Dhing Express Hima Das Suspended:ধিং এক্সপ্ৰেছ হিমা দাসক নিলম্বন !

hima das

Dhing Express Hima Das Suspended:

ধিং এক্সপ্ৰেছ হিমা দাসক নিলম্বন। নিয়ম অনুসৰি তিনিবাৰকৈ ড’প টেষ্টত অৱতীৰ্ণ নোহোৱাৰ বাবে নিলম্বন কৰে নেচনেল এণ্টি ডপিং এজেন্সী(এন এ ডি এ)।

এবছৰৰ পৰা দুবছৰলৈ ভাগ ল’ব নোৱাৰিব কোনো এখন ইভেণ্টত

Exit mobile version