Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি

    ‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

    ৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

    তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

    অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

    পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Erosion Inspection :কামৰূপ জিলাৰ দকুৱাপাৰাত খহনীয়া আক্ৰান্ত অঞ্চল পৰ্যবেক্ষণ মন্ত্ৰী পীযুষ হাজৰীকাৰ

গুমীত জলসম্পদ বিভাগৰ সম্পূৰ্ণ হোৱা খহনীয়াৰোধৰ কাম পৰিদৰ্শন, ছয়গাঁও আৰু পলাশবাৰী সমষ্টিত নিৰ্মিত ব্ৰহ্মপুত্ৰৰ পাৰৰ প্ৰায় ২৩ কিল'মিটাৰ অংশৰ মথাউৰি তথা পথ পৰিদৰ্শন জলসম্পদ মন্ত্ৰীগৰাকীৰ

publisher by publisher
August 1, 2023
in Assam, India, News
Reading Time: 2 mins read
0
Erosion Inspection :কামৰূপ জিলাৰ দকুৱাপাৰাত খহনীয়া আক্ৰান্ত অঞ্চল পৰ্যবেক্ষণ মন্ত্ৰী পীযুষ হাজৰীকাৰ
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ

Batadova Than:বটদ্ৰৱা প্ৰকল্প পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্ত আৰু পীযুষ হাজৰিকাৰ 

Majuli:ভকতচাপৰিৰ গৰুখুটিত খহনীয়া ৰোধৰ কামৰ শামুকীয়া অগ্ৰগতি পৰিদৰ্শন মাজুলীৰ বিধায়ক ভূৱন গামৰ

Erosion Inspection :

অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি কামৰূপ জিলাৰ কেইবাটাও স্থান ভ্ৰমণ কৰি খহনীয়াত আক্ৰান্ত অঞ্চলৰ বুজ লোৱাৰ লগতে বিভাগীয়ভাৱে সম্পূৰ্ণ হোৱা খহনীয়া প্ৰতিৰোধী কাম পৰিদৰ্শন কৰে |

ADVERTISEMENT

মন্ত্ৰীগৰাকীয়ে প্ৰথমতে ছয়গাঁও সমষ্টিৰ যোগীবাৰীৰ দকুৱাপাৰা অঞ্চলত উপস্থিত হৈ কুলসী নদীয়ে খহনীয়া সৃষ্টি কৰা দুটা স্থানত জলসম্পদ বিভাগে কৰি থকা জৰুৰী খহনীয়াৰোধৰ কাম পৰ্যবেক্ষণ কৰে | স্থানটোত কুলসী নদীৰ পাৰৰ পথটো খহনীয়াত আক্ৰান্ত হৈ কাষৰীয়া অঞ্চলটোত ৰাইজক আশংকিত কৰি ৰাখিছিল বুলি জানিবলৈ পাই জলসম্পদ মন্ত্ৰী গৰাকীয়ে ইতিমধ্যেই বিভাগক জৰুৰীভাৱে খহনীয়া ৰোধৰ কাম কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছিল |

আজি অঞ্চলটো পৰিভ্ৰমণ কৰি মন্ত্ৰী হাজৰীকাই জলসম্পদ আৰু লোকনিৰ্মাণ বিভাগৰ অভিযন্তাসকলক খহনীয়াত আক্ৰান্ত পথটো বহল কৰি খহনীয়া ৰোধৰ বাবে প্ৰয়োজনীয় সকলো কাম হাতত লবলৈ নিৰ্দেশ দিয়ে |

পাছত মন্ত্ৰীগৰাকীয়ে জিলাখনৰ গুমী অঞ্চলত উপস্থিত হৈ অঞ্চলটোত জলসম্পদ বিভাগে ইতিমধ্যে সম্পূৰ্ণ কৰা খহনীয়া প্ৰতিৰোধী আঁচনিৰ অধীনৰ কামসমূহ পৰিদৰ্শন কৰে |

উল্লেখযোগ্য যে অঞ্চলটোত জলসম্পদ বিভাগে চাৰিটা আঁচনিৰ অধীনত প্ৰায় ১১.১৫ কোটি টকা ব্যয়েৰে এক কিল’মিটাৰ দৈৰ্ঘ্যৰ অংশত ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধৰ বাবে কাম সম্পূৰ্ণ কৰিছে | মন্ত্ৰীগৰাকীয়ে আজি এই অঞ্চলটো পৰিদৰ্শন কৰি বৰ্তমানৰ পৰিস্থিতিৰ বুজ লৈ খহনীয়া প্ৰতিৰোধী কামত সন্তোষ্টি প্ৰকাশ কৰে |

জলসম্পদ মন্ত্ৰীগৰাকীয়ে এই অঞ্চলৰ পৰাই ছয়গাঁও আৰু পলাশবাৰী সমষ্টিৰ অধীনত ৰাজ্য চৰকাৰে নিৰ্মাণ কৰা ব্ৰহ্মপুত্ৰৰ পাৰৰ প্ৰায় ২৩ কিল’মিটাৰ দৈৰ্ঘ্যৰ মথাউৰি তথা পকীপথেৰে যাত্ৰা কৰি এই মথাউৰি তথা পকী পথ পৰিদৰ্শন কৰে |

উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে এক অভিলাসী আঁচনিৰ অধীনত বৰ্তমানলৈকে ৰাজ্যখনৰ প্ৰায় ১২০০ কিল’মিটাৰ দৈৰ্ঘ্যৰ মথাউৰিক পকী পথলৈ ৰূপান্তৰিত কৰিবলৈ সক্ষম হৈছে |

মন্ত্ৰী গৰাকীৰ আজিৰ পৰিদৰ্শন কালত বিধায়কদ্বয় ৰেকিবুদ্দিন আহমেদ আৰু হেমাংগ ঠাকুৰীয়াৰ লগতে জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা, কামৰূপ জিলা আয়ুক্ত আৰু আন বিভাগীয় বিষয়াসকল উপস্থিত আছিল |

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Erosion InspectionKulshi RiverMinister Pijush Hazarika
publisher

publisher

Related Posts

উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি
International

October 13, 2026
‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ
International

‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

October 13, 2026
৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম
International

৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

October 13, 2026
তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ
International

তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

October 13, 2026
অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি
International

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

October 12, 2026
পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d