Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য

    বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য

    ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

    ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

    দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম

    দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

    উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Palashbari Visit Sarbanandra Sonowal:পলাশবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত মির্জাত ‘মহাজনসম্পর্ক অভিযানৰ   অংশ হিচাপে আয়োজিত ভাৰতীয় জনতা পাৰ্টিৰ বিশাল জনসভাত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল

"কংগ্ৰেছ চৰকাৰৰ ষাঠি বছৰীয়া অপশাসনকাল আৰু বিজেপি চৰকাৰৰ বিগত ৯ বছৰৰ সুশাসনকালৰ মাজত তুলনা কৰিলেই দেশৰ উন্নয়নৰ প্ৰতিচ্ছবিখন জলজল্- পটপট্ হৈ পৰে"

publisher by publisher
June 10, 2023
in India, Assam, News
Reading Time: 3 mins read
0
Palashbari Visit Sarbanandra Sonowal:পলাশবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত মির্জাত ‘মহাজনসম্পর্ক অভিযানৰ    অংশ হিচাপে আয়োজিত ভাৰতীয় জনতা পাৰ্টিৰ বিশাল জনসভাত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল
4
SHARES
38
VIEWS
ShareShareShareShare

Palashbari Visit Sarbanandra Sonowal:

ADVERTISEMENT

কংগ্ৰেছ চৰকাৰৰ ষাঠি বছৰীয়া অপ শাসনকাল আৰু বিজেপি চৰকাৰৰ বিগত ৯ বছৰৰ শাসনকালৰ মাজত তুলনা কৰিলেই দেশৰ উন্নয়নৰ প্ৰতিচ্ছবিখন জলজল-পটপট্‌ হৈ পৰে। কংগ্ৰেছে যিবোৰ উন্নয়নমূলক কাম ষাঠি বছৰতো কৰিব নোৱাৰিলে, মোদীৰ নেতৃত্বাধীন আমাৰ বিজেপি চৰকাৰে তেনে অনেক কাম মাত্র ৯ বছৰতে কৰি দেখুৱাইছে ৷

RelatedPosts

Sarbananda Sonowal Election Rally in Moran:অসমত কেৱল অসমীয়াৰ প্ৰভুত্ব থাকিব, ইয়াত কোনো অবৈধ অনুপ্ৰৱেশকাৰীৰ দপদপনি সহ্য কৰা নহ’ব: কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল

Sarbananda Sonowal Wall Painting in Dibrugarh:আজিৰে পৰা আৰম্ভ ৰাজ্যজুৰি বিজেপিৰ দেৱাল লিখন অভিযান

Amit Shah:পশ্চিম বৰাগাঁৱৰ শ্বহীদ স্মাৰকত ৮৬০ জন শ্বহীদলৈ শ্ৰদ্ধাঞ্জলী গৃহমন্ত্ৰীৰ

যোৱা ৯টা বছৰে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সবল নেতৃত্বাধীন বিজেপি চৰকাৰে সেৱা, সুশাসন আৰু সমৰ্পণেৰে দেশৰ সৰ্বস্তৰৰ লোকৰে হৃদয় জয় কৰিছে। আমাৰ চৰকাৰৰ কল্যাণকামী পদক্ষেপসমূহৰ ফলশ্ৰুতিত জনগণৰ আস্থা-বিশ্বাস আৰু সমৰ্থন বিজেপিৰ প্ৰতি সদায়েই বৃদ্ধি পাই আহিছে।”

sarbananda 2পলাশবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত মিৰ্জাত ‘মহা জনসম্পর্ক অভিযান‘ৰ অংশ হিচাপে আজি আয়োজিত ভাৰতীয় জনতা পাৰ্টিৰ বিশাল জনসভাত কেন্দ্রীয় মন্ত্রী তথা বিজেপি নেতা সৰ্বানন্দ সোণোৱালে এই বক্তব্য আগবঢ়ায়।

আজি ৰাইজৰ অকুণ্ঠ উৎসাহ-উদ্দীপনা আৰু ব্যাপক সঁহাৰি প্ৰত্যক্ষ কৰি তেখেত অভিভূত হৈ পৰে। ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাত সক্ৰিয় ভূমিকা পালনেৰে এখন আত্মনিৰ্ভৰ ভাৰত তথা অসম গঢ়াৰ দিশত ঐক্যবদ্ধভাৱে অৰিহণা যোগাবলৈ দলীয় কার্যকৰ্তা তথা জনগণক সোণোৱালে আহ্বান জনায়।

সৰ্বানন্দ সোণোৱালে কয়, “কংগ্ৰেছৰ নীতি আছিল শোষণ, লুণ্ঠন আৰু বিভাজন, যাৰ ফলত সমগ্ৰ দেশৰ লগতে অসম তথা উত্তৰ- সৰ্বানন্দ সোণোৱালে কয়, “কংগ্ৰেছৰ নীতি আছিল শোষণ, লুণ্ঠন আৰু বিভাজন, যাৰ ফলত সমগ্ৰ দেশৰ লগতে অসম তথা উত্তৰ- পূৰ্বাঞ্চল যথেষ্ট পিছপৰি আছিল।

sarbananda4উত্তৰ-পূর্বাঞ্চলক কংগ্ৰেছে যথেষ্ট অৱহেলা কৰাৰ লগতে যাতায়াত-যোগাযোগ বিচ্ছিন্নপ্রায় কৰি ৰাখিছিল। সমন্বয় সাধনতো ব্যাঘাত জন্মাই কংগ্ৰেছে কেৱল নিজৰ স্বার্থসিদ্ধি পূৰণত আৰু এটা বিশেষ পৰিয়ালক সন্তুষ্টি কৰাতহে নিমগ্ন আছিল। দেশৰ উন্নয়ন আছিল তেওঁলোকৰ বাবে গৌণ কথা।

তাৰ বিপৰীতে, নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনত শাসনভাৰ লোৱাৰপৰাই সমগ্ৰ দেশত উন্নয়নৰ এক নৱজাগৰণৰ সৃষ্টি হৈছে। ২০৪৭ চন অর্থাৎ ভাৰতৰ স্বাধীনতাপ্রাপ্তিৰ ১০০ বছৰৰ ভিতৰত, চলিত এই অমৃতকালত মোদীয়ে দেশক আত্মনিৰ্ভৰ কৰাৰ সপোন ৰচিছে। সেই সপোন আজি বিভিন্ন ক্ষেত্ৰত বাস্তৱায়িত হ’বলৈ ধৰিছে। মোদীৰ দূৰদৃষ্টি ফলশ্রুতিতেই দেশবাসীৰ দীৰ্ঘদিনীয়া আশা-আকাংক্ষাবোৰ বাস্তৱায়িত হৈছে।

শেহতীয়াকৈ ভাৰতে ইউ কে-ক পিছপেলাই বিশ্বৰ পঞ্চম বৃহৎ অর্থনীতি হিচাপে উজলি উঠিছে, যিটো প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে গৌৰৱৰ বিষয়। শেহতীয়াকৈ বিশ্বৰ বিভিন্ন দেশৰ নেতাসকলেও মোদীক উষ্ম প্ৰশংসাৰে উপচাই দিয়াটো ভাৰতৰ বাবে এক আনন্দৰ বতৰা।

মোদীৰ বলিষ্ঠ নেতৃত্বত দেশৰ অৰ্থনৈতিক উন্নয়ন ত্বৰান্বিত হোৱাৰ ফলত যুৱপ্ৰজন্ম আৰু মহিলা, বয়োজ্যেষ্ঠ, উদ্যমী, কৃষকসকলৰ লগতে জনজাতীয় লোকসকলৰ সৰলীকৰণ সম্ভৱপৰ হৈ উঠিছে। গ্রাম্য অর্থনীতিও এতিয়া ন-ৰূপত উজলি উঠিছে আৰু কৃষি তথা আনুষংগিক ক্ষেত্ৰসমূহৰ লগতে উদ্যোগীকৰণ, তথ্য-প্রযুক্তি আদি দিশসমূহে যথেষ্ট গতিশীলতা লাভ কৰিছে।

sarbananda3মোদীৰ দীৰ্ঘম্যাদী দৃষ্টিভংগীৰ বাবেই এই নতুন ভাৰতৰ নিৰ্মাণ সম্ভৱ হৈছে, যত প্ৰতিটো পৰিয়ালৰ জীৱন যাপনৰ মান উন্নত কৰাত সবাতোকৈ অগ্ৰাধিকাৰ দিয়া হৈছে। তেখেতে মূল্যবোধৰ আধাৰত ভাৰতৰ ৰূপান্তৰৰ অনিৰুদ্ধ যাত্রা গঢ় দিছে, যাৰ ফলত ভাৰত বিশ্বগুৰু হোৱাৰ দিশে ক্ষিপ্ৰতাৰে আগবাঢ়িছে।”

তদুপৰি, সোণোৱালে কয়, “অহা বছৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। সেয়েহে চৰকাৰৰ কল্যাণকামী আঁচনি আৰু কাম- কাজসমূহৰ ব্যাপক প্ৰচাৰেৰে আৰু দলৰ সাংগঠনিক শক্তি বিস্তাৰিত কৰি কাৰ্যকৰ্তাসকলে অগ্রণী ভূমিকা ল’ব লাগিব । কার্যকৰ্তাসকল হৈছে আমাৰ চালিকাশক্তি।

এই চালিকাশক্তিয়ে এতিয়াৰপৰাই নিৰ্বাচনৰ কথা লক্ষ্য ৰাখি প্ৰস্তুতি তুংগত কৰিব লাগিব। লোকসভাৰ নিৰ্বাচনত বিজেপিয়ে যাতে অসমত পূর্বতকৈও অধিক আসন লাভ কৰিব পাৰে, তাৰ বাবে কাৰ্যকৰ্তাসকলে ৰণনীতি অনুযায়ী কঠোৰ পৰিশ্ৰম কৰিব লাগিব ৷

জন সম্পর্ক অভিযানক শক্তিশালী ৰূপ দি জনতাৰ হৃদয়ত বিজেপিৰ স্থান নিগাজী কৰি ল’বলৈ কাৰ্যকৰ্তাসকলে সমর্পিত সেৱাৰে আগুৱাই যাব লাগিব। জন সম্পর্ক সুদৃঢ় হোৱা মানেই সমাজ আৰু দল শক্তিশালী হোৱা, সমাজ আৰু দল শক্তিশালী হোৱা মানেই ৰাষ্ট্ৰ শক্তিশালী হোৱা।”

“প্রধানমন্ত্রীৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ বিগত ৯টা বছৰৰ যাত্ৰা হৈছে ভাৰতৰ সংকল্পৰপৰা সিদ্ধিলৈ এক অভিনৱ যাত্রা। মোদীৰ সবল নেতৃত্বত সৰ্বাংগীণ উন্নয়নৰ এই জয়যাত্রা অব্যাহত ৰাখি আমাৰ বিজেপি চৰকাৰে দেশখনক উন্নয়নৰ আন এক নতুন শিখৰত উপনীত কৰিব বুলি বদ্ধপৰিকৰ মোদীৰ সদিচ্ছা আৰু দূৰদৰ্শিতাৰ বাবেই অসম তথা উত্তৰ-পূৰ্বাঞ্চলে উন্নয়ন আৰু স্থায়ী শান্তিৰ নতুন ৰেঙণি দেখিবলৈ পাইছে।

এন ই অর্থাৎ উত্তৰ-পূৰ্বাঞ্চল এতিয়া কেৱল এটা অঞ্চল নহয়, এয়া হৈছে নতুন ভাৰতৰ এন ই অর্থাৎ নতুন ইঞ্জিন ৷ মোদী দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী, যিয়ে এতিয়ালৈকে ৫০ বাতকৈও অধিক উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণ কৰিছে। ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ীৰ পাছতেই দিল্লী-দিছপুৰৰ দূৰত্ব হ্ৰাস কৰাত মোদীয়ে সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে। সেয়েহে আমি উত্তৰ-পূববাসী তেখেতৰ ওচৰত চিৰকৃতজ্ঞ।”- সোণোৱালে লগতে উল্লেখ কৰে ।

জনসভাখনত লগতে উপস্থিত থাকে বিজেপিৰ ৰাষ্ট্ৰীয় উপ- সভাপতি তথা অসমৰ প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডা, সহ-প্ৰভাৰী পৱন শৰ্মা, জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতা, গুৱাহাটীৰ সাংসদ কুইন ওজা, বিধায়কসকল  সিদ্ধার্থ ভট্টাচার্য, অতুল বৰা, হেমাংগ ঠাকুৰীয়া, সুমন হৰিপ্ৰিয়াৰ উপৰি দলীয় বিষয়ববীয়াসকল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam BJPeetingJana Sampark AbhiyanMirzaPublic MUnion Minister Sarbananda Sonowal
publisher

publisher

Related Posts

বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য
Assam

বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য

April 30, 2026
ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য
Assam

ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

April 30, 2026
দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম
News

দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম

April 29, 2026
আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত
News

আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

April 29, 2026
দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য
News

দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

April 29, 2026
উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা
News

উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d