World’s Most Expensive Mango Sale In Siliguri:বিশ্বৰ সবাতোকৈ দামী আম বিক্ৰী শিলিগুড়িত !

কিলোত বিক্ৰী হৈছে ২.৭৫ লাখ টকাত

miyazaki Mango

World’s Most Expensive Mango Sale In Siliguri:

পশ্চিমবংগৰ শিলিগুড়িৰ আমৰ বজাৰত প্ৰদৰ্শিত হ’ল বিশ্বৰ সবাতোকৈ দামী আম মিয়াজাকি।

প্রকাশিত বাতৰি অনুসৰি, শিলিগুড়িত সম্প্রতি প্রতি কিলো মিয়াজাকি আম ২.৭৫ লাখ টকাৰ মূল্যত বিক্ৰী হৈছে।

উল্লেখ্য যে মিয়াজাকি আমৰ জন্মস্থান হৈছে জাপান। জাপানৰ কৃষকে উন্নত প্ৰজাতিৰ মিয়াজাকি আমৰ উদ্ভাৱন কৰিছিল। এই প্ৰজাতিৰ আমৰ সম্প্ৰতি খেতি কৰা হৈছে শিলিগুড়িত।

পশ্চিমবংগৰ কৃষকে স্থানীয়ভাবে উৎপাদন কৰা মিয়াজাকি আম এতিয়া শিলিগুড়িৰ বজাৰতো উপলব্ধ হৈছে।

Exit mobile version