Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Chief Judge of India:ভাগি পৰিছে সংবিধান : মুখ্য ন্যায়াধীশ

স্তম্ভিত-হতবাক বিশ্ব ,মণিপুৰত মহিলাক বিবস্ত্ৰ কৰা ঘটনাই সমগ্ৰ বিশ্বকে জোকাৰিছে ,নৃশংসতাৰ সকলো সীমা চেৰাই যোৱা এই ঘটনাক চৰম নিন্দা দেশৰ উচ্চতম ন্যায়ালয়ৰ

publisher by publisher
July 21, 2023
in India, Crime, News
Reading Time: 4 mins read
0
Chief Judge of India:ভাগি পৰিছে সংবিধান : মুখ্য ন্যায়াধীশ
2
SHARES
15
VIEWS
ShareShareShareShare

Chief Judge of India: গোষ্ঠী হিংসাত দগ্ধ মণিপুৰত দুগৰাকী মহিলাক বিবস্ত্ৰ কৰাই সমদল কৰা আৰু দলবদ্ধ ধৰ্ষণৰ দৰে বীভৎস ঘটনাই দেশতে নহয়, সমগ্র বিশ্বকে স্তব্ধ স্তম্ভিত কৰি তুলিছে।

ADVERTISEMENT

আজিৰ সভ্য সমাজত এনে ঘটনা এক সংঘটিত হোৱাৰ পৰিৱেশ কিদৰে সৃষ্টি হ’ল তাকে লৈ প্রশ্ন উত্থাপন হৈছে। নৃশংসতাৰ চৰম সীমা অতিক্ৰম কৰা এই ঘটনাত গভীৰভাৱে উদ্বিগ্ন স্বয়ং দেশৰ উচ্চতম ন্যায়ালয় এই ঘটনাত চৰম উৎকণ্ঠা প্রকাশ কৰি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড়ে আজি কঠোৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

RelatedPosts

Manipur Sexual Assult:মণিপুৰৰ নিৰ্লজ্জ কাণ্ডৰ মুল অভিযুক্ত হুইৰেম হেৰোডাছ মেইটেইৰ ঘৰ জ্বলালে উত্তেজিত মহিলাই

মুখ্য ন্যায়াধীশ চন্দ্রচূড়ে তাৎক্ষণিকভাবে এই ঘটনাক কেন্দ্ৰ কৰি কেন্দ্ৰীয় চৰকাৰ আৰু মণিপুৰ চৰকাৰৰ পৰা প্ৰতিবেদন তলব কৰিছে। ইয়াৰ লগতে তেওঁ এইদৰে সকীয়াই দিয়ে, ‘এই ঘটনাক লৈ আমি গভীৰভাৱে উদ্বিগ্ন। চৰকাৰে যদি কোনো ব্যৱস্থা নলয় তেন্তে উচ্চতম ন্যায়ালয়ে ল’ব।’

অহা ২৮ জুলাইত এই সম্পৰ্কীয় গোচৰৰ পৰৱৰ্তী শুনানি গ্ৰহণ কৰিব বুলি উল্লেখ কৰি মুখ্য ন্যায়াধীশে কয়, । কালি প্ৰচাৰিত ভিডিঅ’ক লৈ গভীৰভাৱে অস্থিৰ হৈছো। আমি গভীৰ উদ্বেগ প্রকাশ কৰিছো। এয়া সময় যে চৰকাৰে ব্যৱস্থা লওক । এয়া কোনো মতে গ্রহণযোগ্য নহয় তদুপৰি তেওঁ কয়, ‘চৰকাৰে যদি ব্যৱস্থা নলয় তেন্তে আমি ল’ম ।

আমি এই মতত উপনীত হৈছো যে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে আদালতে নিশ্চিতভাবে অবগত হ’ব লাগিব, যাতে এনে হিংসাৰ ঘটনাত অপৰাধী গ্ৰেপ্তাৰ হয়। সংবাদ মাধ্যম আৰু ভিজুৱেলসমূহত যিসমূহ দৃশ্য দেখা গৈছে সেইসমূহে সম্পূৰ্ণৰূপে সংবিধান ভাগি পৰাৰ ঘটনাকে প্ৰকাশ কৰিছে।

মণিপুৰৰ ভিডিঅ’ক কেন্দ্ৰ কৰি দেশজুৰি প্ৰতিক্ৰিয়া হোৱাৰ সময়তে এই ঘটনা চাৰি মেৰ বুলি দাবী কৰে মণিপুৰ আৰক্ষীয়ে। থৌবাল জিলাৰ নংপ’ক ছেকমাই থানাৰ দুই কিলোমিটাৰ নিলগত সংঘটিত বীভৎস ঘটনাটোৰ এজাহাৰ দাখিল কৰা হয় যদিও কোনো পদক্ষেপ গ্ৰহণ কৰা হোৱা নাছিল বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

ইতিমধ্যে দুই নির্যাতিতা মহিলাৰ এগৰাকীয়ে ভয়াবহ অভিজ্ঞতাৰ কথা নিজ মুখে ব্যাখ্যা কৰিছে। তেওঁ দাবী কৰে যে হত্যাৰ ভাবুকি প্ৰদান কৰি দুষ্কৃতিকাৰীয়ে সেইদিনা তেওঁলোকক পোছাক খুলিবলৈ বাধ্য কৰিছিল।

যোৱা ১৮ মে’ত কাংপ’কপি জিলাৰ বি ফাইনাম নামৰ গাঁওখনৰ মুৰব্বীয়ে জিলাখনৰ ছাইকুল থানাত এজাহাৰ দাখিল কৰিছিল। তেওঁ দাখিল কৰা মৰ্মে আৰক্ষীয়ে জিৰ এজাহাৰ ৰুজু কৰিছিল। ভুক্তভোগী মহিলাৰ ভাষ্য অনুসৰি তেওঁলোকে চাৰিজন আৰক্ষীয়ে গাড়ীত বহি হিংসাত্মক ঘটনা পর্যবেক্ষণ কৰি থকাটো প্ৰত্যক্ষ কৰিছিল। এগৰাকী ভুক্তভোগীয়ে কয় যে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে একো কৰা নাছিল।

ইতিমধ্যে ভুক্তভোগী মহিলাগৰাকীৰ ভ্ৰাতৃ আৰু পিতৃক হত্যা কৰে নৃশংসতাৰ সীমা অতিক্ৰম কৰা দুষ্কৃতিকাৰীয়ে। মন কৰিবলগীয়া যে এই ঘটনাৰ বীভৎস ভিডিঅ’টোৱে আৰক্ষীৰো চূড়ান্ত নিষ্ক্রিয়তা আৰু পুতৌজনক অবস্থাকে দাঙি ধৰিছে। এগৰাকী ভুক্তভোগীয়ে কয়, ‘মণিপুৰৰ আৰক্ষী তাত উপস্থিত আছিল; কিন্তু তেওঁলোকে আমাক সহায় কৰা নাছিল।

চাৰিজন আৰক্ষীয়ে গাড়ীত বহি ঘটনাটো প্ৰত্যক্ষহে কৰিছিল। প্ৰথমগৰাকী ভুক্তভোগীয়ে জনোৱা মতে, কাংপ কপিৰ বি ফাইনম গাঁওবাসীয়ে এটা তথ্য লাভ কৰিছিল যে চুবুৰীয়া মেইটেই গাঁৱৰ এদল লোকে তেওঁলোকৰ গাঁওখনলৈ চোচা লৈ আহিছে।

এই কথা শুনি কুকী গাঁওবাসীসকলে গাঁৱৰ পৰা পলাবলৈ সক্ষম হয় যদিও ভুক্তভোগী মহিলাৰ পৰিয়ালটোৱে পলায়ন কৰাৰ বাটতে উত্তেজিত লোকৰ দ্বাৰা আবদ্ধ হয়। এজাহাৰত উল্লেখ কৰা হৈছে যে মেইটেইসকলৰ হাতত আছিল অত্যাধুনিক অস্ত্র-শস্ত্র।

এনে নৃশংস ঘটনাত তীব্ৰ উদ্বেগ প্রকাশ কৰি উচ্চতম ন্যায়ালয়ে লগতে কয়, ‘মহিলাসকলক উত্তেজনাৰ পৰিস্থিতিত হিংসাৰ উদ্ধৃত কৰাক অস্ত্ৰৰূপে ব্যৱহাৰ কৰাটো গ্ৰহণযোগ্য নহয়।’ মুখ্য ন্যায়াধীশে সকীয়নি দিয়াৰ সময়ত দেশৰ এটর্ণি জেনেৰেল আৰু ভেংকটাৰামানি আৰু ছলিছিটৰ জেনেৰেল তুষাৰ মেহতা আদালত পক্ষৰ প্ৰথম শাৰীত থিয় দি আছিল।

মুখ্য ন্যায়াধীশ চন্দ্রচূড়ে কয় যে ভিডিঅ’টো শেহতীয়া ভিডিঅ’ হয় নে নহয় সেই কথা ধর্তব্য নহয়। তেওঁ কয়, ‘সেই কথাহে চাবলগীয়া যে এই ঘটনা সমুলি অগ্রহণযোগ্য। আমি চৰকাৰক ব্যৱস্থা ল’বলৈ কিছু সময় দিম আৰু নহ’লে আমি ল’ম।’

মুখ্য ন্যায়াধীশে ঘটনাটোক চূড়ান্ত ৰূপত সংবিধান উলংঘা আৰু মানৱ অধিকাৰ ভংগৰ ঘটনা বুলি কয়। ভেংকটাবামানিয়ে কয় যে তেওঁ আদালতৰ উদ্বেগৰ বিষয়ে চৰকাৰক অৱগত কৰিব। আনহাতে, মেহতাই কয় যে আদালত উদ্বেগৰ বিষয়ে চৰকাৰক জনাব। মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত আদালতত ইতিমধ্যে মেহতাই আশ্বাস প্রদান কৰি আহিছে যে সমগ্ৰ পৰিস্থিতি শান্ত হৈছে।

এটর্ণি জেনেৰেল আৰু ছলিছিটৰ জেনেৰেলৰ মৌধিক আশ্বাসৰ পাছতো উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে কেন্দ্ৰ আৰু ৰাজ্য উভয় চৰকাৰকে স্পষ্ট কৰি দিয়ে যে আদালতে তাৎক্ষণিক ব্যবস্থা প্রত্যক্ষ কৰিবলৈ বিচাৰে। আদালতে কয়, ‘আমি কেন্দ্ৰ আৰু মণিপুৰ চৰকাৰক তাৎক্ষণিকভাৱে সকাহমূলক, পুনৰ সংস্থাপনমূলক আৰু প্ৰতিৰোধমূলক ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিও।

পৰৱৰ্তী শুনানিৰ পূৰ্বে কি কি ব্যৱস্থা গ্ৰহণ কৰা হ’ল সেই বিষয়ে এই আদালতক জনাব লাগিব। কেন্দ্ৰীয় গৃহ সচিব আৰু মণিপুৰৰ মুখ্য সচিবে শপতনামা দাখিল কৰিব লাগিব।

আদালতে ঘটনাৰ মূল অভিযুক্তক কৰায়ত্ত কৰিবলৈ ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিতং তথ্য দাখিল কৰিবলৈ নির্দেশ দিয়ে আৰু ভৱিষ্যতে যাতে মণিপুৰত এনে ঘটনা সংঘটিত নহয় সেয়া নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Manipur Sexual AssultSc Demand Govt. Action
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d