Latmandal Arrested In Raha:ৰহাত উৎকোচ লৈ পুনৰ হাত দাঙিলে ঘোচখোৰ লাট মণ্ডলে

latmandal

Latmandal Arrested In Raha:

ৰাজ্যৰ ভিন্ন স্থানত ইজনৰ পাছত সিজনকৈ ঘোচখোৰ বিষয়া-কৰ্মচাৰী চি এম ভিজিলেঞ্চৰ জালত পৰাৰ পাছতো যেন সিকনি হোৱা খকুৱা বিষয়া- কৰ্মচাৰী ৷

আজি পুনৰ হাত দাঙিলে ঘোচখোৰ চৰকাৰী কৰ্মচাৰীয়ে ৷ নগাঁৱৰ ৰহা ৰাজহ চক্ৰৰ লাট মণ্ডল দিলিপ ৰয়ক উৎকোচ লওঁতেই ৰাজহ চক্ৰৰ কাৰ্যালয়তে হাতে লোটে গ্ৰেপ্তাৰ কৰে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাই ৷

ইতিমধ্যে আটকাধীন ঘোচখোৰ দিলিপ ৰয়ক অধিক জেৰাৰ বাবে লৈ অনা হৈছে গুৱাহাটীস্থ চি এম ভিজিলেঞ্চৰ হেড কোৱাৰ্টাৰলৈ ৷

Exit mobile version