Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ধনশিৰিত উগ্ৰপন্থী সংগঠন ডিএনএলএ-ৰ অন্তিমটো অস্ত্ৰ সম্বৰণ

publisher by publisher
February 16, 2022
in Assam, India, News
Reading Time: 1 min read
0
1
SHARES
12
VIEWS
ShareShareShareShare

আজি ডিফুৰ সমীপৱৰ্তী ধনশিৰিত ডিএনএলএ নামৰ উগ্ৰপন্থী সংগঠনে অন্তিমটো অস্ত্ৰ সম্বৰণ কাৰ্যসূচী সম্পন্ন কৰে ৷ ধনশিৰিৰ পৰা প্ৰায় আঢ়ৈ কিলোমিটাৰ নিলগৰ অটব্য অৰণ্যৰ মাজত অৱস্থিত ডিমাইডি নামৰ ঠাইত থকা ডিএনএলএ-ৰ ডেজিগনেটেড শিৱিৰত সংগঠনটোৰ ৫২ গৰাকী কেডাৰে অস্ত্ৰ-শস্ত্ৰসহ জিলা আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙৰ ওচৰত অস্ত্ৰ সম্বৰণ কৰে ৷ কেডাৰসমূহৰ ভিতৰত চাৰিগৰাকী মহিলা কেডাৰো আছে ৷

ADVERTISEMENT

আজি অস্ত্ৰ সম্বৰণ কৰা কেডাৰসমূহক ডিএনএলএ আৰু স্থানীয় ৰাইজৰ তৰফৰ পৰা একোখনকৈ ডিমাচা গামোছাৰে মূল সুঁতিলৈ আদৰণি জনোৱা হয় ৷ উগ্ৰপন্থী সংগঠনটোৰ কেডাৰসকলে, এটা মেগজিনৰ স’তে এক কাৰ্টুছ বন্দুক, মেগজিনৰ স’তে এটা ‘২২ ৰাইফল, মেগজিনসহ এটা একছন ছেমি ৰাইফল, দুটা মেগজিনসহ এটা কাৰবাইন, দুটা ‘৩২ ৰাইফল, এটা বেয়া একে চিৰিজ ৰাইফলৰ মেগজিন, ৰাইফল, ‘২২ ৰাইফলৰ ১৫৮ জাঁই সজীৱ গুলী, বিডিআৰৰ সজীৱ গুলী ১৯ ৰাউণ্ড, কাৰবাইনৰ ছটা মেগজিন আৰু ‘৩২ ৰাইফলৰ ৩০ ৰাউণ্ড সজীৱ গুলী জমা দিয়ে ৷

RelatedPosts

আলোচনাপন্থী ডিএন‌এল‌এ উগ্ৰপন্থীৰ দ্বাৰা শ্ৰমিকক হত্যা : পাঁচজনক গ্ৰেপ্তাৰ

দৈয়ুংমুখৰ ঘটনাই কঁপনি তুলিছে ৰাজ্য প্ৰশাসনত

কাৰ্বি পাহাৰৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী ধনশিৰিত এজনক গুলীয়াই হত্যা

WhatsApp Image 2022 02 16 at 7.08.19 PM 1

উল্লেখ্য যে, যোৱা ছেপ্তেম্বৰ মাহত কাৰ্বি আংলঙৰ উগ্ৰপন্থী সংগঠনৰ স’তে চৰকাৰৰ শান্তি চুক্তি সম্পাদন হোৱাৰ পাছত যোৱা ২৩ ডিচেম্বৰত ডিএনএলএৰ ৬৭ গৰাকী সদস্যই ধনশিৰিত আত্ম সমৰ্পন কৰিছিল ৷ উগ্ৰপন্থী সংগঠনটোৰ সদস্যসকলে সেই সময়ত দুটা একে চিৰিজৰ ৰাইফলকে ধৰি মুঠ ১১ টা বন্দুক, ন টা পিষ্টল লগতে তিনিশ জাঁই সজীৱ গুলী জমা দিছিল ৷

উল্লেখযোগ্য যে, ২৫ ছেপ্তেম্বৰত উগ্ৰপন্থী সংগঠনটোৱে একপক্ষীয়ভাৱে যুদ্ধ বিৰতি ঘোষণা কৰি ওলাই আহিছিল ৷ ১৩ নৱেম্বৰত ডিমা হাছাও জিলাৰ খেপ্ৰেত উগ্ৰপন্থী সংগঠনটোৰ ৪৯ গৰাকী সদস্যই ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবোলাল গাৰ্লোচা আৰু হিৰেন চন্দ্ৰ নাথৰ ওচৰত অস্ত্ৰ-শস্ত্ৰসহ আত্মসমৰ্পন কৰিছিল ৷

WhatsApp Image 2022 02 16 at 7.08.20 PM

আজি সংবাদ মাধ্যমৰ স’তে হোৱা বাৰ্তালাপত জিলা আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙে কয় যে, মূল সুঁতিলৈ ঘূৰি অহা ডিএনএলএ কেডাৰৰ এইটো অন্তিমটো অস্ত্ৰ সম্বৰণ ৷ তেওঁলোকক আদৰণি জনোৱা হৈছে ৷ চৰকাৰৰ স’তে হ’বলগীয়ী আলোচনাত তেওঁলোকৰ অভাৱ অভিযোগবোৰ পূৰণ হ’ব বুলি তেওঁ আশাবাদী ৷ লগতে কেডাৰসকলক ডেজিগনেটেড শিৱিৰত ৰাখি সকলো সা-সুবিধা যোগান ধৰা হ’ব বুলিও কয় আৰক্ষী অধীক্ষকগৰাকীয়ে ৷

আনহাতে, ডিএনএলএ-ৰ অধ্যক্ষ ইতিকা ডিফুচাই কয় যে, চৰকাৰৰ শান্তি আলেচনাৰ প্ৰতি সন্মান জনাই ডিএনএলএ-ৰ বাকীবোৰ কেডাৰেও আজি অস্ত্ৰ সম্বৰণ কৰিলে ৷ চৰকাৰে তেওঁলোকৰ দাবীৰ প্ৰতি সন্মান জনাব বুলি তেওঁ মন্তব্য কৰে ৷ আজিৰ অস্ত্ৰ সম্বৰণ কাৰ্যসূচীত ২০ বিএন চিআৰপিএফৰ কামাণ্ডেণ্ট স্বৰ্ণ সিঙৰ লগতে ডিমাচা ষ্টুডেণ্ট ইউনিয়নৰ সভাপতি ধিৰাজ ডিফুচা আৰু অঞ্চলটোৰ কে’বাগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: DNLA
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d