Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    যদি ভাৰতে আক্ৰমণ বন্ধ কৰে তেন্তে আমিও এই বিষয়ে বিবেচনা কৰিম : পাকিস্তানী বিদেশমন্ত্ৰী 

    ভাৰতীয় সেনাৰ ঘাটি ধ্বংস কৰাৰ অপপ্ৰচাৰ পাকিস্তানৰ 

    ভাৰতৰ পশ্চিম সীমান্তত অতিৰিক্ত সৈন্য মোতায়েন কৰিছে পাকিস্তানে! জনালে কৰ্ণেল ছফিয়াই 

    কাহিলিপুৱাতে জম্মু-কাশ্মীৰত পাকিস্তানৰ আক্ৰমণ!

    G7 Charlevoix Summit: ভাৰত-পাকিস্তানৰ মাজত যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতে অনুষ্ঠিত হ’ল জি-৭বৈদেশিক মন্ত্ৰীৰ বৈঠক

    কাশ্মীৰত ক্ষতিগ্রস্ত একাধিক গাঁও ! পাক বাহিনীৰ গোলাবৰ্ষণত নিহত মহিলা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

69th National Film Awards Announced:৬৯সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা

আলিয়া-কৃতি যৌথভাৱে শ্ৰেষ্ঠ অভিনেত্রী, অল্লু অৰ্জনলৈ শ্রেষ্ঠ অভিনেতাৰ সন্মান, শ্ৰেষ্ঠ অসমীয়া ছবিৰ বাবে ‘অনুৰ লৈ ৰজতকমল, শ্রেষ্ঠ মিচিং ভাষাৰ ছবি ‘বুম্বা ৰাইড’ ‘অনুনাদ' শ্রেষ্ঠ সামাজিক বিষয়ৰ ছবি, তিৱা ছবি, 'ফায়াৰ অন এজ' শ্রেষ্ঠ নৃতাত্ত্বিক ছবিৰ সন্মান, কুলদা কুমাৰ ভট্টাচাৰ্য- জাহানাৰা বেগমলৈ বিশেষ সন্মান, শ্ৰেষ্ঠ ছবি 'ৰকেট্ৰি দ্য নাম্বি এফেক্ট'

publisher by publisher
August 25, 2023
in India, Assam, Entertainment, News
Reading Time: 2 mins read
0
69th National Film Awards Announced:৬৯সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা
2
SHARES
18
VIEWS
ShareShareShareShare

69th National Film Awards Announced:

৬৯ সংখ্যক ৰাষ্ট্ৰীট চলচ্চিত্ৰ বঁটাসমূহ আজি ঘোষণা কৰা হয়। নতুন দিল্লীত এক সংবাদমেল যোগে এই বঁটাসমূহ ঘোষণা কৰে প্ৰযোজক কেতন মেহতা নেতৃত্বাধীন জুৰীয়ে। প্রখ্যাত বিজ্ঞানী এ এম নাম্বিয়াৰৰ জীৱনৰ ভিত্তিত নিৰ্মাণ কৰা তথা আৰ মাধৱন পৰিচালিত আৰু অভিনীত ৰকেট্ৰি দ্য নাম্বি এফেক্ট’য়ে শ্রেষ্ঠ ছবিৰ সন্মান অৰ্জন কৰে। সেইদৰে মঞ্জুল বৰুৱাই পৰিচালনা কৰা তথা বলিউদৰ প্ৰখ্যাত অভিনেতা ৰজত কাপুৰে অভিনয় কৰা অনুৰলৈ শ্রেষ্ঠ অসমীয়া ফিচাৰ ছবিৰ ৰজত কমল বঁটা আগবঢ়োৱা হৈছে। তদুপৰি, এইবাৰো অসমলৈ আহিছে একাধিক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা।

ADVERTISEMENT

জুৰীয়ে প্ৰথমে নির্বাচিত তালিকাখন কেন্দ্রীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰৰ হাতত অৰ্পণ কৰে। ইয়াৰ পাছতে বঁটা বিজয়ীসকলৰ নাম ঘোষণা কৰা হয়। ‘অনুৰ’ৰ উপৰি অসমৰ আন দুখন ছবিয়ে নিজস্ব শিতানত ” শ্রেষ্ঠ ছবিৰ সন্মান বুটলিবলৈ সক্ষম হয়। বিশ্বজিৎ বৰাই পৰিচালনা কৰা ‘বুম্বা ৰাইড’ ছবিখনে মিচিং ভাষাৰ শ্ৰেষ্ঠ ছবিৰ সন্মান অৰ্জন কৰে। সেইদৰে অনুনাদ লৈ শ্ৰেষ্ঠ সামাজিক বিষয়ৰ ছবি আৰু প্ৰণৱজ্যোতি ডেকা পৰিচালিত তিৱা ভাষাৰ ছবি ‘ফায়াৰ অন এজ লৈ শ্ৰেষ্ঠ নৃতাত্ত্বিক ছবিৰ বঁটা আগবঢ়োৱা হয়। অনুৰ’ ছবিৰ অভিনেত্ৰী ডাঃ জাহানাৰা বেগমলৈ জুৰীৰ বিশেষ বঁটা আৰু কুলদা কুমাৰ ভট্টাচাৰ্যক ‘হাতীবন্ধু’ ছবিৰ বাবে শ্রেষ্ঠ ধাৰাভাষ্যকাৰৰ সন্মান আবঢ়োৱা হয়।

RelatedPosts

Information And broadcasting:কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ বিশেষ নির্দেশনা

2023 Nobel Prize in Economics to Us Labour Economist Claudia Goldin:ঘোষণা হ’ল ২০২৩ বৰ্ষৰ অৰ্থনীতিৰ ন’বেল

ULFA(I):আলফা স্বাধীনৰ ম্যানমাৰৰ শিবিৰত ভয়ংকৰ ঘটনা

উল্লেখ্য যে দুগৰাকী অভিনেত্ৰীয়ে এইবাৰ যৌথভাৱে শ্ৰেষ্ঠা অভিনেত্ৰীৰ সম্মান অৰ্জন কৰে। ‘গংগুবাঈ কাঠিয়াৱাড়িৰ বাবে আলিয়া ভাটে আৰু ‘মিমি’  ছবিৰ বাবে কৃতি শ্বেননে এই বঁটাৰ বাবে নিৰ্বাচিত হয়। দুয়োখন ছবিতে আলিয়া আৰু কৃতিৰ অভিনয়ে যথেষ্ট প্রশংসা বুটলিবলৈ সক্ষম হৈছিল। আনহাতে, শ্রেষ্ঠ অভিনেতাৰ বঁটা অৰ্জন কৰিছে দক্ষিণৰ তাৰকা অল্লু অর্জুনে। ছুপাৰহিট ছবি ‘পুষ্পা : দ্য বাইজ’ ছবিৰ অসাধাৰণ অভিনয়ৰ বাবে তেওঁ এই সন্মান অর্জন কৰে। ‘মিমি’ ছবিত দুর্দান্ত অভিনয়ৰ বাবে পংকজ ত্রিপাঠীয়ে শ্রেষ্ঠ সহ- অভিনেতা আৰু ‘দ্য কাশ্মীৰ ফাইলছ’ৰ বাবে পল্লৱী যোশীয়ে শ্রেষ্ঠা সহ- অভিনেত্ৰীৰ বঁটা লাভ কৰে।

উল্লেখ্য যে ‘গংগুবাঈ কাঠিয়াৱাড়ি’ ‘আৰআৰআৰ’ আৰু ‘চৰ্দাৰ উধম’ ছবিয়ে একাধিক বঁটা লাভ কৰিবলৈ সক্ষম হয়। ‘গংগুবাঈ কাঠিয়াবাড়ি’ৰ বাবে সঞ্জয় লীলা ভাঞ্চালিয়ে শ্রেষ্ঠ সম্পাদক আৰু উৎকর্ষিনী বশিষ্ঠৰ স’তে শ্ৰেষ্ঠ চিত্রনাট্য (কাহিনীৰ আধাৰিত)ৰ সন্মান অৰ্জন কৰে। শ্রেষ্ঠ মৌলিক চিত্ৰনাট্যৰ সম্মান অৰ্জন কৰে ‘নায়টু’ ছবিৰ বাবে শ্বাহি কবিৰে ৷ দেশলৈ অস্কাৰ কঢ়িয়াই অন্য ‘আৰআৰ আৰ’ক শ্ৰেষ্ঠ জনপ্ৰিয় ছবিৰ সন্মান প্ৰদৰ্শন কৰা হয়। সেইদৰে অস্কাৰ অৰ্জন কৰা ছবিখনৰ গীত ‘নাট্টু নাট্ৰ’ৰ বাবে কালা ভৈৰৱক প শ্ৰেষ্ঠ পুৰুষ কণ্ঠশিল্পীৰ বঁটাৰ নিৰ্বাচিত কৰা হয়। ছবিখা শ্রেষ্ঠ সংগীত পৰিচালনা (আবহ সংগীত)ৰ সন্মানো অৰ্জন কৰে। শ্ৰেষ্ঠা মহিলা কণ্ঠশিল্পীৰ সন্মান অর্জন কৰে শ্রেয়া ঘোষালে। ‘চৰ্দাৰ উধম’ ছবিখনে শ্রেষ্ঠ হিন্দী ছবিৰ সন্মান অর্জন কৰে। জুৰীৰ বিশেষ বঁটা লাভ কৰে এজন ভাৰতীয় সেনা বিষয়াৰ সাহস আৰু বলিদানৰ কাহিনীৰে নিৰ্মিত ‘শ্বেৰশ্বাহ’ নামৰ ছবিখনে। ‘পুষ্পা’ ছবিৰ বাবে দেৱী শ্রী প্রসাদে শ্রেষ্ঠ সংগীত পৰিচালকৰ সম্মান অর্জন কৰে। উল্লেখ্য যে বছৰৰ – শেষৰ ফালে ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুরে এক অনুষ্ঠানত বঁটাসমূহ প্ৰদান কৰিব। আনহাতে, দেশৰ সৰ্বোচ্চ চলচ্চিত্ৰ বঁটা দাদাচাহেব ফাল্কে বঁটা বিজয়ীৰ নাম পৰৱৰ্তী সময়ত ঘোষণা কৰা হ’ব বুলি সদৰি কৰে জুৰীয়ে ৷

আনহাতে ,৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰা অসমৰ শিল্পী আৰু কলা- কুশলীসকলক অভিনন্দন জনাইছে আম আদমি পার্টীয়ে। বিভিন্ন শিতানত ৬টা বঁটাৰে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমক উজলাই তোলা চিনেমা জগতৰ অভিনেতা-অভিনেত্ৰীসকলৰ লগতে পৰ্দাৰ আঁৰৰ শিল্পী তথা কলা-কুশলীসকলে অসমবাসীক আজি গৌৰৱান্বিত কৰিছে। কুলদা কুমাৰ ভট্টাচার্যই ‘হাতীবন্ধু’ চিনেমাৰ বাবে শ্রেষ্ঠ ধাৰাভাষ্যকাৰৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰাত আম আদমি পাৰ্টীয়ে শিল্পীগৰাকীলৈ অভিনন্দন জ্ঞাপন কৰে। শ্ৰেষ্ঠ অসমীয়া ছবিৰ শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ দ্বাৰা ‘অনুৰ’ আৰু শ্ৰেষ্ঠ মিচিং চলচ্চিত্ৰ হিচাপে ‘বোম্বা ৰাইড’ সন্মানিত হৈছে। এই দুয়োখন ছবিৰ সমূহ কলা-কুশলীৰ লগতে প্রযোজক-পৰিচালকক আপৰ সভাপতি ডা° ভবেন চৌধুৰীয়ে শুভেচ্ছা জ্ঞাপন কৰে। শ্রেষ্ঠ নৃতাত্ত্বিক ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰে তিৱা ছবি ‘Fire on Edge’ সন্মানিত হোৱাত ছবিখনৰ সমূহ শিল্পী আৰু কলা-কুশলীকো দলটোৱে শুভেচ্ছা জনায়। ব্যতিক্রমী চলচ্চিত্র ‘অনুৰ’ত অভিনয় কৰা ডাঃ জাহানাৰা বেগমে  জুৰীৰ বিশেষ উল্লেখ সন্মান লাভ কৰাত আম আদমি পার্টীয়ে শিল্পীগৰাকীকো শুভেচ্ছা জ্ঞাপন কৰে। তদুপৰি সামাজিক বিষয়ৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ হিচাপে ‘অনুনাদ’ ২০২১ বৰ্ষৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰে সন্মানিত হৈছে আৰু ছবিখনৰ সমূহ শিল্পী আৰু কলা-কুশলী দলটোৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰে ।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: 69 National film AwardAannouncedJuri CommitteesMinistry of Information and Broadcasting
publisher

publisher

Related Posts

যদি ভাৰতে আক্ৰমণ বন্ধ কৰে তেন্তে আমিও এই বিষয়ে বিবেচনা কৰিম : পাকিস্তানী বিদেশমন্ত্ৰী 
India

May 10, 2025
ভাৰতীয় সেনাৰ ঘাটি ধ্বংস কৰাৰ অপপ্ৰচাৰ পাকিস্তানৰ 
India

ভাৰতীয় সেনাৰ ঘাটি ধ্বংস কৰাৰ অপপ্ৰচাৰ পাকিস্তানৰ 

May 10, 2025
ভাৰতৰ পশ্চিম সীমান্তত অতিৰিক্ত সৈন্য মোতায়েন কৰিছে পাকিস্তানে! জনালে কৰ্ণেল ছফিয়াই 
India

ভাৰতৰ পশ্চিম সীমান্তত অতিৰিক্ত সৈন্য মোতায়েন কৰিছে পাকিস্তানে! জনালে কৰ্ণেল ছফিয়াই 

May 10, 2025
কাহিলিপুৱাতে জম্মু-কাশ্মীৰত পাকিস্তানৰ আক্ৰমণ!
India

কাহিলিপুৱাতে জম্মু-কাশ্মীৰত পাকিস্তানৰ আক্ৰমণ!

May 10, 2025
G7 Charlevoix Summit: ভাৰত-পাকিস্তানৰ মাজত যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতে অনুষ্ঠিত হ’ল জি-৭বৈদেশিক মন্ত্ৰীৰ বৈঠক
News

G7 Charlevoix Summit: ভাৰত-পাকিস্তানৰ মাজত যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতে অনুষ্ঠিত হ’ল জি-৭বৈদেশিক মন্ত্ৰীৰ বৈঠক

May 10, 2025
কাশ্মীৰত ক্ষতিগ্রস্ত একাধিক গাঁও ! পাক বাহিনীৰ গোলাবৰ্ষণত নিহত মহিলা
India

May 10, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d