Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Sonitpur Dist.Divas:শোণিতপুৰ জিলা দিৱসৰ কাৰ্যসূচীত মন্ত্ৰী পীযুষ হাজৰীকা

পৌৰাণিক উপাদান আৰু সাংস্কৃতিক ঐতিহ্যৰে সমৃদ্ধ শোণিতপুৰ জিলা অসমৰ এখন অন্যতম আগবঢ়া জিলা, তেজপুৰ বিশ্ববিদ্যালয়ত পথৰ পশুৰ বাবে নিৰ্মিত আশ্ৰয় গৃহ উন্মোচন মন্ত্ৰী হাজৰীকাৰ, পশুৰ বাবে প্ৰতিষেধক আৰু ভ্ৰাম্যমাণ এম্বুলেনচ সেৱা আৰম্ভ

publisher by publisher
August 3, 2023
in India, Assam, Crime, News
Reading Time: 3 mins read
0
Sonitpur Dist.Divas:শোণিতপুৰ জিলা দিৱসৰ কাৰ্যসূচীত মন্ত্ৰী পীযুষ হাজৰীকা
0
SHARES
4
VIEWS
ShareShareShareShare

Sonitpur Dist.Divas:

অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী তথা শোণিতপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰীকাই আজি শোণিতপুৰ জিলা দিৱস উপলক্ষে তেজপুৰৰ বাণ থিয়েটাৰত আয়োজিত মূল অনুষ্ঠানৰ উদ্বোধক হিচাবে উপস্থিত থাকে ।

ADVERTISEMENT

pijush 1দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত জিলা দিৱসৰ এই মূল অনুষ্ঠানত বক্তব্য প্ৰদান কৰি মন্ত্ৰী হাজৰীকাই জিলাখনৰ সমূহ ৰাইজ, জিলা প্ৰশাসন আৰু জিলাখনত কৰ্মৰত বিষয়া কৰ্মচাৰীসকলক জিলা দিৱস উপলক্ষে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে |

RelatedPosts

Tezpur:তেজপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত অঘটন !

Veteran artist Chowkat Ali Passes Away: প্রথিতযশা চিত্ৰ শিল্পী চৌকত আলীৰ দেহাৱসান

তেজপুৰত দীপাৱলীত ফটকাৰ বিক্রীক লৈ শংকিত ব্যৱসায়ী

pijush 3ভাগৱত পুৰাণ আৰু কালিকা পুৰাণৰ কাহিনীৰে সমৃদ্ধ শোণিতপুৰ জিলাখনত থকা ভৈৰৱী মন্দিৰ, মহাভৈৰৱ মন্দিৰ, নাগ শংকৰ মন্দিৰ, দ পৰ্বতীয়া মন্দিৰ আদি মন্দিৰে শোণিতপুৰ জিলাৰ প্ৰাচীন সনাতনী সংস্কৃতিক প্ৰতিনিধিত্ব কৰে বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই তেওঁৰ ভাষণত ঊষা-অনিৰুদ্ধৰ প্ৰেম, পৰাক্ৰমী বাণৰজা আৰু পুৰাণৰ বিখ্যাত হৰি-হৰৰ যুদ্ধৰ উদ্ধৃতি দিয়ে ।

pijush4অসমৰ সাংস্কৃতিক ৰাজধানী হিচাবে প্ৰখ্যাত তেজপুৰত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু নটসূৰ্য ফণী শৰ্মাই অসমৰ সংস্কৃতিৰ উন্নয়নৰ বাবে কাম কৰা বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই কয় যে বিশ্ব বিশ্ৰুত শিল্পী সুধাকণ্ঠ ভূপেন হাজৰিকাইও তেজপুৰ পৰাই সংগীতৰ ক্ষেত্ৰখনত খোজ পেলাইছিল ।

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে শোণিতপুৰৰ উন্নয়ন আৰু বিশেষকৈ তেজপুৰৰ সৌন্দৰ্যবৰ্দ্ধনৰ বাবে বহুখিনি প্ৰচেষ্টা হাতত লৈ কাৰ্যকৰী আছে বুলি ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।

ইয়াৰ পূৰ্বে জিলাখনৰ অভিভাৱক মন্ত্ৰীগৰাকীয়ে তেজপুৰ বিশ্ববিদ্যালয়ত বিধায়ক পৃথ্বীৰাজ ৰাভা, কৃষ্ণকমল তাঁতী, বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক শম্ভুনাথ সিং আৰু জিলা আয়ুক্তৰ উপস্থিতিত আন এক বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰে ।

এই কাৰ্যসূচীত মন্ত্ৰীগৰাকীয়ে বিশ্ববিদ্যালয়খনত শোণিতপুৰ জিলা প্ৰশাসন, ৰটাৰী ক্লাৱ তেজপুৰ আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ Animal Welfare Club ৰ ব্যৱস্থাপনাত ৰাস্তাৰ পশু বোৰক বিভিন্ন ৰোগৰ পৰা ৰক্ষা কৰিবলৈ আয়োজিত ভেকচিন প্ৰদান কেম্পৰ শুভাৰম্ভনি কৰে ।

pijush5ইয়াৰ লগতে বিগত মাহত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভণি কৰা ভ্ৰাম্যমাণ পশু চিকিৎসেৱা আঁচনিৰ অধীনত শোণিতপুৰ জিলাই লাভ কৰা আঠ খন ভ্ৰাম্যমাণ পশু এম্বুলেনচৰ পাঁচখনৰ আৰম্ভণি কৰে ।

আনহাতে মন্ত্ৰীগৰাকীয়ে জিলা প্ৰশাসন আৰু ৰ’টাৰী ক্লাৱৰ সহযোগত পশু সমূহক আশ্ৰয় আৰু চিকিৎসা প্ৰদান কৰিবৰ বাবে বিশ্ববিদ্যায়খনত নিৰ্মিত পশুকল্যাণ আশ্ৰয় গৃহৰো শুভাৰম্ভণি কৰে ।

উল্লেখ্য যে, তেজপুৰ বিশ্ববিদ্যালয়ৰ Animal Welfare Clubয়ে বিগত বহু বছৰ ধৰি পথত থকা কুকুৰ তথা আন আন পশুৰ সুৰক্ষা তথা চিকিৎসাৰ ক্ষেত্ৰত সেৱা আগবঢ়াই আহিছে।

piojush newমন্ত্ৰীগৰাকীয়ে আজিৰ অনুস্থানত এই ক্লাৱৰ অনন্য প্ৰশংসনীয় সেৱাৰ শলাগ লয় । মন্ত্ৰীগৰাকীয়ে কয় যে আমাৰ বেছিভাগ মানুহেই পোহনীয়া কুকুৰ-মেকুৰীক আদৰ কৰো যদিও ৰাষ্ট্ৰাৰ পশুবোৰৰ ক্ষেত্ৰত আমি উদাসীন হও ।

pijush new 2কিন্তু মানৱ জাতি জীয়াই থকাৰ বাবেও প্ৰাকৃতিক ভাৰসাম্যতা ৰক্ষাৰ স্বাৰ্থত সকলো জীৱই ভালদৰে জীয়াই থকাৰ প্ৰয়োজনীয়তা আছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Minister Pijush Hazarika VisitSONITPUR DIVASTEZPUR
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d