Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    এলিভেটেড কৰিড’ৰ নিৰ্মাণৰ নামত দুশ গছ কটাৰ লক্ষ্য

    উৎকণ্ঠা চৰমত! এইবাৰ চৰকাৰ কাৰ?

    উৎকণ্ঠা চৰমত! এইবাৰ চৰকাৰ কাৰ?

    ইন্ধনৰ মূল্যবৃদ্ধিৰ চাপঃ দৈনিক ১০০খন উড়ান কমাব এয়াৰ ইণ্ডিয়াই

    কাশ্মীৰক পুনৰ ৰক্তাক্ত কৰাৰ চক্ৰ? পুলৱামাত গ্ৰেপ্তাৰ যুৱক

    দিল্লীত ভয়ংকৰ অগ্নিকাণ্ডঃ ন জন নিহত, বিস্ফোৰণৰ সন্দেহত তদন্ত আৰম্ভ

    দেশৰ কিছুমান অঞ্চলত ধাৰাসাৰ বৰষুণৰ আগজাননী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Burha Chapori Wildlife Sanctuary:বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ বনকৰ্মীক আৰণ্যক-আই আৰ এফৰ ক্ষেত্ৰ সামগ্ৰী প্ৰদান

publisher by publisher
June 8, 2023
in India, Assam, News
Reading Time: 2 mins read
0
Burha Chapori Wildlife Sanctuary:বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ বনকৰ্মীক আৰণ্যক-আই আৰ এফৰ ক্ষেত্ৰ সামগ্ৰী প্ৰদান
1
SHARES
14
VIEWS
ShareShareShareShare

Burha Chapori Wildlife Sanctuary:

ADVERTISEMENT

চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ মাজভাগত বেদখলমুক্ত কৰা বন্যপ্ৰাণী বিচৰণ এলেকাত সুৰক্ষা ব্যৱস্থা বৃদ্ধিৰ বাবে নগাঁও বন্যপ্ৰাণী সংমণ্ডলৰ অধীনস্থ বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ ক্ষেত্ৰ কৰ্মচাৰীসকলক ২৬৩টা পিঠিত লোৱা বেগ (বেকপেক) আৰু ৪০টা প্ৰাথমিক চিকিৎসা বাকচ প্ৰদান কৰা হয় ।

RelatedPosts

এলিভেটেড কৰিড’ৰ নিৰ্মাণৰ নামত দুশ গছ কটাৰ লক্ষ্য

উৎকণ্ঠা চৰমত! এইবাৰ চৰকাৰ কাৰ?

Dainik Agradoot Today’s Edition – May

শোণিতপুৰৰ অতিৰিক্ত উপায়ুক্ত গৰ্গ মোহন দাসৰ উপস্থিতিত জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যক আৰু আন্ত:ৰাষ্ট্ৰীয় গঁড় ফাউণ্ডেশ্যনে (আই আৰ এফ) এই সজুলিবোৰ যোগান ধৰে । দাসে বেদখলকাৰীক উচ্ছেদৰ পিছত বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত বন্যপ্ৰাণী সংৰক্ষণ ব্যৱ্স্থাক সবল কৰাৰ বাবে বন বিভাগৰ নিৰলস প্ৰচেষ্টাৰ প্ৰতি বেচৰকাৰী সংস্থা সমূহে আগবঢ়োৱা সমৰ্থনক প্ৰশংসা কৰে ।

নগাঁও আৰু শোণিতপুৰ বন্যপ্ৰাণী সংমণ্ডলৰ সংমাণ্ডলিক বন বিষয়া জয়ন্ত ডেকা আৰু নৃপেন কলিতাই মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্যৰ বৰ্তমানৰ চৰকাৰৰ দৃঢ়তাৰ বাবে সম্ভৱ হোৱা বেদখল উচ্ছেদৰ পিছত এতিয়া বন্যপ্ৰাণী অভয়াৰণ্যখনৰ সুৰক্ষাৰ অৰ্থে সম্পূৰ্ণ আন্তৰিকতাৰে কাম কৰিবলৈ বন ক্ষেত্ৰ কৰ্মী সকলক আহ্বান জনায় ।

buhacapori 1বন ৰেঞ্জাৰ এছ কে গুপ্তা (ধনীয়া ৰেঞ্জ) আৰু অৰূপ কলিতাই (গৰাজান ৰেঞ্জ) সংৰক্ষণৰ প্ৰচেষ্টাক শক্তিশালী কৰাৰ ক্ষেত্ৰত আগবঢ়োৱা সহায়ৰ বাবে আৰণ্যক আৰু আই আৰ এফক প্ৰশংসা কৰে আৰু বেদখলকাৰীক উচ্ছেদ কৰাৰ পিছত আৰু সহায়ক চৰকাৰৰ অধীনত নিৰ্ভয়ে কাম কৰিবলৈ ক্ষেত্ৰ কৰ্মীসকলক আহ্বান জনায়।

আৰণ্যকৰ মুখ্য কাৰ্যবাহী বিষয়া (চি ই অ’) তথা আই আৰ এফৰ জ্যেষ্ঠ উপদেষ্টা (এছীয় গঁড়) ড০ বিভৱ কুমাৰ তালুকদাৰে কয় যে বেদখলকাৰীক উচ্ছেদ কৰাৰ পিছত বুঢ়াচাপৰি অভয়াৰণ্যলৈ গঁড় ঘূৰি অহাৰ প্ৰবল সম্ভাৱনা আছে ।

বিশ্বৰ অতি কম সংখ্যক লোকে ইমান প্ৰাচীন আৰু বহুমূলীয়া প্ৰাণী অৰ্থাত এটা খৰ্গযুক্ত ভাৰতীয় গঁড়ৰ সৈতে কাম কৰাৰ সুযোগ পায় বুলি মন্তব্য কৰি তেওঁ বন ক্ষেত্ৰকৰ্মী সকলক গঁড়ৰ বাসস্থান সুৰক্ষিত কৰাৰ বাবে সৰ্বতোপ্ৰকাৰে চেষ্টা চলাবলৈ অনুপ্ৰেৰণা যোগায় । তেওঁ কয় যে আৰণ্যক আৰু আই আৰ এফে গঁড় সংৰক্ষণৰ প্ৰচেষ্টাক সহায় কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ আৰু এই ক্ষেত্ৰত সদায় বন বিভাগৰ কাষত থিয় দি থাকিব।

প্ৰবীণ সংৰক্ষণ কৰ্মী দিলৱাৰ হুছেইনে বন্যপ্ৰাণী অভয়াৰণ্যখনৰ চমতকাৰী অতীত ৰোমন্থণ কৰে আৰু সেই গৌৰৱময় দিনবোৰ অতি সোনকালে ঘূৰি আহিব বুলি আশা প্ৰকাশ কৰে ।

বন্যপ্ৰাণী অভয়াৰণ্যখনৰ ধনীয়া ৰেঞ্জ কাৰ্যালয়ত সজুলি বিতৰণ কাৰ্যসূচীটোৰ আয়োজনত আৰণ্যকৰ বিষয়ববীয়া আৰিফ হুছেইনে বন বিভাগৰ সৈতে সমন্বয় ৰক্ষা কৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
publisher

publisher

Related Posts

এলিভেটেড কৰিড’ৰ নিৰ্মাণৰ নামত দুশ গছ কটাৰ লক্ষ্য
News

May 3, 2026
উৎকণ্ঠা চৰমত! এইবাৰ চৰকাৰ কাৰ?
News

উৎকণ্ঠা চৰমত! এইবাৰ চৰকাৰ কাৰ?

May 3, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ চাপঃ দৈনিক ১০০খন উড়ান কমাব এয়াৰ ইণ্ডিয়াই
India

ইন্ধনৰ মূল্যবৃদ্ধিৰ চাপঃ দৈনিক ১০০খন উড়ান কমাব এয়াৰ ইণ্ডিয়াই

May 3, 2026
কাশ্মীৰক পুনৰ ৰক্তাক্ত কৰাৰ চক্ৰ? পুলৱামাত গ্ৰেপ্তাৰ যুৱক
India

কাশ্মীৰক পুনৰ ৰক্তাক্ত কৰাৰ চক্ৰ? পুলৱামাত গ্ৰেপ্তাৰ যুৱক

May 3, 2026
দিল্লীত ভয়ংকৰ অগ্নিকাণ্ডঃ ন জন নিহত, বিস্ফোৰণৰ সন্দেহত তদন্ত আৰম্ভ
News

দিল্লীত ভয়ংকৰ অগ্নিকাণ্ডঃ ন জন নিহত, বিস্ফোৰণৰ সন্দেহত তদন্ত আৰম্ভ

May 3, 2026
দেশৰ কিছুমান অঞ্চলত ধাৰাসাৰ বৰষুণৰ আগজাননী
India

দেশৰ কিছুমান অঞ্চলত ধাৰাসাৰ বৰষুণৰ আগজাননী

May 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d