Garigaon Incident:মহানগৰীৰ গাড়ীগাঁৱত অঘটন

জি এম চিৰ অধীনস্থ নলা নিৰ্মাণৰ আধাৰশিলা ভাঙিলে দুৰ্বৃত্তই

garigaon incident

Garigaon Incident:

মহানগৰীৰ গাড়ীগাঁৱত অঘটন ৷ গুৱাহাটী পৌৰ নিগমৰ অধীনস্থ নলা নিৰ্মাণৰ আধাৰশিলা অচিনাক্ত দুৰ্বৃত্তই ভাঙি পেলাই ৷

বৃহস্পতিবাৰে নিশা সংঘটিত হয়  ই কাৰ্য ৷ আধাৰশিলা ভাঙি এন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে দুৰ্বৃত্তই ৷

শুক্ৰবাৰে পুৱাহে স্থানীয় লোকে আধাৰশিলাৰ ফলক ভাঙি থকা প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে ৷

পৰৱৰ্তী সময়ত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে তদন্ত ৷ আৰক্ষীয়ে সদৰি কৰা মতে ,এই কাণ্ড কৰা দুৰ্বৃত্ত শীৰ্ঘেই আৰক্ষীৰ জালত পৰিব ৷

Exit mobile version