Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    প্রথম শ্ৰেণীৰ পৰা শিশুসকলক দিয়া হ’ব সামৰিক প্রশিক্ষণ, মহাৰাষ্ট্ৰৰ বৃহৎ ঘোষণা 

    Eviction:চৰকাৰী ভূমি দখল কৰি অবৈধভাৱে নিৰ্মাণ কৰা যোৰহাটৰ বিতৰ্কিত আজাদ চৌধুৰীৰ বাসগৃহত চলিল বুলড’জাৰ

    পাক উগ্ৰপন্থীৰ স’তে যোগদান! কাশ্মীৰত চাকৰিৰ পৰা বৰ্খাস্ত তিনিজন চৰকাৰী কৰ্মচাৰী

    Heroin Seized:শোণিতপুৰৰ গুদামঘাটত বৃহৎ পৰিমাণৰ সন্দেহযুক্ত হেৰইন জব্দ

    TMC Protest In Sasal: ৭ বছৰীয়া শিশুৰ ধৰ্ষণকাৰীৰ শাস্তি প্ৰদানৰ দাবীৰে চচলত প্ৰতিবাদ তৃণমূল কংগ্ৰেছৰ

    ঝাৰখণ্ডত নিৰাপত্তাৰক্ষীৰ স’তে হোৱা বন্দুকৰ যুঁজত নিহত শীর্ষ মাওবাদী নেতা, আহত এজন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কৃতিৰ ঘৰতে বনোৱা টোনাৰত কোন দুটা উপাদান আছে জানেনে?

    বন্ধু এজনে অভিমান কৰিছে নেকি ? সহজ-সৰল কৌশলেৰে ভাঙক অভিমান 

    গুগল ক্র’ম ৰ সন্দৰ্ভত কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী!

    নিয়মীয়াকৈ ৰাতিপুৱা খোজ কঢ়াৰ অভ্যাস আছে নে ? 

    চাহৰ লগত ধূমপান কৰিলে কি কি ৰোগ হ’ব পাৰে জানেনে?

    ৰাতিৰ আহাৰ খোৱাৰ পাছত দাঁত ব্ৰাছ কৰে ? ডাঙৰ ক্ষতিৰ আছে আশংকা

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Assam Police BMI Test:আজি ৰাজ্যজুৰি পেটুৱা আৰক্ষী বিষয়া-জোৱানৰ বি এম আই টেষ্ট

জিলাই জিলাই অব্যাহত আৰক্ষীৰ বিশেষ টেষ্ট, কাহিলীপাৰাৰ চতুৰ্থ অসম আৰক্ষী বেটেলিয়েনত বিএম আই পৰীক্ষাত অৱতীৰ্ণ হ'ল স্বয়ং ডিজিপি জি পি সিং

publisher by publisher
August 16, 2023
in India, Assam, News
Reading Time: 3 mins read
0
Assam Police BMI Test:আজি ৰাজ্যজুৰি পেটুৱা আৰক্ষী বিষয়া-জোৱানৰ বি এম আই টেষ্ট
2
SHARES
16
VIEWS
ShareShareShareShare

Assam Police BMI Test:

ADVERTISEMENT

আজিৰ পৰা ৰাজ্যজুৰি অসম আৰক্ষীৰ পেটুৱা আৰক্ষী বিষয়া-জোৱানৰ বি এম আই টেষ্ট আৰম্ভ হৈছে । প্রতিখন জিলা সদৰত ইতিমধ্যে টেষ্টৰ ব্যৱস্থা কৰিছে আৰক্ষী হেডকোৱাৰ্টাৰে।

RelatedPosts

Suspected Bangladeshi citizen arrested:গুৱাহাটীকে ধৰি ৰাজ্যজুৰি সন্দেহযুক্ত বাংলাদেশী নাগৰিক আটক

Thief Arrested:বশিষ্ঠ আৰক্ষীৰ অভিযানত আটক দুই গভাইত চোৰ

Sit team:গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তানৰে সম্পৰ্ক সন্দৰ্ভত তদন্তৰ বাবে দিল্লীত উপস্থিত অসম আৰক্ষীৰ এচআইটি টিম

মহানগৰীৰ কাহিলীপাৰাৰ চতুৰ্থ অসম আৰক্ষী বেটেলিয়ন চৌহদতো অনুষ্ঠিত হৈছে বি এম আই টেষ্ট।

bmi test 2উল্লেখ্য যে,এই বি এম আই পৰীক্ষাৰ সন্মুখীন হ’ব ৰাজ্যৰ প্ৰতিজন কনিষ্ঠবলৰ আৰক্ষী সহ উচ্চপদস্থ আৰক্ষী আৰু তলৰ পৰ্যায়ৰ বিষয়া সকলো ৷

অসম আৰক্ষীৰ উলুবাৰীস্থ হেডকোৱাৰ্টাৰ কৰ্তৃপক্ষৰ পৰা জানিব পৰা মতে কাহিলীপাৰাৰ চতুৰ্থ অসম আৰক্ষী বেটেলিয়ন চৌহদত বুধবাৰে প্ৰথম পৰ্যায়ত ২০০ কনিষ্ঠবল সহ বিষয়াই বি এম আই পৰীক্ষাৰ সন্মুখীন হ’ব।

উল্লেখ্য যে, এই পৰীক্ষাৰ বাবে দৈহিক গঠন তথা ওজনৰ ওপৰত ভিত্তি কৰি নীতি নিৰ্ধাৰণ কৰা হৈছে।কাহিলীপাৰাৰ চতুৰ্থ অসম আৰক্ষী বেটেলিয়েনত বুধবাৰে বি এম আই পৰীক্ষাত অৱতীৰ্ণ হ’ল স্বয়ং আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে ৷

অসম আৰক্ষীৰ মুৰব্বী গৰাকীয়ে আজি আৰক্ষী বিষয়া-জোৱানসকলৰ BMI পৰীক্ষাৰ প্ৰক্ৰিয়া আৰম্ভ কৰে। পোন প্ৰথমে তেওঁ নিজৰ বডী মাচ ইনডেক্স পৰীক্ষা কৰোৱায়। এই টেষ্টত সিঙৰ বি এম আই ২৫ ওলাইছে আৰু শৰীৰৰ ওজন ৭৫ কিলোগ্ৰামৰ বিপৰীতে উচ্চতা ১৭২.৮ চেণ্টি মিটাৰ। তেওঁ সম্পূৰ্ণ ফিট বুলি পৰীক্ষাৰ ৰিপৰ্টত প্ৰকাশ পায়।

আনহাতে বিএম আই পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পাছতে সাংবাদিকৰে হোৱাৰ বাৰ্তালাপত ডিপিপি সিঙে কয়| মেদ কমাবলৈ সকলো আৰক্ষীক কিছু টিপছ দিয়ে। মেদবহুল সকলি দৈনিক ৬-৭ কিঃমিঃ খোজ কঢ়াৰ লগতে দৈনিক খাদ্য খাওতে পৰাপক্ষত তেল, চেনী, নিমখ কম থকা খাদ্য খোৱাৰ পৰামৰ্শ আগবঢ়াইছে ৷ আনহাতে কৰ্তব্যস্থলীলৈ আহোতে সকলো আৰক্ষীকে লগত টিফিন লৈ অনাৰ পৰামৰ্শ আগবঢ়াই৷ ইয়াৰোপৰি চিংৰা, মিঠাই আদি খোৱাটো পাৰিলে কমাই দিব লাগে ৷

উল্লেখযোগ্য,ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিছুদিন পূৰ্বে ঘোষণা কৰি উল্লেখ কৰিছিল যে,শীৰ্ঘেই অসম আৰক্ষীত নাথাকিব পেটুৱা পুলিচ ।

পেট কমাব নোৱাৰা আৰক্ষী কনিষ্ঠবল- বিষয়াসকলক বাধ্যতামূলক চাকৰি এৰিব লাগিব ।

আনহাতে মুখ্যমন্ত্ৰীৰ ঘোষণা কৰাৰ পাছতে অসম আৰক্ষী বাহিনীৰ সঞ্চালক প্ৰধান জি পি সিঙেও সকলো আৰক্ষীকে নিয়মমাফিক শাৰীৰিক ব্যায়াম কৰিবলৈ আহ্বান জনাইছিল ৷

আনকি ডি জিপি প্ৰধানগৰাকীয়ে টুইটাৰৰ জৰিয়তে অসম আৰক্ষীৰ সকলো বিষয়া, জোৱানে বিভাগীয় বি এম আই পৰীক্ষাত যে অৱতীৰ্ণ হ’ব লাগিব সেয়াও স্পষ্ট কৰি দিছিল ৷

অৱশেষত মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি বুধবাৰে অসম আৰক্ষীৰ বিষয়া-জোৱানে বি এম আই পৰীক্ষাৰ সন্মুখীন হয় ।

মনকৰিবলগীয়া যে ইয়াৰ পিছতেই ৰাজ্যৰ ৩৫টা স্থানত আৰম্ভ হ’ব এই শাৰীৰিক সক্ৰিয়তাৰ মাপকাঠিৰ পৰীক্ষা ৷ এই পৰীক্ষাই নিৰ্ধাৰণ কৰিব পেটুৱা আৰক্ষীৰ চাকৰি নিশ্চিয়তা ৷

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam PoliceConstable-OfficerDgp Gp SingUndergoes Bmi Test
publisher

publisher

Related Posts

প্রথম শ্ৰেণীৰ পৰা শিশুসকলক দিয়া হ’ব সামৰিক প্রশিক্ষণ, মহাৰাষ্ট্ৰৰ বৃহৎ ঘোষণা 
India

June 3, 2025
Eviction:চৰকাৰী ভূমি দখল কৰি অবৈধভাৱে নিৰ্মাণ কৰা যোৰহাটৰ বিতৰ্কিত আজাদ চৌধুৰীৰ বাসগৃহত চলিল বুলড’জাৰ
News

Eviction:চৰকাৰী ভূমি দখল কৰি অবৈধভাৱে নিৰ্মাণ কৰা যোৰহাটৰ বিতৰ্কিত আজাদ চৌধুৰীৰ বাসগৃহত চলিল বুলড’জাৰ

June 3, 2025
পাক উগ্ৰপন্থীৰ স’তে যোগদান! কাশ্মীৰত চাকৰিৰ পৰা বৰ্খাস্ত তিনিজন চৰকাৰী কৰ্মচাৰী
India

পাক উগ্ৰপন্থীৰ স’তে যোগদান! কাশ্মীৰত চাকৰিৰ পৰা বৰ্খাস্ত তিনিজন চৰকাৰী কৰ্মচাৰী

June 3, 2025
Heroin Seized:শোণিতপুৰৰ গুদামঘাটত বৃহৎ পৰিমাণৰ সন্দেহযুক্ত হেৰইন জব্দ
News

Heroin Seized:শোণিতপুৰৰ গুদামঘাটত বৃহৎ পৰিমাণৰ সন্দেহযুক্ত হেৰইন জব্দ

June 3, 2025
TMC Protest In Sasal: ৭ বছৰীয়া শিশুৰ ধৰ্ষণকাৰীৰ শাস্তি প্ৰদানৰ দাবীৰে চচলত প্ৰতিবাদ তৃণমূল কংগ্ৰেছৰ
News

TMC Protest In Sasal: ৭ বছৰীয়া শিশুৰ ধৰ্ষণকাৰীৰ শাস্তি প্ৰদানৰ দাবীৰে চচলত প্ৰতিবাদ তৃণমূল কংগ্ৰেছৰ

June 3, 2025
ঝাৰখণ্ডত নিৰাপত্তাৰক্ষীৰ স’তে হোৱা বন্দুকৰ যুঁজত নিহত শীর্ষ মাওবাদী নেতা, আহত এজন
India

পাক উগ্ৰপন্থীৰ স’তে যোগদান! কাশ্মীৰত চাকৰিৰ পৰা বৰ্খাস্ত তিনিজন চৰকাৰী কৰ্মচাৰী 

June 3, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d