Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Terrible road accident in Sonitpur:শোণিতপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাত একেলগে প্ৰাণ গ’ল ৫ যুৱকৰ

    Bokakhat:প্ৰখৰ ৰ’দকো নেওচি প্ৰণৱ দলেৰ মুক্তিৰ দাবীত সভা-সমদলৰে উত্তাল বোকাখাত

    Houthi Attack:মধ্যপ্রাচ্যত উত্তাল পৰিৱেশ অব্যাহত, স্থানচ্যুত হ’ল অর্ধ লক্ষাধিক নিৰীহ লোক

    তিনিটা বছৰ ৱাৰ্ডৰোবত পৰি থকা পোছাকেই এদিন উজলাইছিল বিশ্বক, পুনৰ নিলামত ডায়নাৰ ‘ৰিভেঞ্জ ড্ৰেছ’

    Dibrugarh Don Bosco School:ডিব্ৰুগড়ৰ ডন বস্কো’ স্কুলত চাঞ্চল্যকৰ ঘটনা

    Guwahati:মহানগৰীৰ মালিগাঁৱত আবকাৰী বিভাগৰ অভিযান জব্দ বৃহৎ পৰিমাণৰ অবৈধ সুৰা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

নতুন সংসদ ভৱনৰ আধাৰশিলা স্থাপন তথা ভূমি পূজন

publisher by publisher
December 6, 2020
in India, News, Politics
Reading Time: 1 min read
0
নতুন সংসদ ভৱনৰ আধাৰশিলা স্থাপন তথা ভূমি পূজন
4
SHARES
42
VIEWS
ShareShareShareShare

RelatedPosts

PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

Gaurav Gogoi:সাংসদ গৌৰৱ গগৈক India-Philippines Parliamentary Friendship Groupৰ অধ্যক্ষ হিচাপে নিযুক্তি লোকসভাৰ অধ্যক্ষৰ

PM Modi Assam Visit:অসমত প্ৰধানমন্ত্ৰী মোদীৰ দুদিনীয়া ভ্ৰমণসূচীৰ বিস্তৃত কাৰ্যসূচী

প্ৰায় ৫৬০ ফুট ব্যাসৰ বৃত্তাকাৰ সংসদ ভৱন পুৰাতাত্ত্বিক নিদৰ্শন হিচাপে চিহ্নিত হ’ব । ইয়াৰ কাষতেই প্ৰায় ৬৪,৫০০ বৰ্গমিটাৰ অঞ্চলজোৰি নতুন ত্ৰিভুজাকৃতি সংসদ ভৱন নিৰ্মাণ কৰা হ’ব । ব্যয় কৰা হ’ব ৯৭১কোটি টকা ।

ADVERTISEMENT

আগন্তুক ১০ ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন সংসদ ভৱনৰ আধাৰশিলা স্থাপনৰ লগতে ভূমি পূজাও কৰিব । লোকসভাৰ অধ্যক্ষ ওম বিৰলাই আজি প্ৰধানমন্ত্ৰী মোদীৰ বাসভৱনত গৈ তেওঁক আনুষ্ঠানিকভাৱে আধাৰশিলা স্থাপনৰ বাবে আমন্ত্ৰণ জনায় । গণতন্ত্ৰৰ নতুন মন্দিৰৰ ভূমিপূজনৰ বাবে প্ৰধানমন্ত্ৰী মোদীক আমন্ত্ৰণ কৰি অধ্যক্ষ বিৰলাই কয়, ‘১০ ডিচেম্বৰে বিয়লি এক বজাত আধাৰশিলা স্থাপন কৰা হ’ব । প্ৰধানমন্ত্ৰীৰ ভূমিপূজাৰে অনুষ্ঠান আৰম্ভ কৰা হ’ব । ২০২২ত স্বাধীনতাৰ ৭৫ বছৰ পূৰ্তিত আমি নতুন সংসদ ভৱনত লোকসভা তথা ৰাজ্যসভাৰ অধিৱেশন আৰম্ভ কৰিম ।’

অতিমাৰিৰ স’তে যুদ্ধ, অৰ্থনীতিৰ সংকতৰ মাজতেই এতিয়া কিয় নতুন সংসদ ভৱন নিৰ্মাণত টকা ব্যয় কৰা হৈছে বুলি প্ৰশ্ন উত্থাপন কৰিছে কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী ছ’নিয়া গান্ধীসহ বিৰোধী দলৰ একাধিক নেতা-নেত্ৰীয়ে । অধ্যক্ষ বিৰলাই কয় যে, নতুন সংসদ ভৱন নিৰ্মাণৰ জৰিয়তে প্ৰত্যক্ষভাৱে ২০০০ লোকে কৰ্মসংস্থাপন লাভ কৰিব । আনহাতে, পৰোক্ষভাৱে ৯০০০ লোকে । বৰ্তমানৰ সংসদ ভৱন যে ব্ৰিটিছৰ দিনতে নিৰ্মাণ কৰা হৈছিল সেয়া পুনঃস্মৰণ কৰাই অধ্যক্ষ বিৰলাই কয়, ‘ভাৰতীয় জনগণৰ গৰ্বৰ বিষয় হ’ব, এই সংসদ ভৱন নিজ দেশৰ মানুহৰ হাতেৰেই নিৰ্মাণ কৰা হ’ব । এয়া আত্মনিৰ্ভৰ ভাৰতৰ প্ৰধান উদাহৰণ হ’ব ।’

টাটা প্ৰজেক্ট আৰু কেন্দ্ৰীয় ৰাজহুৱা ক্ৰিয়া বিভাগে ইতিমধ্যে নতুন সংসদ ভৱনৰ নিৰ্মাণ কাৰ্যৰ প্ৰস্তুতি আৰম্ভ কৰি দিছে । বৰ্তমান সংসদ ভৱনৰ যিটো অংশত কাম আৰম্ভ কৰা হ’ব সেই অঞ্চলটো ঢাকি পেলোৱা হৈছে । শব্দ আৰু বায়ু প্ৰদূষণ ৰোধ কৰাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।

লোকসভাৰ অধ্যক্ষই জনায়, ‘নতুন ভৱনত লোকসভাৰ ৮৮৮ জন সাংসদ বহাৰ ব্যৱস্থা কৰা হ’ব । ৰাজ্যসভাত ৩৮৪ জন সাংসদে বহিব পাৰিব । বৰ্তমান লোকসভাত ৫৪৩ জন আৰু ৰাজ্যসভাত ২৪৫ জন সাংসদ বহাৰ ব্যৱস্থা আছে । জনসংখ্যাৰ অনুপাতে ভৱিষ্যতে সাংসদৰ সংখ্যাও বৃদ্ধি কৰা হ’ব বুলি এই সিদ্ধান্ত লোৱা হৈছে । নতুন ভৱনত কনষ্টিটিউছন হল থাকিব । বৰ্তমান শ্ৰম মন্ত্ৰণালয়, জলশক্তি মন্ত্ৰণালয়ৰ ঠিকনা শ্ৰমশক্তি ভৱন । সেইটো ভাঙি সংসদৰ কাৰ্যালয় নিৰ্মাণ কৰা হ’ব ।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: new Parliament buildingPM ModiSonia Gandhispeaker om birla
publisher

publisher

Related Posts

Terrible road accident in Sonitpur:শোণিতপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাত একেলগে প্ৰাণ গ’ল ৫ যুৱকৰ
Assam

September 12, 2026
Bokakhat:প্ৰখৰ ৰ’দকো নেওচি প্ৰণৱ দলেৰ মুক্তিৰ দাবীত সভা-সমদলৰে উত্তাল বোকাখাত
Assam

Bokakhat:প্ৰখৰ ৰ’দকো নেওচি প্ৰণৱ দলেৰ মুক্তিৰ দাবীত সভা-সমদলৰে উত্তাল বোকাখাত

September 12, 2026
Houthi Attack:মধ্যপ্রাচ্যত উত্তাল পৰিৱেশ অব্যাহত, স্থানচ্যুত হ’ল অর্ধ লক্ষাধিক নিৰীহ লোক
National

Houthi Attack:মধ্যপ্রাচ্যত উত্তাল পৰিৱেশ অব্যাহত, স্থানচ্যুত হ’ল অর্ধ লক্ষাধিক নিৰীহ লোক

September 12, 2026
তিনিটা বছৰ ৱাৰ্ডৰোবত পৰি থকা পোছাকেই এদিন উজলাইছিল বিশ্বক, পুনৰ নিলামত ডায়নাৰ ‘ৰিভেঞ্জ ড্ৰেছ’
International

তিনিটা বছৰ ৱাৰ্ডৰোবত পৰি থকা পোছাকেই এদিন উজলাইছিল বিশ্বক, পুনৰ নিলামত ডায়নাৰ ‘ৰিভেঞ্জ ড্ৰেছ’

September 11, 2026
Dibrugarh Don Bosco School:ডিব্ৰুগড়ৰ ডন বস্কো’ স্কুলত চাঞ্চল্যকৰ ঘটনা
Assam

Dibrugarh Don Bosco School:ডিব্ৰুগড়ৰ ডন বস্কো’ স্কুলত চাঞ্চল্যকৰ ঘটনা

September 11, 2026
Guwahati:মহানগৰীৰ মালিগাঁৱত আবকাৰী বিভাগৰ অভিযান জব্দ বৃহৎ পৰিমাণৰ অবৈধ সুৰা
Assam

Guwahati:মহানগৰীৰ মালিগাঁৱত আবকাৰী বিভাগৰ অভিযান জব্দ বৃহৎ পৰিমাণৰ অবৈধ সুৰা

September 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d