Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ

    AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

    Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

    Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

    TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

    দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

Liver Disease : এই কেইটা লক্ষণে দেখা দিলে জানিব আপুনি মাৰাত্মক লিভাৰ ৰোগত আক্ৰান্ত হৈছে

publisher by publisher
November 19, 2022
in Lifestyle, News
Reading Time: 2 mins read
0
Liver Disease : এই কেইটা লক্ষণে দেখা দিলে জানিব আপুনি মাৰাত্মক লিভাৰ ৰোগত আক্ৰান্ত হৈছে
5
SHARES
50
VIEWS
ShareShareShareShare

RelatedPosts

Weight Loss Tips : ওজন বৃদ্ধি হ’লেই হৃদৰোগৰ আশংকা বৃদ্ধি হয়!

Weight Loss : ১৫২ ওজন হ্ৰাস কৰি কেনেকৈ মডেল হ’ল এইগৰাকী যুৱতী ?

Weight Loss Tips : দ্ৰুত ওজন কমাব এই তিনি পানীয় -এ

Liver Disease :

অনিয়ন্ত্ৰিত জীৱনযাপন, অস্বাস্থ্যকৰ খাদ্যাভ্যাস , মদ্যপানৰ প্ৰৱণতা ,শাৰীৰিক ব্যায়ামৰ অভাৱ আদি কাৰণৰ বাবে লিভাৰৰ সমস্যা হোৱা দেখা যায় । লিভাৰত অতিৰিক্ত চৰ্বি জমা হ’লে ই ভয়ংকৰ ফেটি লিভাৰ ৰোগৰ লক্ষণ হ’ব পাৰে । কিন্তু কেৱল মদ্যপানৰ বাবেই এই ৰোগ হয়,তেনে নহয় ।

সাধাৰণতে ফেটি লিভাৰ দুই ধৰণৰ হয় । এক এলক’হলিক আৰু আনবিধ নন-এলক’হলিক । অধিক মদ্যপানৰ বাবে লিভাৰত চৰ্বি জমা হ’লে , সেই ৰোগক এলক’হলিক ফেট আৰু অত্যাধিক তেল, ফেট জাতীয় উপাদান বাঢ়ি গলে তাক নন-এলক’লিক ফেটি লিভাৰ বুলি কোৱা হয় ।

ADVERTISEMENT

অৱশ্যে বংশগত কাৰণতো ফেটি লিভাৰ হ’ব পাৰে । এটা কথা সঠিক যে, সহজে এই ৰোগ ধৰিব নোৱাৰি । কিন্তু শাৰীৰিক কিছু পৰিৱৰ্তন লক্ষ্য কৰিলে প্ৰাথমিক পৰ্যায়ত অৱশ্যে ধৰা পেলাব পাৰি । গতিকে আজি আমি আপোনালোকক এই ৰোগ ধৰা পেলোৱাৰ কেইটামান উপায় উল্লেখ কৰিম ।

১/ ওজন হ্ৰাস :— খোৱা-বোৱা নিয়ন্ত্ৰণ নকৰাকৈ বা শাৰীৰিক ব্যায়াম নকৰাকৈ যদি আপোনাৰ ওজন কমিছে ,তেন্তে আপুনি সোনকালেই চিকিৎসকৰ ওচৰলৈ যাওঁক । ওজন হ্ৰাস পোৱাটো কোনো মাৰাত্মক ৰোগৰ লক্ষণ হ’ব পাৰে । বিশেষকৈ ফেটি লিভাৰৰ অন্যতম এক কাৰণ হৈছে ওজন কমা ।

২/ ঘাঁ হোৱা :– শৰীৰৰ য’তে-ত’তে ঘা হলেও আপুনি সতৰ্ক হোৱা প্ৰয়োজন যিহেতু লিভাৰত ভিটামিন কে সহায়ত একধৰণৰ প্ৰোটিন উৎপাদন হয় ,যি ৰক্তক্ষয় বন্ধ কৰি দিয়ে আৰু কোনো স্থানত দুখ পালে সহজে ভাল নহয় লগতে লিভাৰৰ দূষিত তেজৰ কোষক বৃদ্ধি হোৱাত বাধা দিয়ে । ফলত লিভাৰত ক্ষতিগ্ৰস্ত হ’ব পাৰে । গতিকে শৰীৰত বিনাকাৰণত কোনোধৰণৰ ঘাঁ বা দাগ হ’লে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে ।

৩/ ভৰিৰ গোৰোহা জ্বলা-পুৰা কৰা :– যদি আপোনাৰ ভৰিৰ গোৰোহা জ্বলা-পুৰা কৰিছে , তেন্তে আপুনি সতৰ্ক হোৱা প্ৰয়োজন । ই কোনো ৰোগৰ লক্ষণ হয় । বিশেষকৈ শৰীৰত এলবুমিন প্ৰোটিনৰ মাত্ৰা কমি গলে এইধৰণৰ সমস্যা হ’ব পাৰে । ই প্ৰোটিন ৰক্তনলীত থকা অন্যান্য কোষলৈ ৰক্ত সঞ্চালনক নিয়ন্ত্ৰণ কৰে । তেজত এই প্ৰোটিনৰ পৰিমাণ কমি গলে ৰক্তনলী বন্ধ হৈ যোৱাৰ সম্ভাৱনা থাকে । গতিকে ভৰিৰ তলত সামান্য জ্বলা ভাৱ আহিলে চিকিৎসকৰ কাষ চাপিব লাগে । যিহেতু ই মাৰাত্মক ফেটি লিভাৰৰো অন্যতম কাৰণ ।

৪/ পেট ওফন্দি উঠা :– লিভাৰৰ কোনো সমস্যাৰ উদ্ভৱ হলে আপোনাৰ পেট ওফন্দি উঠিব । ই লিভাৰ ৰোগৰ অন্যতম কাৰণ । বহুলোকে এইধৰণৰ সমস্যাত ভুগি থাকে । গতিকে দৈনিক যদি আপোনাৰ পেট ওফন্দি উঠাৰ দৰে হৈ আছে ,তেন্তে দেৰি নকৰি চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে ।

বি: দ্ৰ: ওপৰোক্ত প্ৰতিবেদনটো তথ্যৰ ওপৰত আধাৰিত যদিও কোনো ৰোগ হ’লে চিকিৎসকৰ পৰামৰ্শ লোৱাটো বাঞ্চনীয় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: #Burning of the anklesBloating of the stomarkBruisingLIVER DISEASEWeight Loss
publisher

publisher

Related Posts

Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ
Assam

September 8, 2026
AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ
Assam

AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

September 8, 2026
Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা
Assam

Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

September 8, 2026
Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত
Assam

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

September 8, 2026
TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা
Assam

TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

September 8, 2026
দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d