Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আম্বানীৰ বানতাৰাত বাংলাদেশৰ পৰা চোৰাংভাৱে অনা লেমুৰ!

    হঠাৎ ৮০ৰ দশকৰ নিচাত ডুবিছে নেটজগত

    হঠাৎ ৮০ৰ দশকৰ নিচাত ডুবিছে নেটজগত

    অসমৰ পৰা দৈনিক শ শ কুইণ্টল ইউৰিয়াৰ বহিঃৰাষ্ট্ৰলৈ চোৰাংচালান

    ব্ৰিকছ নেতাৰ আপ্যায়নৰ বাবে বিধে বিধে সুস্বাদু খাদ্যৰ আয়োজন

    ব্রিক্‌ছৰ বাবে সাত জহেজাৰ নিৰাপত্তাৰক্ষী, পাঁচ হেজাৰ আৰক্ষীৰ বেহুত দিল্লী

    বানসাহায্য নাপালে দিছপুৰ ঘেৰাওৰ ভাবুকি

    বানসাহায্য নাপালে দিছপুৰ ঘেৰাওৰ ভাবুকি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Imran Khan : অনাস্থা-বিতর্ক সন্ধিয়া, দেশবাসীক উদ্দেশ্যি ভাষণ দিব ইমৰানে

publisher by publisher
March 31, 2022
in International, News
Reading Time: 1 min read
0
Imran Khan : অনাস্থা-বিতর্ক সন্ধিয়া, দেশবাসীক উদ্দেশ্যি ভাষণ দিব ইমৰানে
2
SHARES
21
VIEWS
ShareShareShareShare

RelatedPosts

আৰব সাগৰত বিপদত ভাৰতীয় জাহাজ, সহায়ৰ হাত আগবঢ়ালে পাকিস্তানি নৌবাহিনীয়ে

পাকিস্তানত উদ্ধাৰ হোৱা ১৫শ বছৰ পুৰণি সংস্কৃতৰ মোহৰৰ তত্ত্বোদ্ধাৰ

Pakistan Petrol-Diesel Price Hike:পাকিস্তানত পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি

বৃহস্পতিবাৰে সন্ধিয়া দেশবাসীক উদ্দেশ্যি ভাষণ দিব পাকিস্তানৰ প্রধানমন্ত্রী ইমৰান খানে । পাক তথ্যমন্ত্রী ফাৱাদ চৌধুৰীয়ে এই কথা জনাইছে । ফাৱাদৰ এই ঘোষণাৰ পাছতেই নতুনকৈ ইমৰানৰ পদত্যাগক লৈ জল্পনা আৰম্ভ হৈছে । এনে পৰিস্থিতিত বৃহস্পতিবাৰে সন্ধিয়া ছয় বজাত পাক পার্লিয়ামেন্টত ইমৰানৰ বিৰুদ্ধে অনা অনাস্থা প্রস্তাৱক লৈ বিতর্ক আৰম্ভ হোৱাৰ কথা । তাৰ আগতেই দেশবাসীক উদ্দেশ্যি ভাষণ দিয়াৰ সম্ভাৱনা ইমৰানৰ ।

ADVERTISEMENT

ইমৰানৰ দল ‘পাকিস্তান তেহৰিক-ই-ইনছাফ’ (পিটিআই)-ৰ এটা সূত্র‌ই জনাইছে, দেশবাসীক উদ্দেশ্যি দিয়া ভাষণতেই পদত্যাগৰ কথা ঘোষণা কৰিব পাৰে পাক প্রধানমন্ত্রীয়ে । যদিও ইমৰানৰ পদত্যাগৰ সম্ভাৱনা নাকচ কৰি পাক গৃহমন্ত্রী শেখ ৰছিদে কয়, ‘‘আমাৰ কেপ্টেইনে অন্তিম বল পর্যন্ত যুঁজ দিব ।’’

পাকিস্তান মুছলিম লিগ (নৱাজ)-ৰ নেতা শ্বাহবাজ শ্বৰিফে বৃহস্পতিবাৰে দুপৰীয়া কয়, ‘‘প্রধানমন্ত্রী ইমৰানে প্রস্তাৱ দিছে, আমি যদি অনাস্থা প্রস্তাৱ প্রত্যাহাৰ কৰি ল‌ওঁ, তেন্তে তেওঁ পার্লিয়ামেন্ট ভাঙি নতুনকৈ ভোটত যাব ।’’ ইয়াৰ মাজতেই বৃহস্পতিবাৰে পুৱা পাক ৰাষ্ট্ৰীয় নিৰাপত্তা বিষয়ক কমিটীৰ বৈঠকত সভাপতিত্ব কৰে ইমৰানে ।

সোমবাৰে পাক পার্লিয়ামেন্টৰ নিম্নকক্ষ নেচনেল এছেম্বলিৰ বিশেষ অধিবেশনৰ আৰম্ভণিতেই প্রধানমন্ত্রী ইমৰানৰ বিৰুদ্ধে অনাস্থা প্রস্তাৱ দি বিৰোধী দলনেতা শ্বাহবাজৰ নেতৃত্বত সন্মিলিত বিৰোধী পক্ষ । কিন্তু সেই প্রস্তাৱক লৈ বিতর্কৰ আগতেই বৃহস্পতিবাৰ পর্যন্ত সভা মুলতুবি ঘোষণা কৰে ডেপুটি স্পিকাৰ কাছিম খান সুৰিয়ে । সেই দিনাই বিৰোধীয়ে দিয়া অনাস্থা প্রস্তাৱক লৈ বিতর্ক হ’ব বুলি তেওঁ জনাইছিল ।

পাক সংবিধান অনুযায়ী নেচনেল এছেম্বলিত অনাস্থা প্ৰকাশ কৰাৰ সাত দিনৰ ভিতৰতে ভোট বাধ্যতামূলক । ইমৰান চৰকাৰৰ তৰফৰ পৰা জনোৱা হৈছে, দেওবাৰে (তিনি এপ্রিল) আস্থা ভোটৰ সন্মুখীন হ’ব প্রধানমন্ত্রী ।

অৱশ্যে ইতিমধ্যে ৰাজনৈতিক গতিপ্রকৃতিত স্পষ্ট, নেচনেল এছেম্বলিত গৰিষ্ঠতা হেৰুৱাইছে ইমৰানে । পাক সেনাৰ তৰফৰ পৰাও তেওঁক পদত্যাগ দিয়াৰ ‘বার্তা’ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে । বুধবাৰে সন্ধিয়া ইমৰানৰ স’তে পাক সেনাপ্রধান জেনেৰেল কমৰ জাভেদ বাজৱাৰ বৈঠকৰ পাছত সেই জল্পনা আৰু শক্তিশালী হৈছে ।

৩৪২ আসনৰ পাক নেচনেল এছেম্বলিত সংখ্যাগৰিষ্ঠতা প্রমাণৰ ‘জাদু সংখ্যা’ ১৭২ । ইমৰানৰ দল (পিটিআই)-ৰ সদস্য ১৫৫ জন । কিন্তু পিটিআই-ৰ বহুকেইজন পার্লিয়ামেন্ট সদস্য‌ই ইতিমধ্যে প্রকাশ্যত ইমৰানৰ নেতৃত্বৰ প্রতি অনাস্থা প্রকাশ কৰিছে । ইয়াৰ উপৰি ইমৰান চৰকাৰৰ সমর্থন প্রত্যাহাৰ কৰা মুত্তাহিদা কওমি মুভমেন্ট পাকিস্তান (এমকিউএম-পি)-ৰ সাত, বালুচিস্তান আওয়ামি পার্টি (বিএপি)-ৰ পাঁচ আৰু জামহুৰি ৱাতন পার্টিৰ এজন সদস্য আছে ।

আনহাতে, তিনি প্রধান বিৰোধী দল, পাকিস্তান মুছলিম লিগ-নৱাজ (পিএমএল-এন)-ৰ ৮৪, পাকিস্তান পিপল্‌ছ পার্টি (পিপিপি)-ৰ ৫৬ আৰু মুত্তাহিদা মজলিছ-ই-আমল (এমএমএ)-ৰ ১৫ জন সদস্য আছে নেচনেল এছেম্বলিত ।

উল্লেখ্য যে অনাস্থা ভোট দেওবাৰলৈকে পিছুৱাই দিয়া হৈছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Imran khanPakistan
publisher

publisher

Related Posts

ফেডাৰেচন অব আমেৰিকান ছায়েন্টিষ্টৰ প্ৰতিবেদনত দাবী
International

ফেডাৰেচন অব আমেৰিকান ছায়েন্টিষ্টৰ প্ৰতিবেদনত দাবী

September 11, 2026
গৰুতকৈ অধিক পুষ্টিকৰ পঁইতাচোৰাৰ গাখীৰ!
India

গৰুতকৈ অধিক পুষ্টিকৰ পঁইতাচোৰাৰ গাখীৰ!

September 11, 2026
ছসপ্তাহৰ ভিতৰতে বয়স কৰিব ছবছৰ
News

ছসপ্তাহৰ ভিতৰতে বয়স কৰিব ছবছৰ

September 11, 2026
আম্বানীৰ বানতাৰাত বাংলাদেশৰ পৰা চোৰাংভাৱে অনা লেমুৰ!
India

আম্বানীৰ বানতাৰাত বাংলাদেশৰ পৰা চোৰাংভাৱে অনা লেমুৰ!

September 11, 2026
হঠাৎ ৮০ৰ দশকৰ নিচাত ডুবিছে নেটজগত
India

হঠাৎ ৮০ৰ দশকৰ নিচাত ডুবিছে নেটজগত

September 11, 2026
অসমৰ পৰা দৈনিক শ শ কুইণ্টল ইউৰিয়াৰ বহিঃৰাষ্ট্ৰলৈ চোৰাংচালান
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d