Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

বিনিয়োগৰ পৰিকল্পনা কৰিছে যদি স্বৰ্ণ মুদ্ৰা হ’ব পাৰে লাভজনক বিকল্প

publisher by publisher
September 5, 2021
in India, News
Reading Time: 1 min read
0
বিনিয়োগৰ পৰিকল্পনা কৰিছে যদি স্বৰ্ণ মুদ্ৰা হ’ব পাৰে লাভজনক বিকল্প
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

Gold Coin : স্বাধীনতা উপলক্ষে বজাৰত আহিব ৫০ টকাৰ স্মাৰক স্বর্ণমুদ্রা, ক’ত পোৱা যাব, মূল্য কিমান

ডাকঘৰৰ দ্বাৰা বর্তমান সময়ত বিভিন্ন ধৰণৰ বিত্তীয় আঁচনি পৰিচালনা কৰা হয়। সকলাে বয়সৰ বিনিয়ােগকাৰীৰ কথা মনত ৰাখি বিভিন্ন আঁচনি সময়ে সময়ে মুকলি কৰি থাকে ডাক বিভাগে।

ADVERTISEMENT

ডাকঘৰত খুলিব পৰা এক বিশেষ আঁচনি আছে যত মাত্র পাঁচ বছৰৰ ভিতৰতে ১৪ লাখ টকাৰ পুঁজি জমা কৰিব পৰা যায়। অৱশ্যে এই বিশেষ আঁচনিখনৰ সুবিধা কেৱল বিনিয়ােগৰ ক্ষেত্ৰখনত খােজ দিওঁতে আমাৰ সকলােৰে মনত অনবৰতে এটা চিন্তায়ে ক্রিয়া কৰি থাকে। সেইটো হ’ল ফলাফল।

ব্যক্তি বিশেষে বিনিয়ােগৰ অংকটো কম বেছি হ’ব পাৰে। কিন্তু আমি সকলােৱে বিচাৰাে, যিমানেই কম বা বেছি পুঁজি বিনিয়ােগ নকৰাে কিয়, আমাৰ বিনিয়ােগ যাতে সার্থক হয়। বিনিয়ােগৰ সফলতাৰ নিশ্চিতিৰ বাবেই বহুতে সর্বাধিক গেৰান্টি দিব পৰা বিনিয়ােগৰ উৎস হিচাপে বেংক তথা ৰিয়েল ইষ্টেটৰ ওপৰতে নিৰ্ভৰ কৰে।

একেদৰে একাংশ চতুৰ বিনিয়ােগকাৰীয়ে সােণৰ মুদ্ৰাৰ নামতে সমস্ত বিনিয়ােগ কৰা দেখা যায়। সচৰাচৰ আমি সকলােৱে কম-বেছি পৰিমাণে সােণৰ গহনা পাতি ক্রয় কৰি ভৱিষ্যতৰ বাবে সাঁচি থওঁ আৰু বিনিয়ােগৰ উত্তম মাধ্যম বুলি বিবেচনা কৰাে যদিও সােণৰ মুদ্ৰাৰ নামত বিনিয়ােগৰ প্রচলন সর্বসাধাৰণৰ মাজত এতিয়াও বহুল প্রচলিত উপায় নহয়।

কিয়নাে সােণৰ মুদ্ৰাত বিনিয়ােগ কৰিলে লাভ যেনেকৈ আছে, আছে কেতবােৰ অসুবিধাও। বিত্তীয় পৰামৰ্শদাতাসকলৰ মতে, বিনিয়ােগৰ ক্ষেত্ৰখনৰ বিষয়ে প্রবীণ নাগৰিকসকলৰ বাবেহে উপলব্ধ। ডাকঘৰৰ এই জ্যেষ্ঠ নাগৰিক আঁচনিৰ জৰিয়তে কেনেদৰেনাে ১৪ লাখ টকাৰ পুঁজি জমা কৰিব পাৰি জানাে আহকচোন—

এই একাউন্ট কোনে খুলিব পাৰে ?

জ্যেষ্ঠ নাগৰিক সঞ্চয় আঁচনিৰ অধীনত একাউন্ট খুলিবলৈ আপােনাৰ বয়স ৬০ বছৰ বা সম্যক ধাৰণা থকা যিকোনাে ব্যক্তিয়ে অলপ জানি বুজি ল’লেই সােণৰ মুদ্ৰা হ’ব পাৰে বিনিয়ােগৰ উত্তম উৎস। এই ধৰণৰ বিনিয়ােগত কি কি সুবিধা বা অসুবিধা আছে আহকচোন সেই বিষয়ে জানাে

সুবিধা :

সােণৰ মুদ্রা ক্রয় কৰােতে আটাইতকৈ সুবিধাজনক দিশটো হ’ল, এই মুদ্রা কিনিলে মুদ্রাস্ফীতিৰ বঢ়া টুটাক লৈ চিন্তা কৰাৰ কোনাে প্রয়ােজন নাথাকে। তদুপৰি ইয়াৰ বাবদ চৰকাৰক দিব নালাগে সম্পত্তি কৰাে। দেশৰ খুব ডাঙৰ কোনাে আর্থিক বিপর্যয় হ’লে আপােনাৰ হাতত থকা সােণৰ মুদ্রাসমূহকো আপােনাৰ আর্থিক সম্পত্তি বুলিয়েই বিবেচনা কৰা হ’ব। কিন্তু তেনে পৰিস্থিতিতাে আপুনি সম্পত্তি কৰৰ নামত এটকাও ভৰিব লগা নহ’ব। আচৰিত যেন লাগিলেও এই ধৰণৰ ঘটনা

ইতিমধ্যে বহু দেশত ঘটা পৰিলক্ষিত হৈছে। বাস্তৱত দেখা গৈছে, যি সময়ত দেশৰ দুর্যোগপূর্ণ পৰিস্থিতিত বিনিয়ােগৰ ক্ষেত্ৰখনলৈ পুঁজিৰ প্রবাহ কমিবলৈ ধৰে বা বজাৰত খহনীয়াৰ কোপ পৰে, তেনে সময়ত সােণৰ দাম দোপদোপে ওপৰলৈ উঠিব ধৰে। সেয়ে স্বাভাৱিকতে যিকোনাে পৰিস্থিতিতে সােণৰ মুদ্ৰাত বিনিয়ােগ কৰাসকলৰ বাবে আন বিনিয়ােগকাৰীৰ তুলনাত ঘাটিৰ আশংকা কম।

অসুবিধা :

এই ধৰণৰ বিনিয়ােগত অসুবিধাও আছে প্রচুৰ। মূল অসুবিধাটো হ’ল সুৰক্ষাৰ বিষয়টো। বণ্ড বা ষ্টকৰ দৰে কোনাে ডিভিডেন্ট বা লভ্যাংশ পােৱাৰ বাট নাথাকে সােণৰ মুদ্ৰাৰ পৰা। বহু সময়ত দাম বাঢ়িব বাঢ়িব বুলি বেছি লাভ পােৱাৰ আশাত বিক্ৰীৰ বাবে দীর্ঘকাল অপেক্ষা কৰিবলগীয়া হয় বিনিয়ােগকাৰীয়ে।

সাৱধানতা :

সােণৰ মুদ্ৰা পৰাপক্ষত খুব বিশ্বস্ত ডীলাৰৰ পৰাহে কিনা উচিত। সাধাৰণতে সােণৰ মুদ্রা এটা ক্রয় কৰােতে গ্রাহকে এটা প্রিমিয়াম আদায় দিব লাগে। এইটো দৰাচলতে ডীলাৰৰ লভ্যাংশ। মুদ্রাটোত যাতে আঙুলিৰ চাপ বা আঁচোৰ পৰি নাযায় সেই বিষয়ত গুৰুত্ব দিয়াটো জৰুৰী। আর্থিক বিশেষজ্ঞসকলৰ মতে, মুঠ সঞ্চয়ৰ অন্তত ৫-১০ শতাংশ পর্যন্ত সােণৰ মুদ্ৰাৰ নামত বিনিয়ােগ কৰিব পৰা যায়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Gold Coin
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d