khanapara Drugs Seized :মহানগৰীৰ খানাপাৰাত জব্দ বুজন পৰিমাণৰ ড্রাগছ-গাঞ্জা

গ্ৰেপ্তাৰ এজন ড্ৰাগছ পেডলাৰ

khanapara

khanapara Drugs Seized :
মহানগৰীৰ বশিষ্ঠ আৰক্ষীয়ে বিশেষ সূত্ৰৰ পমখেদি খানাপাৰাৰ উৰণীয়া সেঁতুৰ তলত অৰ্তকিতে অভিযান চলাই এক কিলোগ্রাম গাঞ্জা আৰু তিনিটা ড্রাগছভৰ্তি কণ্টেইনাৰ সহ সম্রাট মাৰাক নামৰ সৰবৰাহকাৰী এজনক গ্ৰেপ্তাৰ কৰে ৷

ইতিমধ্যে বশিষ্ঠ আৰক্ষীয়ে অধিক তথ্যৰ বাবে সৰবৰাহকাৰীটোক জেৰা অব্যাহত ৰাখিছে ৷

Exit mobile version