Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

অসম অৰুণাচল প্রদেশৰ তিনিখন খন গাঁৱৰ ঐতিহাসিক সিদ্ধান্ত: সীমান্তৰ বিবদমান ডিমৌৰ সুবিশাল নৈসর্গিক সীমান্ত পর্যটক স্থলী আৰু গাওঁ লৈ পৰিণত কৰিব 

publisher by publisher
January 6, 2021
in Assam, India, News
Reading Time: 1 min read
0
অসম অৰুণাচল প্রদেশৰ তিনিখন খন গাঁৱৰ ঐতিহাসিক সিদ্ধান্ত: সীমান্তৰ বিবদমান ডিমৌৰ সুবিশাল নৈসর্গিক সীমান্ত পর্যটক স্থলী আৰু গাওঁ লৈ পৰিণত কৰিব 
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

এলএচিএচত চীনক প্ৰতিহত কৰিবলৈ ভাৰতীয় সেনাৰ নতুন অস্ত্ৰ—কৃত্ৰিম বুদ্ধিমত্তা

National Integration Tour For Students From Mechuka:অৰুণাচলৰ মেচুকাৰ পৰা ভাৰতীয় সেনাৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীৰ বাবে ৰাষ্ট্ৰীয় সংহতি শীৰ্ষক ভ্ৰমণ

বৰফ বুলোৱা শুভ্রতাই আবৰিছে অৰুণাচলক

সীমান্তৰ ভূমিক লৈ আন্ত ৰাজ্যিক বিবাদে সীমান্তত সংঘাতৰ সৃষ্টি কৰাৰ সময়তে সীমান্তৰ বিবদমান ভূমিক লৈ ঐতিহাসিক সিদ্ধান্ত গ্রহণ কৰি সমন্বয়ৰ বার্তা কঢ়িয়াই আনিছে অসম অৰুণাচল প্রদেশৰ তিনিখন গাঁৱৰ ৰাইজে। ২০০৭ চনত গুলীয়া গুলী আৰু তাৰ পিছত ২০১২-১৩ চনত উচ্চ ন্যায়লয়ত ধেমাজি জিলা প্রশাসনৰ বিৰুদ্ধে গােচৰ ৰুজো কৰি সাত সংবাদ শিৰােনামা দখল কৰা অশান্ত কৰ ডিমৌ নদীৰ পাৰত এতিয়া শান্তি সমন্বয়ৰ মাজেদি অসম অৰুণাচল প্রদেশৰ ৰাইজে মিলি গঢ় দিছে পৰ্যটক উদ্যোগ।

ADVERTISEMENT

ধেমাজি জিলাৰ চিলাপথাৰৰ ডিমৌৰ অসম অৰুণাচল সীমান্তবর্তী বিবদমান অঞ্চলৰ সুবিশাল মাটিত কেন্দ্রীয় চৰকাৰৰ কেইবাটাও আঁচনিৰ নির্মাণ কার্য চলি থকাৰ মাজতে এক ভয়ংকৰ সাম্প্রদায়িক পৰিৱেশৰ সৃষ্টি হৈছিল। তিনি হেজাৰ বিঘাৰ পাহাৰীয়া নৈসর্গীক মাটিক লৈ ২৫ বছৰ ধৰি কাজিয়া মাৰপিট আৰু কেইবাটাও গােচৰ চলি থকাৰ মাজতে অৰুণাচলৰ কুন্তৰ পালে আৰু ডিমৌৰ অসমীয়া ৰাইজ মিলি পর্যটক স্থলী লৈ ৰূপান্তৰিত কৰিলে। তিনি খন গাঁৱৰ ৰাইজে মিলি ২০২১ চনৰ ভিতৰত
পার্ক নির্মানৰ চিন্তা ধাৰণা কৰিছে।

কাম হাতত লৈছে। পহিলা জানুৱৰীৰ নিশা ন বজালৈকে বন ভােজ খাবলৈ অহা ৰাইজে ভিৰ কৰে। আজি পুৱাৰ ভাগত বিভিন্ন প্ৰান্তৰৰ পৰা বন ভােজৰ দলে উৎসৱ মুখ পৰিৱেশৰ সৃষ্টি কৰে। ডিমৌ নদীৰ সৌন্দৰ্য্য উপভােগ কৰিব লৈ অহা প্রতি খন যান বাহন সমূহ নির্দিষ্ট স্থানলৈ যাব দিয়াৰ লগতে কি অসুবিধা হলে তাৰ সহায়ৰ কাৰণে মানুহক নিয়ােগ কৰিছে। প্রতি দিনে পুৱাৰ ভাগত চাফ চিকুন কৰি পৰিৱেশটো নিয়ন্ত্রণ কৰি ৰাখিছে।

সেউজীয়া পাহাৰৰ দাঁতিত বৈ অহা ডিমৌ নদীৰ পাৰত উখল মাখল পৰিৱেশৰ মাজত শ শ বনভােজৰ দলে আনন্দ উপভােগ কৰিছে।। অৰুণাচল প্রদেশৰ মাৰ্বম ৰিমাম ক সভাপতি আৰু অসমৰ পৰা দ্বিপেন টাইড ক সম্পাদক হিচাপে লৈ সমিতি খন গঠন কৰা হয়। পৰ্যটক স্থলীৰ পৰা আৰম্ভ কৰি সমন্বয়ৰ এখন গাঁও স্থাপনৰ প্রস্তুতি আৰম্ভ কৰিছে। ২০২০ চনৰ সকলাে পাহৰি ভাতৃত্বৰ এনাজৰীৰে আত্ম নিৰ্ভৰশীল হােৱাৰ সপােন লৈ যাত্ৰা কৰা তিনিখন গাঁৱবাসী লৈ সফল হওঁক।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ARUNACHAL PRADESHDimow
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d