Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ‘গুলীচালনা কৰিলে, প্ৰত্যুত্তৰ দিয়া হ’ব’

    গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু

    যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !

    বায়ুসেনাৰ বৃহৎ ঘোষণা !এতিয়াও চলি আছে ‘অপাৰেচন সিন্দূৰ’

    ‘ভাৰতে যুদ্ধ নিবিচাৰে, কিন্তু…’! চীনৰ বৈদেশিক মন্ত্ৰীক স্থিতি স্পষ্ট কৰে ড’ভালে, পাকিস্তানলৈও বাৰ্তা

    জম্মু-কাশ্মীৰৰ উধামপুৰত পাকিস্তানৰ গোলাবৰ্ষণত বায়ুসেনাৰ এজন চিকিৎসা কৰ্মী নিহত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Jalukbari Accident: মাজনিশা জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা

প্ৰাণ হেৰুৱালে ৭ জনকৈ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰই

publisher by publisher
May 29, 2023
in India, Assam, News
Reading Time: 3 mins read
0
Jalukbari Accident: মাজনিশা জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা
3
SHARES
29
VIEWS
ShareShareShareShare

Jalukbari Accident:

মহানগৰীৰ জালুকবাৰীত মাজনিশা ভয়ংকৰ পথ দুৰ্ঘটনা ৷ শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱালে সাতজনকৈ যুৱকে ৷

ADVERTISEMENT

32প্ৰাপ্ত খবৰ অনুসৰি , সাত যুৱক অহা দ্ৰুতবেগী স্কৰপিঅ’ বাহন খনে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে ডিভাইদাৰত । পৰৱৰ্তী সময়ত ডিভাইদাৰৰ পৰা নিলগত ৰৈ থকা এখন বলেৰ’ পিক আপ ভানক দ্বিতীয়টো প্ৰচণ্ড খুন্দা মাৰে স্কৰপিঅ’খনে । ফলস্বৰূপে স্কৰপিঅ’খনত থকা ৭ জনকৈ যুৱকে প্ৰাণ হেৰুৱাবলগীয়া হয় ।

RelatedPosts

Rtd.Acs Officer : চৰমপন্থা অৱসৰপ্ৰাপ্ত এচিএছ বিষয়া কবিতা ডেকাৰ ৰহস্যজনক মৃত্যু

Illegal Liquor Seized in Jalukbari:মহানগৰীত অবৈধ সুৰাৰ বিৰুদ্ধে আবকাৰী বিভাগৰ অভিযানত জব্দ ৫৮০ লিটাৰ চুলাই জব্দ

Stf Raid In Jalukbari:মহানগৰীৰ জালুকবাৰীত এছটিএফৰ অভিযান

প্ৰাপ্ত খবৰ অনুসৰি,ছাত্ৰকেইজনে অত্যধিক সুৰাপান কৰিছিল ৷ স্কৰ’ৰ্পিঅত উদ্ধাৰ হৈছে সুৰাৰ বটল ৷

উল্লেখ্য যে,নিহত যুৱক কেইজন জালুকবাৰীস্থ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ আছিল । সাত যুৱকৰ ভিতৰত গুৱাহাটীৰ অৰিন্দম ভোৱাল আৰু নিয়ৰ ডেকা, শিৱসাগৰৰ কৌশিক মোহন, নগাঁওৰ উপাংশু শৰ্মা, মাজুলীৰ ৰাজ কিৰণ ভূঞা, ডিব্ৰুগড়ৰ ইমন বৰুৱা আৰু মঙলদৈৰ কৌশিক বৰুৱা ।

student 4আনহাতে দুৰ্ঘটনাটি সংঘটিত হোৱাৰ পাছত দুৰ্ঘটনাস্থীত উপস্থিত হোৱা আৰক্ষীয়ে সদৰি কৰা মতে, ডিভাইদাৰৰ পাছত ৰৈ থকা ডি আই পিকআপ ভেনত আহি খুন্দা মাৰিছিল স্কৰপিঅ’খনে । ধ্বংসপ্ৰাপ্ত স্কৰপিঅ’খনৰ অৱস্থাৰ পৰা সহজেই অনুমেয় যে তীব্ৰ গতিত আছিল বাহনখন ।

student 3এই শোকাৱহ পথ দুৰ্ঘটনাৰ পাছতে শোকত মিয়ম্ৰাণ হৈ পৰিছে নিহত যুৱক কেইজনৰ পৰিয়ালবৰ্গ ৷ নিহত সকলৰ ভিতৰত এগৰাকী হ’ল মঙলদৈৰ কৌশিক কুমাৰ বৰুৱা । মঙলদৈ চহৰৰ জ্যোতিনগৰৰ ভৱজ্যোতি বৰুৱা আৰু ৰূপালী বৰুৱাৰ পুত্ৰ কৌশিক ৷ কৌশিক গুৱাহাটী অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ আছিল ।

student 2মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই টুইট কৰি এই শোকাৱহ পথ দুৰ্ঘটনাত নিহত সম্ভাৱনাময় যুৱক কেইজনৰ মৃত্যুত গভীৰ শোকপ্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জনায় ৷ আনহাতে মুখ্যমন্ত্ৰী গৰাকীয়ে দুপৰীয়া দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰে ৷

student1আনহাতে আজি পুৱা ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং দুৰ্ঘটনাস্থীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় আৰু দুৰ্ঘটনাৰ তদন্ত ঘোষণা কৰে ৷ ডি জি পি সিঙে সাংবাদিকৰ জৰিয়তে যানবাহন চালক আৰু আৰোহীলৈ কাতৰ আহ্বান গাড়ী চলাওঁতে যেন কোনেও সুৰাপান নকৰে ৷

Aap 1WhatsApp Image 2023 05 29 at 1.27.47 PMWhatsApp Image 2023 05 29 at 1.27.46 PM

ইপিনে,যুৱক কেইজনৰ নশ্বৰদেহ জি এম চি এইছলৈ মৰনোত্তৰ পৰীক্ষাৰ বাবে নিয়াৰ পাছতে নিহত ছাত্ৰ কেইজনৰ শোকদগ্ধ পৰিয়ালবৰ্গ ইতিমধ্যে উপস্থিত হৈছে জি এম চি এইছত ৷ এক শোকাকুল পৰিবেশ বিৰাজ কৰে চিকিৎসালয় চৌহদত ৷

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: 7 Student DeadDANGER ACCIDENTJalukbari
publisher

publisher

Related Posts

‘গুলীচালনা কৰিলে, প্ৰত্যুত্তৰ দিয়া হ’ব’
India

May 11, 2025
গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু
News

গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু

May 11, 2025
যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !
India

যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !

May 11, 2025
বায়ুসেনাৰ বৃহৎ ঘোষণা !এতিয়াও চলি আছে ‘অপাৰেচন সিন্দূৰ’
India

বায়ুসেনাৰ বৃহৎ ঘোষণা !এতিয়াও চলি আছে ‘অপাৰেচন সিন্দূৰ’

May 11, 2025
‘ভাৰতে যুদ্ধ নিবিচাৰে, কিন্তু…’! চীনৰ বৈদেশিক মন্ত্ৰীক স্থিতি স্পষ্ট কৰে ড’ভালে, পাকিস্তানলৈও বাৰ্তা
India

‘ভাৰতে যুদ্ধ নিবিচাৰে, কিন্তু…’! চীনৰ বৈদেশিক মন্ত্ৰীক স্থিতি স্পষ্ট কৰে ড’ভালে, পাকিস্তানলৈও বাৰ্তা

May 11, 2025
জম্মু-কাশ্মীৰৰ উধামপুৰত পাকিস্তানৰ গোলাবৰ্ষণত বায়ুসেনাৰ এজন চিকিৎসা কৰ্মী নিহত
India

জম্মু-কাশ্মীৰৰ উধামপুৰত পাকিস্তানৰ গোলাবৰ্ষণত বায়ুসেনাৰ এজন চিকিৎসা কৰ্মী নিহত

May 11, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d