Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Manipur:অশান্ত মণিপুৰ ,ক্ৰমাৎ শান্তিৰ দিশে !

অস্ত্ৰ-শস্ত্ৰ লুট কৰা সকললৈ গৃহমন্ত্ৰী অমিত শ্বাহৰ আহ্বান প্ৰতি সহাৰী দুৰ্বৃত্তৰ, ঘূৰাই দিলে ১৪০ টাকৈ অস্ত্ৰ-শস্ত্ৰ

publisher by publisher
June 2, 2023
in India, News
Reading Time: 4 mins read
0
Manipur:অশান্ত মণিপুৰ ,ক্ৰমাৎ শান্তিৰ দিশে !
3
SHARES
30
VIEWS
ShareShareShareShare

Manipur:

অশান্ত জৰ্জড়িত মণিপুৰ ক্ৰমাৎ যেন শান্ত হোৱাৰ দিশে অগ্ৰসৰ হৈছে ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মণিপুৰত উপস্থিত হৈ চাৰিটাকৈ দিন বাহৰ পাতি বিভিন্ন জাতীয় সংগঠনৰ স’তে মতবিনিময় কৰি ৰাজ্য খনলৈ শান্তিৰ বাতাবৰণ কঢ়িয়াই অনাৰ বাবে চেষ্টা চলাইছিল ৷

ADVERTISEMENT

একেদৰে মন্ত্ৰী গৰাকীয়ে হিংসাত্মক ঘটনাত মৃত্যু হোৱা লোকসকলক কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ তৰফৰ পৰা দহলাখ টকাকৈ ক্ষতিপূৰণ আৰু মৃতকৰ পৰিয়ালৰ এজন সদস্যক চৰকাৰী চাকৰি দিয়াৰ কথা ঘোষণা কৰে ৷

RelatedPosts

Amit Shah:পশ্চিম বৰাগাঁৱৰ শ্বহীদ স্মাৰকত ৮৬০ জন শ্বহীদলৈ শ্ৰদ্ধাঞ্জলী গৃহমন্ত্ৰীৰ

Union government has released disaster relief funds to Assam: অসমলৈ দুর্যোগ উপশম পুঁজিৰ কেন্দ্ৰীয় অংশৰ ৩৭৫.৬ কোটি টকা, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ ঘোষণা

NESO Protest:মণিপুৰত স্থায়ী শান্তি প্ৰতিষ্ঠাৰ দাবীত মহানগৰীত নেছ’ৰ বিশাল  প্ৰতিবাদ

মণিপুৰৰ হিংসাত্মক ঘটনাৰ সময়ত একাংশ দুৰ্বৃত্তই আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ পৰা অস্ত্ৰ- শস্ত্ৰ লুট কৰি নিয়াৰ সম্পৰ্কত গৃহমন্ত্ৰী গৰাকীয়ে বিশেষ তৎপৰতা প্ৰদৰ্শন কৰি অস্ত্ৰ- শস্ত্ৰ লুট কৰা সকলৰ প্ৰতি আহ্বান জনাইছিল ৷ শীৰ্ঘেই ৰাজ্য খনৰ বৃহত্তৰ স্বাৰ্থৰ খাতিৰত শীৰ্ঘেই অস্ত্ৰ-শস্ত্ৰ সমৰ্পণ কৰিবলৈ অনুৰোধ জনায় ৷

শুক্ৰবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই লুটি নিয়া প্ৰায় ১৪০ টাকৈ অস্ত্ৰ আৰক্ষীৰ হাতত সমৰ্পন কৰে একাংশ লোকে ৷

শেহতীয়াকৈ জানিব পৰা মতে, কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকী ভ্ৰমণ কৰাৰ পাছত মণিপুৰত শান্তি বাতাবৰণ ঘূৰি আহিছে ৷ যাৰবাবে শুক্ৰবাৰে পুৱাৰে পৰা পাঁচ খন জিলাত সান্ধ্য আইন শিথিল কৰে ৷

উল্লেখ্য যে,অগ্নিগর্ভা মণিপুৰৰ পৰিস্থিতি সৃষ্টি কৰাৰ আঁৰত ষড়যন্ত্ৰৰ গোন্ধ পাইছে কেন্দ্ৰীয় চৰকাৰে। এই বিষয়ে তদন্ত কৰিবলৈ কেন্দ্রীয় চৰকাৰে তদন্তকাৰী সংস্থা চিবিআইক নির্দেশ দিছে। মণিপুৰৰ সাম্প্রতিক গোষ্ঠীগত হিংসাৰ আঁৰত ষড়যন্ত্ৰ আছে নেকি সেয়া তদন্ত কৰিব চিবিআয়ে।

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে বৃহস্পতিবাৰে এই কথা ঘোষণা কৰে। তেওঁ কয় যে মণিপুৰৰ হিংসাত্মক ঘটনাত পাঁচটা অপৰাধমূলক ষড়যন্ত্ৰৰ তদন্ত কৰিব চিবিআয়ে।

উচ্চতম ন্যায়ালয়ৰ এজন অৱসৰপ্ৰাপ্ত ন্যায়াধীশে মণিপুৰৰ হিংসাৰ আঁৰৰ কাৰণ বিচৰাৰ তদন্ত প্ৰক্ৰিয়াৰ পর্যবেক্ষণৰ দায়িত্বত থাকিব বুলিও শ্বাহে জনায়। একে সময়তে হিংসাবিদির্ণ ৰাজ্যখনত শান্তি ওভতাই আনিবলৈ ৰাজ্যপালৰ নেতৃত্বত এখন পৃথক সমন্বয় কমিটী গঠন কৰা হ’ব।

এই কমিটীখনত বিজেপি শাসিত ৰাজ্যখনত মুখ্যমন্ত্ৰী, ৰাজ্যৰ থলুৱা মেইটে জনগোষ্ঠী আৰু কুকী, জোমীসহ বিভিন্ন জনগোষ্ঠীৰ প্ৰতিনিধিত্ব থাকিব বুলিও গৃহমন্ত্রী শ্বাহে কয়।

তাৎপর্যপূর্ণভাৱে গৃহমন্ত্রী শ্বাহৰ চাৰিদিনীয়া ভ্ৰমণ কালতে মণিপুৰ আৰক্ষীৰ মুৰব্বীৰ পদৰ পৰা প্ৰত্যাহাৰ কৰা হৈছে পি ডংগেলক। তেওঁৰ স্থানত নতুন সঞ্চালক প্রধান হিচাপে নিযুক্তি দিয়া হৈছে ত্ৰিপুৰা কেডাৰৰ আইপিএছ বিষয়া ৰাজীৱ সিঙক।

এই পর্যন্ত মণিপুৰৰ হিংসাত্মক ঘটনাত প্ৰায় এশজন লোকৰ মৃত্যু হৈছে। সূত্ৰত প্ৰকাশ যে চৰকাৰী প্ৰতিবেদন অনুসৰি, গুৰুতৰভাৱে আহতৰ সংখ্যা প্রায় আঢ়ৈশ হ’ব। গোষ্ঠীসংঘৰ্ষৰ ফলত গৃহহীন হৈছে ২৫ হেজাৰৰ অধিক লোক। কে’বা হেজাৰ চৰকাৰী অস্ত্ৰ-শস্ত্ৰ লুটপাট কৰা হৈছে।

অভিযোগ অনুসৰি, ভাৰত ম্যানমাৰৰ সীমান্তত অৱস্থান কৰি থকা উগ্ৰপন্থী গোটসমূহৰ হাতত পৰিছে এই অস্ত্ৰ। গৃহমন্ত্রী শ্বাহে এক সংবাদমেলত ঘোষণা কৰে যে অতি সোনকালে উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ অধীনত কমিটীখন ঘোষণা কৰা হ’ব।

আনহাতে, মণিপুৰৰ ৰাজ্যপাল অধীনত শান্তি কমিটীখন গঠন কৰা হ’ব। গৃহমন্ত্রীয়ে কয় যে পূৰ্বতেও মণিপুৰত ভৌগোলিক অখণ্ডতাৰ বিষয়ে কেন্দ্ৰীয় চৰকাৰে স্থিতি স্পষ্ট কৰিছে। আজি তেওঁ এই বিষয়ে কোনো ধৰণৰ বিবৃতি প্রকাশ কৰিব নিবিচাৰে আৰু এই বিষয়টোক লৈ চাঞ্চল্যৰ সৃষ্টি কৰিব নিবিচাৰে।

গৃহমন্ত্ৰীয়ে লগতে সকীয়াই দিয়ে যে নিৰাপত্তাৰক্ষীৰ পৰা যিসকলে অস্ত্ৰ-শস্ত্ৰ লুটপাট কৰি নিছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ’ব। শ্বাহে কয়, যদি তেওঁলোকে অস্ত্র-শস্ত্রসহ আত্মসমর্পণ নকৰে তেন্তে অতি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।’

কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে সন্মিলিতভাৱে হিংসাত্মক ঘটনাত নিহতৰ পৰিয়ালক ১০ লাখকৈ ক্ষতিপূৰ্ণ আদায় দিব বুলি গৃহমন্ত্রী শ্বাহে কয়। আনহাতে, মণিপুৰ চৰকাৰৰ বিৰুদ্ধে গঢ় লৈ উঠা মানুহৰ অনাস্থা সন্দৰ্ভতো আলোচনা কৰা বুলিও শ্বাহে কয়।

উল্লেখ্য যে যোৱা তিনিদিন ধৰি হঠাতে মণিপুৰ পুনৰ উত্তপ্ত হৈছে। উগ্ৰপন্থী আৰু নিৰাপত্তাৰক্ষীৰ মাজত হোৱা সংঘৰ্ষ আৰু গুলীয়াগুলি ঘটনাত মণিপুৰ ৰক্তাক্ত হৈছে । ইয়াৰ পূৰ্বে প্ৰায় এটা পয়েক ধৰি পৰিস্থিতি শান্ত হৈ আছিল।

বিগত এমাহ ধৰি ৰাজ্যখনত পৰিস্থিতি নিয়ন্ত্ৰণত ৰাজ্য চৰকাৰ ব্যৰ্থ হোৱাৰ প্ৰতিবেদন কুকী, মাৰ, জোমী আৰু মিজো জনগোষ্ঠীয়ে বুধবাৰে মুখ্যমন্ত্রী বীৰেন সিংহক অপসাৰণ আৰু ৰাষ্ট্ৰপতি শাসনৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।

যোৱা তিনি মে’ত মণিপুৰত মেইটেসকলৰ অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদানৰ দাবীক কেন্দ্ৰ কৰি হিংসাৰ সূত্ৰপাত হৈছিল। ৰাজ্যখনৰ জনসংখ্যাৰ ৫৩ শতাংশ হৈছে মেইটে জনগোষ্ঠী । তেওঁলোকে ইম্ফল উপত্যকাত বসবাস কৰে। ইপিনে, নগা আৰু কুকী জনগোষ্ঠীৰ জনসংখ্যা হ’ব ৪০ শতাংশ আৰু তেওঁলোকে পাহাৰীয়া জিলাসমূহত বাস কৰে।

২০০৮ৰ ২২ আগষ্টত মণিপুৰ চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ আৰু কুকী উগ্ৰপন্থী সংগঠনৰ মাজত স্বাক্ষৰিত হৈছিল ত্রিপাক্ষিক যুদ্ধবিৰতি চুক্তি। ইয়াৰ মূল লক্ষ্য আছিল ৰাজনৈতিক আলোচনা আৰু উগ্ৰপন্থীক মূলসুঁতিলৈ ওভতাই অনা । কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কুকী উগ্ৰপন্থী সংগঠনৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি কয় যে যুদ্ধবিৰতি চুক্তি ভংগ কৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

শান্তি ঘূৰাই আনিবলৈ চুক্তি মানি চলিব লাগিব বুলি তেওঁ সকীয়াই দিয়ে। শাহে আজি সংবাদমেলত কয়, ‘যুদ্ধবিৰতি চুক্তিৰ কিছুমান চৰ্ত আছে। এইসমূহ ভংগ হ’লে চুক্তি মানি চলিব পৰা নাযাব। দুয়ো পক্ষই এয়া মানি চলিব লাগিব।’

মন কৰিবলগীয়া যে ৰাজ্য চৰকাৰ আৰু চোৰাংচোৱা সংস্থাসমূহে সন্দেহ প্ৰকাশ কৰিছে যে বিগত কিছুদিন ধৰি নিৰাপত্তাৰক্ষীৰ অস্ত্রভাণ্ডাৰৰ পৰা লুটপাট হোৱা অস্ত্ৰ-শস্ত্ৰসমূহ কুকী উগ্ৰপন্থীৰ হাতত অৰ্পণ কৰা হৈছে। এই উগ্রপন্থীসকলে অধিক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টিৰ বাবে এইসমূহ অস্ত্ৰ ব্যৱহাৰ কৰিছে। এই চোৰাংচোৱাৰ তথ্যৰ পাছতে শ্বাহে সকীয়াই দিয়ে।

উল্লেখ্য যে মুখ্যমন্ত্ৰী বীৰেন সিঙে চলিত বৰ্ষৰ যোৱা মাৰ্চত ত্রিপাক্ষিক চুক্তি আলোচনাৰ মজিয়া ত্যাগ কৰিছিল। তেওঁৰ এনে সিদ্ধান্তৰ ফলত ইম্ফল আৰু পাহাৰীয়া জিলাসমূহত উত্তেজনাৰ সৃষ্টি হোৱা বুলি কোৱা হৈছে। বৃহস্পতিবাৰৰ শ্বাহৰ মন্তব্যই মুখ্যমন্ত্ৰী সিঙৰ প্ৰতি কেন্দ্ৰৰ কৌশলী মন্তব্য বুলি চৰ্চা হৈছে। চুক্তি অনুসৰি, ৩০টা কুকী গোটৰ ২৫টাই অস্ত্ৰ- শস্ত্ৰ সম্বৰণৰ চৰ্ত মানি চলিব।

সম্প্রতি এই সংখ্যা ২৫ৰ পৰা বৃদ্ধি হৈ ২৭টা হৈছে। অর্থাৎ তিনিটা গোটৰ বাহিৰে বাকী ১৭টাই চুক্তিখনৰ পক্ষত আছে। ইয়াৰে ১৭টা গোট আছে কুকী ৰাষ্ট্ৰীয় সংগঠন আৰু আঠটা আছে ইউনাইটেড পিপ’ল ফ্রন্টৰ অধীনত। এই কেএনঅ’ আৰু ইউপিএ সদস্যসকলে চুক্তি অনুসৰি তেওঁলোকৰ অস্ত্ৰ সম্বৰণ কৰিব আৰু দেশৰ সংবিধান মানি চলিব। তেওঁলোকে নেতৃত্বৰ সুৰক্ষা আৰু শিবিৰৰ সুৰক্ষাৰ বাহিৰে কোনো ধৰণৰ অস্ত্ৰ-শস্ত্ৰ কঢ়িয়াব নোৱাৰিব। উগ্ৰপন্থী সদস্যসকল থাকিব পৰাকৈ ডেজিগনেটেড শিবিৰ স্থাপন কৰা হৈছে।

একেদৰে উগ্ৰপন্থী গোটসমূহে যদি দেশৰ আইন আৰু মণিপুৰৰ ভৌগোলিক অখণ্ডতা ভংগ আৰু ধন দাবী কার্যত জড়িত হ’ব পৰা কোনো পদক্ষেপ গ্রহণ কৰিব নোৱাৰিব। সময়ে সময়ে এই চুক্তি ৰূপায়ণৰ অৱস্থিতি পুনৰীক্ষণ কৰা হয়। চলিত মাৰ্চত মণিপুৰ চৰকাৰে চুক্তিৰ পৰা নিজকে প্ৰত্যাহাৰ কৰে আৰু অভিযোগ কৰে যে কুকী নেছনেল আর্মি (কেএনএ) আৰু জোমী ভিলুছেনেৰী আমি (জেআৰএ)-য়ে বনাঞ্চল বেদখলকাৰীৰ আন্দোলনক উচটনি দিছে। ৰাজ্য চৰকাৰে বেদখলকাৰীৰ বিৰুদ্ধে তীব্ৰ অভিযান চলায়। কুকী জনগোষ্ঠী লোকসকলে এই অভিযানৰ বিৰোধিতা কৰে আৰু দাবী কৰে যে বহু প্রজন্ম ধৰি তেওঁলোকে এই বনাঞ্চলৰ বাসিন্দা।

এই দুটা বিষয়ক লৈয়ে পৰৱৰ্তী পৰ্যায়ত হিংসাত্মক প্ৰতিবাদৰ সূচনা হয়। ইয়াৰে ভিতৰত মেইটেসকলক জনজাতিৰ মৰ্যাদা প্ৰদানৰ বাবে বিবেচনাৰ বিষয়টো আছে। ইম্ফল আৰক্ষীয়ে কুকী ইণ্ডিপেগুট আৰ্মিৰ সদস্যসকলে দুৰাচানপুৰৰ অস্ত্ৰ বিৰত গোটৰ শিবিৰৰ পৰা ২৫টা অত্যাধুনিক অস্ত্ৰ-শস্ত্র লুটপাট কৰাৰ অভিযোগ উত্থাপন কৰিছে। শ্বাহ মণিপুৰত উপস্থিত হোৱাৰ এদিন পূৰ্বে এখন ট্ৰাকৰ পৰা এনে অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিছিল সেনাই।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Home Minister Amit ShahManipur Incident
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d