Srimanta Sankardev Tithi At Notboma Housefed Complex :মহানগৰীৰ নটবমা হাউচফেড চৌহদত

গুৰু দুজনাৰ তিৰোভাৱ তিথি আৰু শ্ৰী কৃষ্ণৰ জন্মাষ্টমী আয়োজনৰ ব্যাপক প্ৰস্তুতি

srimanta sankardeva

Srimanta Sankardev Tithi At Notboma Housefed Complex :

মহানগৰীৰ নটবমা হাউচফেডৰ সমূহ আবাসীয়ে বিগত বৰ্ষবোৰৰ দৰে এইবাৰো একাদিক্ৰমে ১৮ আগষ্টত মহাপুৰুষ শ্ৰীমন্ত শংকৰ দেৱৰ তিৰোভাৱ তিথি, ৪ ছেপ্তেম্বৰত মহাপুৰুষ মাধৱ দেৱৰ তিথি,৬ ছেপ্তেম্বৰত শ্ৰী কৃষ্ণৰ জন্মাষ্টমী আৰু ২৫ ছেপ্তেম্বৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰ দেৱৰ জন্মোৎসৱ আয়োজনৰ ব্যাপক প্ৰস্তুতি চলাইছে ৷

উল্লেখিত অনুষ্ঠান সমূহত সকলোৰে উপস্থিতি ও সহায় সহযোগ কামনা কৰাৰ  লগতে যি সকল ভক্তপ্ৰান ৰাইজে এই অনুষ্ঠান সমূহত প্রসাদ আদি দ্রব্য আগবঢ়াব বিচাৰে তেখেত সকলক নটবমা হাউচফেড চৌহদৰ প্ৰৱেশদ্বাৰত থকা অস্থায়ী কাৰ্য্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে আয়োজক কমিটিৰ সভাপতি নিৰঞ্জন বৰা, কাৰ্যকৰী সভাপতি ৰণজিৎ হাজৰিকা আৰু সম্পাদকত্ৰয় সৰ্বেশ্বৰ হাজৰিকা, ধীৰাজ চৌধুৰী, মানসজ্যোতি নাথে ৷

Exit mobile version