GMC Super Sucker:কোটিটকীয়া ছুপাৰ ছাকাৰক লৈ গুৱাহাটী পৌৰনিগমৰ ল’ৰা- ধেমালি

দিছপুৰত পৰি থকা কোটি টকীয়া ছুপাৰ ছাকাৰৰ চুৰি বেটাৰী

gmc 1

GMC Super Sucker:

কোটি টকীয়া ছুপাৰ ছাকাৰক লৈ গুৱাহাটী পৌৰনিগমৰ ল’ৰা- ধেমালি ৷ বহুদিন ধৰি মহানগৰীৰ দিছপুৰ ছুপাৰ মাৰ্কেটত অকামিলা হৈ পৰি ৰৈছে সাত খনকৈ ছুপাৰ ছাকাৰ ৷

দীৰ্ঘসময় ধৰি জি এম চিৰ দিছপুৰস্থ মাণ্ডলিক কাৰ্যালয় চৌহদত থকা ছুপাৰ ছাকাৰৰ পৰা শেহতীয়াকৈ চোৰে লুটি নিয়ে বেটাৰী ৷

ইয়াৰ পাছতো যেন সময়োচিত পদক্ষেপ লোৱা নাই জি এম চিৰ ৷ যেন কুম্ভকৰ্ণ নিদ্ৰাত নিগম ৷ এই খিনিতে প্ৰশ্ন হয়, কিয় অব্যৱহৃত হৈ পৰি আছে অতি গুৰুত্বপূৰ্ণ ছুপাৰ ছাকাৰ কেইখন ৷

Exit mobile version