Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Sonitpur Dist.Divas:শোণিতপুৰ জিলা দিৱসৰ কাৰ্যসূচীত মন্ত্ৰী পীযুষ হাজৰীকা

পৌৰাণিক উপাদান আৰু সাংস্কৃতিক ঐতিহ্যৰে সমৃদ্ধ শোণিতপুৰ জিলা অসমৰ এখন অন্যতম আগবঢ়া জিলা, তেজপুৰ বিশ্ববিদ্যালয়ত পথৰ পশুৰ বাবে নিৰ্মিত আশ্ৰয় গৃহ উন্মোচন মন্ত্ৰী হাজৰীকাৰ, পশুৰ বাবে প্ৰতিষেধক আৰু ভ্ৰাম্যমাণ এম্বুলেনচ সেৱা আৰম্ভ

publisher by publisher
August 3, 2023
in Assam, Crime, India, News
Reading Time: 3 mins read
0
Sonitpur Dist.Divas:শোণিতপুৰ জিলা দিৱসৰ কাৰ্যসূচীত মন্ত্ৰী পীযুষ হাজৰীকা
1
SHARES
5
VIEWS
ShareShareShareShare

RelatedPosts

Terrible road accident in Sonitpur:শোণিতপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাত একেলগে প্ৰাণ গ’ল ৫ যুৱকৰ

18 Ft- Long giant Python Rescued in Tezpur:ভাৰতৰ ভিতৰত দ্বিতীয় সৰ্বোচ্চ দৈৰ্ঘৰ অজগৰ উদ্ধাৰ তেজপুৰত

নদুৱাৰত সমষ্টিত ভোটগ্ৰহণৰ মাজতে দুঃখজনক ঘটনা

Sonitpur Dist.Divas:

অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী তথা শোণিতপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰীকাই আজি শোণিতপুৰ জিলা দিৱস উপলক্ষে তেজপুৰৰ বাণ থিয়েটাৰত আয়োজিত মূল অনুষ্ঠানৰ উদ্বোধক হিচাবে উপস্থিত থাকে ।

ADVERTISEMENT

দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত জিলা দিৱসৰ এই মূল অনুষ্ঠানত বক্তব্য প্ৰদান কৰি মন্ত্ৰী হাজৰীকাই জিলাখনৰ সমূহ ৰাইজ, জিলা প্ৰশাসন আৰু জিলাখনত কৰ্মৰত বিষয়া কৰ্মচাৰীসকলক জিলা দিৱস উপলক্ষে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে |

ভাগৱত পুৰাণ আৰু কালিকা পুৰাণৰ কাহিনীৰে সমৃদ্ধ শোণিতপুৰ জিলাখনত থকা ভৈৰৱী মন্দিৰ, মহাভৈৰৱ মন্দিৰ, নাগ শংকৰ মন্দিৰ, দ পৰ্বতীয়া মন্দিৰ আদি মন্দিৰে শোণিতপুৰ জিলাৰ প্ৰাচীন সনাতনী সংস্কৃতিক প্ৰতিনিধিত্ব কৰে বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই তেওঁৰ ভাষণত ঊষা-অনিৰুদ্ধৰ প্ৰেম, পৰাক্ৰমী বাণৰজা আৰু পুৰাণৰ বিখ্যাত হৰি-হৰৰ যুদ্ধৰ উদ্ধৃতি দিয়ে ।

অসমৰ সাংস্কৃতিক ৰাজধানী হিচাবে প্ৰখ্যাত তেজপুৰত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু নটসূৰ্য ফণী শৰ্মাই অসমৰ সংস্কৃতিৰ উন্নয়নৰ বাবে কাম কৰা বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই কয় যে বিশ্ব বিশ্ৰুত শিল্পী সুধাকণ্ঠ ভূপেন হাজৰিকাইও তেজপুৰ পৰাই সংগীতৰ ক্ষেত্ৰখনত খোজ পেলাইছিল ।

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে শোণিতপুৰৰ উন্নয়ন আৰু বিশেষকৈ তেজপুৰৰ সৌন্দৰ্যবৰ্দ্ধনৰ বাবে বহুখিনি প্ৰচেষ্টা হাতত লৈ কাৰ্যকৰী আছে বুলি ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।

ইয়াৰ পূৰ্বে জিলাখনৰ অভিভাৱক মন্ত্ৰীগৰাকীয়ে তেজপুৰ বিশ্ববিদ্যালয়ত বিধায়ক পৃথ্বীৰাজ ৰাভা, কৃষ্ণকমল তাঁতী, বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক শম্ভুনাথ সিং আৰু জিলা আয়ুক্তৰ উপস্থিতিত আন এক বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰে ।

এই কাৰ্যসূচীত মন্ত্ৰীগৰাকীয়ে বিশ্ববিদ্যালয়খনত শোণিতপুৰ জিলা প্ৰশাসন, ৰটাৰী ক্লাৱ তেজপুৰ আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ Animal Welfare Club ৰ ব্যৱস্থাপনাত ৰাস্তাৰ পশু বোৰক বিভিন্ন ৰোগৰ পৰা ৰক্ষা কৰিবলৈ আয়োজিত ভেকচিন প্ৰদান কেম্পৰ শুভাৰম্ভনি কৰে ।

ইয়াৰ লগতে বিগত মাহত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভণি কৰা ভ্ৰাম্যমাণ পশু চিকিৎসেৱা আঁচনিৰ অধীনত শোণিতপুৰ জিলাই লাভ কৰা আঠ খন ভ্ৰাম্যমাণ পশু এম্বুলেনচৰ পাঁচখনৰ আৰম্ভণি কৰে ।

আনহাতে মন্ত্ৰীগৰাকীয়ে জিলা প্ৰশাসন আৰু ৰ’টাৰী ক্লাৱৰ সহযোগত পশু সমূহক আশ্ৰয় আৰু চিকিৎসা প্ৰদান কৰিবৰ বাবে বিশ্ববিদ্যায়খনত নিৰ্মিত পশুকল্যাণ আশ্ৰয় গৃহৰো শুভাৰম্ভণি কৰে ।

উল্লেখ্য যে, তেজপুৰ বিশ্ববিদ্যালয়ৰ Animal Welfare Clubয়ে বিগত বহু বছৰ ধৰি পথত থকা কুকুৰ তথা আন আন পশুৰ সুৰক্ষা তথা চিকিৎসাৰ ক্ষেত্ৰত সেৱা আগবঢ়াই আহিছে।

মন্ত্ৰীগৰাকীয়ে আজিৰ অনুস্থানত এই ক্লাৱৰ অনন্য প্ৰশংসনীয় সেৱাৰ শলাগ লয় । মন্ত্ৰীগৰাকীয়ে কয় যে আমাৰ বেছিভাগ মানুহেই পোহনীয়া কুকুৰ-মেকুৰীক আদৰ কৰো যদিও ৰাষ্ট্ৰাৰ পশুবোৰৰ ক্ষেত্ৰত আমি উদাসীন হও ।

কিন্তু মানৱ জাতি জীয়াই থকাৰ বাবেও প্ৰাকৃতিক ভাৰসাম্যতা ৰক্ষাৰ স্বাৰ্থত সকলো জীৱই ভালদৰে জীয়াই থকাৰ প্ৰয়োজনীয়তা আছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Minister Pijush Hazarika VisitSONITPUR DIVASTEZPUR
publisher

publisher

Related Posts

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

October 2, 2026
বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d