reading Time: 2 mins read
0
Memorandum Handed Over To Chief Electoral Officer:১১ টা বিৰোধী দলে ৰাজ্যিক মুখ্য নির্বাচনী বিষয়াক দিলে স্মাৰক পত্ৰ
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া

Assam State Election Commission press conference in Janata bhawan: জনতা ভৱনত অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ সংবাদমেল

Asomiya Yuva Mancha:জনতা ভৱনৰ সমীপত অসমীয়া যুৱ মঞ্চ আৰু অসমীয়া মহিলা মঞ্চৰ বিক্ষোভ কাৰ্যসূচী

Memorandum Handed Over To Chief Electoral Officer:

কংগ্ৰেছৰ উদ্যোগত ৰাজ্যত একত্ৰিত হোৱা ১১ টা বিৰোধী ৰাজনৈতিক দলে আজি জনতা ভৱনত ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়াক সাক্ষাৎ কৰি দীৰ্ঘ সময় অসমৰ সমষ্টি পুনৰনিৰ্ধাৰণ সম্পৰ্কত বিস্তৃতভাৱে আলোচনা কৰি ২০০১ চনৰ লোকপিয়লৰ ভিত্তিত আৰু চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী ঘোষণা অবিহণে কোনো কাৰণতে অসমত সমষ্টি পুনৰনিৰ্ধাৰণ প্ৰক্ৰিয়া মানি লোৱা নহ’ব বুলি স্পষ্ট কৰি দিয়ে।

ADVERTISEMENT

ৰাজ্যৰ ১১ টা ৰাজনৈতিক দলৰ মুঠ ১৫ গৰাকী নেতাৰ প্ৰতিনিধি দলটোৱে এখন সুদীৰ্ঘ স্মাৰক পত্ৰ ৰাজ্যৰ তত্বৱধায়ক মুখ্য নির্বাচনী বিষয়া লক্ষ্মীনন্দন চহৰীয়াৰ হাতত অৰ্পণ কৰে আৰু সমগ্ৰ বিষয়টোক লৈ অসমৰ ৰাইজ আৰু বিৰোধী ৰাজনৈতিক দলসমূহৰ শংকা আৰু সন্দেহ সম্পৰ্কত বিস্তাৰিতভাৱে অৱগত কৰে।

বিষয়াগৰাকীয়ে আজিয়েই বিৰোধী দলসমূহৰ স্মাৰক পত্ৰ আৰু শংকা, সন্দেহৰ বিষয়ে দেশৰ নিৰ্বাচন আয়োগক অৱগত কৰিব আৰু যথাসম্ভৱ সোনকালে ইয়াৰ সঠিক উত্তৰ দিবলৈ আয়োগক অনুৰোধ জনাব বুলি প্রতিনিধি দলটোক অৱগত কৰে।

বিৰোধী প্রতিনিধি দলটোত অসম প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা বিধায়ক ৰকিবুল হুছেইন আৰু মনজিং মহন্ত, জাতীয় দল-অসমৰ পৰা সাংসদ অজিত কুমাৰ ভূঞা, অসম জাতীয় পৰিষদৰ পৰা চি কে দাস আৰু কমল নয়ন চৌধুৰী, চি পি এমৰ পৰা ইছফাকুৰ ৰহমান, ৰাইজৰ দলৰ পৰা অলক নাথ, চি পি আইৰ পৰা ৰাতুল বৰা, ৰাষ্ট্ৰবাদী কংগ্ৰেছ পাৰ্টিৰ পৰা পৰেশ বৰুৱা, চি পি আই (এম এল)ৰ পৰা পংকজ কুমাৰ দাস, ৰাষ্ট্ৰীয় জনতা দলৰ পৰা ৰাকেশ ঝা, তৃণমূল কংগ্ৰেছৰ পৰা অৰূপজ্যোতি ভূঞা আৰু দিলীপ শৰ্মা, জনতা দল (ইউনাইটেড)ৰ পৰা পৰেশ নাথ আৰু বিপ্লৱ বাণী বৰগোহাঁয়ে অংশগ্ৰহণ কৰে।

কংগ্ৰেছ বিধায়িনী দলৰ নেতা ৰকিবুল হুছেইনে নেতৃত্ব দিয়া প্রতিনিধি দলটোৰ হৈ হুছেইনৰ উপৰি অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া চি কে দাস, বিশিষ্ট অধিবক্তা কমল নয়ন চৌধুৰী, সাংসদ অজিত কুমাৰ ভূঞা, ইছফাকুৰ ৰহমান আদি নেতাই মূলতঃ সমগ্র সমষ্টি পুনৰনিৰ্ধাৰণ ব্যৱস্থাটো এক অসাধু প্ৰক্ৰিয়াৰে আৰম্ভ কৰা হৈছে বুলি সন্দেহ কৰাৰ যথেষ্ট থল আছে বুলি উল্লেখ কৰি এই সম্পৰ্কত নির্বাচন আয়োগে নিজৰ স্পষ্টতা প্রতিপন্ন কৰিব লাগে বুলি দাবী তোলে।

২০০৮ চনত ২০০১ চনৰ লোকপিয়ল ‘সন্দেহজনক’ বুলি আখ্যা দি সমষ্টি পুনৰনিৰ্ধাৰণ পিছুৱাই দিয়াৰ পিছত ২০২৩ চনত সেই একেই লোকপিয়ল কেনেকৈ সন্দেহমুক্ত বুলি গণ্য কৰা হ’ব পাৰে বুলি নেতাসকলে প্রশ্ন তোলে। তদুপৰি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীখন ‘অজ্ঞাত কাৰণত’ ওলোমাই ৰাখি এতিয়া শাসকীয় দলৰ স্বাৰ্থত নাগৰিকপঞ্জী অবিহণে সমষ্টি পুননির্ধাৰণ কি যুক্তিত মানি লোৱা হ’ব তাৰো উত্তৰ বিচাৰে নেতাসকলে।

সমগ্র প্রতিনিধি দলটোৱে এই সমষ্টি পুনৰনিৰ্ধাৰণ শাসক দলৰ স্বাৰ্থত লৰালৰিকৈ সম্পন্ন কৰিবলৈ বিচৰা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰে। নীতিগতভাৱে সমষ্টি পুনৰনিৰ্ধাৰণ বিৰোধিতা বিৰোধী দলসমূহে কৰা নাই আৰু নকৰে বুলি কৈ নেতাসকলে কয় যে কিন্তু নীতি-নিয়ম জলাঞ্জলি দি ২০১১ চনৰ লোকপিয়ল থকাৰ পিছত ২০০১ চনৰ লোকপিয়লক আধাৰ হিচাপে লোৱা কাৰ্য কোনো কাৰণতে মানি লোৱা নহ’ব বুলি দলটোৱে অতি স্পষ্টভাৱে মুখ্য নির্বাচনী বিষয়া গৰাকীক জনাই দিয়ে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: 11 Opposition Political PartiesChief Electoral OfficerJanata BhawanMemorandum
publisher

publisher

Related Posts

ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে
India

‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d