Fake Doctor Arrested In Guwahati :
মহানগৰ আৰক্ষীৰ জালত বন্দী মুন্নাভাই এম বি বিএছ ৷ জ্যোতিকুছিৰ লখৰা ৰোডত থকা ‘চাৰুলক্ষ্মী আয়ুষ মেডিকেল’ নামৰ ফাৰ্মাচীত চেম্বাৰ খুলি দীৰ্ঘদিন ধৰি চিকিৎসা চলাই আহিছিল পৰমেশ চক্ৰৱৰ্তী নামৰ লোকজনে ৷
ADVERTISEMENT
কিন্ত শেহতীয়াকৈ চিকিৎসক সন্থাই নিজাববীয়াকৈ চলোৱা তদন্তত চিকিৎসক জন ভুৱা বুলি নিশ্চিত হৈ ফটাশিল- আমবাৰী থানাত গোচৰ তৰে ৷ এই গোচৰৰ ভিত্তিত মঙলবাৰে অৰ্তকিতে ফামাৰ্চী খনত অভিযান চলাই পৰমেশ চক্ৰৱৰ্তী নামৰ ভুৱা চিকিৎসকজনক গ্ৰেপ্তাৰ কৰে ৷
ইতিমধ্যে ধৃত চক্ৰৱৰ্তীক আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা চলাইছে।