Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Syndicate:কাৰ নিৰ্দেশত চোৰাং কাঠৰ ছিণ্ডিকেট ?

publisher by publisher
July 20, 2023
in India, Assam, Crime, News
Reading Time: 2 mins read
0
Syndicate:কাৰ নিৰ্দেশত চোৰাং কাঠৰ ছিণ্ডিকেট ?
2
SHARES
23
VIEWS
ShareShareShareShare

Syndicate:

ছিণ্ডিকেটৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰা বুলি ঘোষণা কৰা ৰাজ্য চৰকাৰৰ কাৰ্যকালত শাসকীয় বিজেপি বিধায়কৰ পৃষ্ঠপোষকতাতে চোৰাং কাঠৰ বৃহৎ ছিণ্ডিকেট চলাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। শদিয়াৰ বিজেপি বিধায়ক বলিন চেতিয়াৰ পৃষ্ঠপোষকতাত বৰপেটাৰ গোবিন সৰকাৰে চলাই আহিছে কাঠৰ বৃহৎ ছিণ্ডিকেট।

ADVERTISEMENT

ডিগবৈৰ বিজেপি বিধায়ক সুৰেন ফুকনে খেদি খেদি চোৰাং কাঠভর্তি ট্রাক জব্দ কৰাৰ পাছত এই ছিণ্ডিকেটৰ ন ন তথ্য পোহৰলৈ আহিছে। অৰুণাচলৰ পৰা অহা চোৰাং কাঠভর্তি ট্রাক তিনিচুকীয়াৰ শদিয়া, কাকপথাৰ আৰু ডিগবৈবে ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ সৰবৰাহ কৰা হয়। লাখ লাখ টকাৰ কৰ ফাকিৰে এই কাঠভর্তি ট্রাকসমূহ নগাঁৱকে ধৰি নলবাৰী, বৰপেটা আদিলৈ সৰবৰাহ কৰা হয়।

RelatedPosts

Timber Syndicate :বিজেপি নেতাৰ বৃহৎ কাঠৰ ছিণ্ডিকেট !

ৰাজনৈতিক আশিসধন্য গোবিন সৰকাৰ বাহিনীক প্ৰতিখন ট্রাকে লক্ষাধিক টকাৰ গুণ্ডাকৰ আদায় নিদিলে অসমত প্ৰৱেশ কৰিব নোৱাৰে বুলি অভিযোগ কৰিছে। কোনো ব্যবসায়ীয়ে সৰকাৰ বাহিনীক এই গুণ্ডাকৰ আদায় নিদি কাঠভর্তি ট্রাকসমূহ যদিহে অসমত প্রৱেশ কৰোৱা হয় তেতিয়া সেই ট্রাক আৰক্ষী আৰু বন বিভাগৰ দ্বাৰা সৰকাৰ বাহিনীয়ে ৰাজনৈতিক প্রভাব খটুৱাই জব্দ কৰাৰ অভিযোগ আছে।

এই ছিণ্ডিকেটত গোবিন সৰকাৰৰ উপৰি বিজেপি নেতা জিতু দাস আৰু নলবাৰীৰ ৰাজীৱ ডেকা জড়িত থকাৰ অভিযোগ উঠিছে। এই ছিণ্ডিকেট বাহিনীৰ প্ৰতিখন জিলাতে এজেণ্ট আছে আৰু এই এজেন্টসকলে নির্দিষ্ট গুণ্ডাকৰ সংগ্ৰহ কৰি গোবিন সৰকাৰ বাহিনীক প্ৰদান কৰে। উল্লেখ্য যে প্ৰতিটো নিশাই তিনিচুকীয়াৰ মাজেৰে শতাধিক চোৰাং কাঠভৰ্তি ট্ৰাক ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ সৰবৰাহ হৈ আহিছে যদিও বন বিভাগ বাদেই স্মাৰ্ট আৰক্ষীৰ চকুত নপৰা বিষয়টোৱে বিশেষ তাৎপর্য বহন কৰিছে।

ইফালে, ডিগবৈৰ ৰাজপথত বিজেপি বিধায়ক ফুকনে খেদি খেদি চোৰাং কাঠভৰ্তি ট্ৰাক জব্দ কৰা ঘটনাই অৰুণাচলী কাঠক কেন্দ্ৰ কৰি সৰকাৰ বাহিনীয়ে চলাই থকা বৃহৎ ছিণ্ডিকেটৰ বিষয়টো পোহৰলৈ আনে।

আৰক্ষী, বন বিভাগে কৰিব নোৱৰা কাম বিধায়কে কৰাৰ পাছতে দীৰ্ঘদিন ধৰি অব্যাহত থকা এই ছিণ্ডিকেটৰ ন ন তথ্য সম্প্ৰতি পোহৰলৈ আহিছে। উল্লেখ্য যে স্বয়ং বিজেপি বিধায়কৰ পৃষ্ঠপোষতাত গঢ় লৈ উঠাৰ অভিযোগ থকা এই ছিণ্ডিকেট বাহিনীত বিজেপিৰ নেতা-পালিনেতা জড়িত থকাৰ অভিযোগ উঠিছে।

অৰুণাচলী কাঠভর্তি ট্রাক তিনিচুকীয়াৰ তিনিটা দিশৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰলৈ গোবিন সৰকাৰ বাহিনীৰ নামত সৰবৰাহ হৈ আহিছে। অভিযোগ অনুসৰি শদিয়াৰ দিশত সৰকাৰ বাহিনীৰ হৈ কাঠভৰ্তি ট্ৰাকসমূহৰ পৰা গুণ্ডাকৰ সংগ্ৰহ কৰে চেপাখোৱা পৌৰসভাৰ উপ-পৌৰপতি তথা শদিয়াৰ বিধায়ক চেতিয়াৰ ঘনিষ্ঠ বিপিন গগৈয়ে।

একেদৰে কাকপথাৰ দিশত এই গুণ্ডাকৰ বিজেপি নেতা তথা বিধায়ক চেতিয়াৰ ঘনিষ্ঠ বলীন হাতীবৰুৱা আৰু প্ৰশান্ত হাজৰিকাই সংগ্ৰহ কৰাৰ অভিযোগ উঠিছে। ইয়াৰ উপৰি ডিগবৈ পথত মৰাণ ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা তথা বিজেপি নেতা অৰুণজ্যোতি মৰাণৰ ঘনিষ্ঠ সত্য মৰাণ আৰু ডিগবৈৰ কাঠ ব্যৱসায়ীৰ পুত্ৰ অমৃত শ্বাহীয়ে এই গুণ্ডাকৰ সংগ্ৰহ কৰাৰ অভিযোগ আছে।

উল্লেখ্য যে সৰকাৰ বাহিনীৰ এই এজেন্টসকলে তিনিচুকীয়াত প্ৰৱেশ কৰিবলগীয়া প্ৰতিখন ট্ৰাকৰ পৰা ৩০ৰ পৰা ৪০ হেজাৰ টকা গুণ্ডাকৰ সংগ্ৰহ কৰে। সামান্তৰালভাৱে তিনিচুকীয়াৰ পৰা কাজিৰঙাৰ বাগৰিলৈ ৪০ হেজাৰ আৰু বাগৰিৰ পৰা গুৱাহাটী-নলবাৰী অভিমুখী প্ৰতিখন ট্ৰাকৰ পৰা ৭০ হেজাৰ টকাৰ গুণ্ডাকৰ সংগ্ৰহ কৰে।

অৰ্থাৎ গুৱাহাটী-বৰপেটা-নলবাৰী অভিমুখী প্ৰতিখন ট্রাকে সৰকাৰ বাহিনীক এক লাখ ২৫ হেজাৰৰ পৰা ডেৰ লাখ টকা পর্যন্ত গুণ্ডাকৰ আদায় দিব লাগে। অভিযোগ অনুসৰি তিনিচুকীয়াৰ উল্লিখিত এজেন্টসকলে এই গুণ্ডাকৰ সংগ্ৰহ কৰি নলবাৰীৰ ৰাজীৱ ডেকা আৰু বিজেপি নেতা জিতু দাসৰ হাতত অৰ্পণ কৰে।

এই গুণ্ডাকৰ সংগ্ৰহ কৰি দিয়াৰ বাবদ প্রতিজন এজেন্টে প্ৰতিখন ট্ৰাকৰ পৰা পাঁচ হেজাৰকৈ টকা লাভ কৰে আৰু এজেণ্টসকলৰ কৰা সংগ্ৰহ কৰা গুণ্ডাকৰ লৈ জিতু আৰু ৰাজীৱে গোবিন সৰকাৰৰ হাতত অৰ্পণ কৰে।

উল্লেখ্য যে তিনিচুকীয়াৰ মাজৰে দৈনিক শতাধিক চোৰাং কাঠভর্তি ট্রাক ৰাজ্যৰ বিভিন্ন প্ৰান্তৰলৈ সৰবৰাহ হয় আৰু এই ছিণ্ডিকেট বাহিনীয়ে দৈনিক কোটি টকা গুণ্ডাকৰ সংগ্ৰহ কৰি অহাৰ অভিযোগ উঠিছে।

ইয়াৰ পাছতে সংশ্লিষ্ট জিলা আৰক্ষী তথা বন বিভাগে এই ছিণ্ডিকেটৰ বিৰুদ্ধে নৰম স্থিতি গ্ৰহণ কৰা ঘটনাই বহু প্ৰশ্নৰ উদ্রেক ঘটাইছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Bjp Mla InvolveTimber Syndicate
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d