Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Meghalaya Also Demands Sonapur-Chandrapur:সীমা বিবাদ মীমাংসাৰ তৎপৰতাৰ মাজতে আমচাং অভয়াৰণ্য-চন্দ্ৰপুৰলৈ নিজৰ অঞ্চল বুলি দাবী

সোণাপুৰ-চন্দ্ৰপুৰো দাবী মেঘালয়ৰ ,চুবুৰীয়া ৰাজ্যৰ পশ্চিম ডিমৰীয়াৰ বিবদমান অঞ্চলক লৈ মতবিৰোধৰ সৃষ্টি

publisher by publisher
July 28, 2023
in India, Assam, News
Reading Time: 3 mins read
0
Meghalaya Also Demands Sonapur-Chandrapur:সীমা বিবাদ মীমাংসাৰ তৎপৰতাৰ মাজতে আমচাং অভয়াৰণ্য-চন্দ্ৰপুৰলৈ নিজৰ অঞ্চল বুলি দাবী
2
SHARES
15
VIEWS
ShareShareShareShare

Meghalaya Also Demands Sonapur-Chandrapur:

মেঘালয়ৰ লগত অসমৰ দীৰ্ঘদিনীয়া সীমা সমস্যা সমাধানৰ লক্ষ্যৰে দুয়োখন ৰাজ্যই আলোচনাত মিলিত হৈ অহাৰ সময়তে সোণাপুৰ ৰাজহ চক্ৰৰ অধীনৰ বৃহৎ অঞ্চল নিজৰ বুলি দাবী কৰিছে চুবুৰীয়া ৰাজ্যখনে। সীমা সমস্যাৰ সমাধান সূত্ৰ উলিয়াবলৈ গঠন কৰা দুয়োখন ৰাজ্যৰ আঞ্চলিক সমিতিৰ বৈঠকতে মেঘালয়ৰ আঞ্চলিক সমিতিয়ে সজোৰে এই দাবী উত্থাপন কৰাক লৈ দুয়ো ৰাজ্যৰ মাজত মত-বিৰোধ আৰম্ভ হৈছে বুলি উচ্চস্তৰীয় চৰকাৰী সূত্ৰই প্ৰকাশ দুয়োখন চৰকাৰে আলোচনা অব্যাহত ৰাখিছে।

ADVERTISEMENT

ইয়াৰে খান্দুলি পিআৰচি প্ৰথম আৰু দ্বিতীয় খণ্ডত শীঘ্ৰে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী উপস্থিত হৈ স্থানীয় লোকৰ স’তে মত-বিনিময় কৰি সমস্যা সমাধানৰ চেষ্টা কৰিব; কিন্তু এই ছটা বিবদমান অঞ্চলৰ ভিতৰত সম্প্ৰতি পশ্চিম ডিমৰীয়া বিবদমান অঞ্চলক লৈ দুয়োখন ৰাজ্যৰ মাজত টনা-আঁজোৰাৰ সৃষ্টি হৈছে।

RelatedPosts

মেঘালয়ৰ পূব জয়ন্তীয়া হিলছত ৫১ কোটি টকাৰ ড্রাগছ সহ মহিলা আটক

Meghalaya Cm Announced:মেঘালয়ৰ মাইনিঙত শ্ৰমিকৰ মৃত্যুৰ ঘটনাক লৈ উদ্বিগ্ন মেঘালয়ৰ মুখ্যমন্ত্ৰী

Tragic Meghalaya Coal Mine Blast:মেঘালয়ৰ ৰেট হোল মাইনিঙত শতাধিকৰ মৃত্যুৰ শংকা

সংশ্লিষ্ট প্ৰক্ৰিয়াৰে জড়িত শীর্ষ চৰকাৰী সূত্ৰই এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত ‘দৈনিক অগ্ৰদূত’ৰ আগত কয় যে গোটেই সোণাপুৰ খন মেঘালয়ে নিজৰ বুলি দাবী কৰিছে। সোণাপুৰ পাহাৰটোও বিচাৰিছে। মেঘালয়ৰ তালিকাত আমচাং অভয়াৰণ্য আৰু চন্দ্ৰপুৰৰ এটা অংশ অন্তর্ভুক্ত আছে।

এই মাটি মেঘালয়ে নিজৰ বুলি সজোৰে দাবী কৰি আহিছে আৰু মেঘালয় নিজৰ দাবীত অটল বুলি সূত্ৰটোৱে কয়। ফলত এই বিবদমান অঞ্চলক লৈ অসম চৰকাৰ সমস্যাত পৰিছে; কিয়নো ৰাষ্ট্ৰীয় ঘাইপথৰ বহু কিলোমিটাৰ ভিতৰলৈকে এই মাটি মেঘালয়ে নিজৰ বুলি দাবী কৰিছে।

সমান্তৰালভাৱে অসমৰ সমিতিয়েও এই মাটি কোনোপধ্যে এৰি দিয়া নহয় বুলি যুক্তি দর্শাই আহিছে যদিও মেঘালয়ৰ তুলনাত অসমৰ যুক্তি শক্তিশালী নহয় বুলি অভিযোগ উঠিছে। ফলত সোণাপুৰৰ বৃহৎ অংশ মেঘালয়ক এৰি দিব লাগিব নেকি এই লৈ স্বয়ং চৰকাৰী পক্ষই শংকা প্রকাশ কৰিছে।

আনহাতে, আন এটা বিবদমান অঞ্চল খান্দুলি পিচিআৰ প্ৰথম আৰু দ্বিতীয় খণ্ডৰ সমস্যা সমাধানৰ লক্ষ্যৰে দুয়ো ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে শীঘ্ৰে সেই অঞ্চল পৰিদৰ্শন কৰিব। চৰকাৰী সূত্ৰই সদৰী কৰা অনুসৰি, খান্দুলি পিচিআৰত বিশেষকৈ খাচী, পানাৰ, কাৰ্বি, নেপালী আদি জনগোষ্ঠীৰ লোকে বাস কৰে।

ইয়াতে খাচীসকল অসমত সোমাই আছে, কাৰ্বিসকল মেঘালয়ত সোমাই আছে। ফলত এঁকা-বেঁকা কৰি এতিয়া সীমা নির্ধাৰণ কৰি থকা হৈছে বুলি চৰকাৰী সূত্ৰই সদৰী কৰি দুয়ো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি সংশ্লিষ্ট অঞ্চলৰ বিবাদ নিষ্পত্তিৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি কয়।

উল্লেখ্য যে অসম আৰু মেঘালয়ৰ মাজত মুঠ ৮৮৪ কিলোমিটাৰ সীমাৰ ১২টা বিবদমান অঞ্চলৰ ভিতৰত ছটাৰ বিবাদ নিষ্পত্তিৰ বাবে ইতিমধ্যে দুয়োখন ৰাজ্যই বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে। এই ছটা অঞ্চলৰ মুঠ ৩৬.৭৯ বৰ্গ কিলোমিটাৰ ভূমিৰ ভিতৰত অসমে ১৮.৫১ বৰ্গ কিলোমিটাৰ ৰাখি বাকী ১৮.২৮ বর্গ কিলোমিটাৰ মেঘালয়ক এৰি দিয়াৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে।

তাৰ মাজত আন ছটা বিবদমান অঞ্চলৰ আলোচনা অব্যাহত আছে আৰু এই ছটা অঞ্চলৰ বৃহৎ ভূমি অসমে মেঘালয়ক এৰি দিয়াৰ সম্ভাৱনা আছে। অৱশ্যে এই ক্ষেত্ৰত মুখ বন্ধ ৰাখিছে সংশ্লিষ্ট বিভাগে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam-MeghalayaBorder DisputeDemandsMEGHALAYASonapur-Chandrapur
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d