Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আইচকিউব নিউট্ৰিনো অবজাৰভেটৰীলৈ অৱদানৰ বাবে পদাৰ্থ বিজ্ঞানত ন’বেল ফ্ৰান্সিছ হালজেনৰ

    বাহিৰৰ পৰা অহা চেনিয়েই পৃথিৱীত আদিম প্ৰাণৰ কাৰিকৰ?

    একে খাদ্য খাব নোৱাৰে বিমানৰ দুই পাইলটে

    একে খাদ্য খাব নোৱাৰে বিমানৰ দুই পাইলটে

    আমেৰিকা-জার্মানীৰ তিনি বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ ন’বেল বঁটা ঘোষণা

    জ্ঞানেশৰ মুখা খুলিল সর্বোচ্চ ন্যায়ালয়ত

    গাদী হেৰুওৱাটো নিশ্চিত হ’ল হৰদ্বীপ পুৰীসহ দুই মন্ত্ৰীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

কৰ’না নিৰাময়ৰ বাবে ব্যস্ত হ’ল বাস্তৱৰ মুন্নাভাই

publisher by publisher
May 7, 2021
in COVID-19, India, News
Reading Time: 1 min read
0
কৰ’না নিৰাময়ৰ বাবে ব্যস্ত হ’ল বাস্তৱৰ মুন্নাভাই
3
SHARES
32
VIEWS
ShareShareShareShare

RelatedPosts

Tragic road accident in Dhar district of Madhya Pradesh:মধ্যপ্ৰদেশৰ ধাৰৰ তিৰলাত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল শিশু সহ ১৬জন লোক,১৬ আহত

Kaziranga:কাজিৰঙাৰ পৰা মধ্যপ্ৰদেশৰ বালাঘাটৰ কানহা ব্যাঘ্র প্রকল্পলৈ নিয়া হ’ল ৪টা বনৰীয়া ম’হ

অশালীন শব্দ ক’লেই পাঁচশ টকা জৰিমনা

তলত পথাৰত শাৰী শাৰীকৈ শুই আছে ৰােগী। বিছনা নাই। প্লাষ্টিকৰ চাদৰ বা কার্ড ব’র্ডৰ খণ্ডৰ ওপৰতে তেওঁলােক শুই আছে । গছত উলমি আছে চেলাইনৰ বটল।

ADVERTISEMENT

সেইদৰেই ক’ভিড-১৯ ৰােগৰ চিকিৎসাত ব্যস্ত হৈ আছে এদল বাস্তৱৰ মুন্নাভাই। ঠিক যেন মুন্নাভাই এমবিবিএছ ছবিৰ দৃশ্য। এই বিশেষ চিকিৎসা’ চলিছে মধ্যপ্ৰদেশৰ এখন প্রত্যন্ত অঞ্চলত।

যাৰ ভিডিঅ’ প্রচাৰিত হােৱাৰ পাছতে চমকি উঠে ৰাজ্যখনৰ স্বাস্থ্য বিভাগাে। চৰকাৰী চিকিৎসালয়ৰ ক’ভিড কক্ষত ভর্তি হ’বলৈ অনিচ্ছুক গাঁওবাসীসকলৰ এতিয়া ভৰসা এই মুন্নাভাইসকলেই মধ্যপ্রদেশৰ আগাৰ-মালৱা জিলাৰ এক অতি ভিতৰুৱা অঞ্চলত এদল অনুজ্ঞাপত্রহীন ভুৱা চিকিৎসকে চলাইছিল এখন ক’ভিডৰ হাস্পতাল।

নাছিল কোনাে ধৰণৰ চিকিৎসাগৃহ, বিদ্যুতৰ ব্যৱস্থা ঔষধ-পাতি। ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্রায় দুশ মিটাৰ নিলগৰ খনিয়াখেড়ি গাঁৱৰ এখন কমলাৰ বাগানতে ভুৱা চিকিৎসক দলটোৱে মুকলিতে এই চিকিৎসাৰ ব্যৱস্থা কৰিছিল।

চিকিৎসাৰ নামত আছিল একাংশ গছৰ ডালত ওলমাই থােৱা চেলাইনৰ বটল। নাই কোনাে সামাজিক দূৰত্ব, ব্যৱহাৰ নাছিল মাস্কৰ। তথাপি তাতেই কৰ’নাৰ চিকিৎসাৰ বাবে ভিৰ কৰিছিল সমীপৰ প্রায় ১০খন গাঁৱৰ বাসিন্দাই। কোনাে মানুহেই কেমেৰাৰ সন্মুখত কথা ক’বলৈ বিচৰা নাছিল।

অৱশ্যে তেওঁলােকে স্থানীয় সাংবাদিকক জনায় যে তেওঁলােকে চিকিৎসাৰ বাবে চৰকাৰী হাস্পতাললৈ যাবলৈ ভয় কৰে। কিয়নাে ৰােগীক ক’ভিড কক্ষত ভর্তি কৰােৱা হয় আৰু তাতত ইতিমধ্যেই বহু ৰােগীৰ মৃত্যু হৈছে। খণ্ড স্বাস্থ্য বিষয়া মনীষ কুৰিলে কয়, চৰকাৰে এনে ভুৱা চিকিৎসক বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা উচিত।

আমি সকলােকে অনুৰােধ জনাইছাে যে ঠাণ্ডা লাগিলে বা কাহ হলে কোনাে প্রকৃত চিকিৎসকৰ ওচৰলৈ যাওক আৰু কৰ’নাৰ পৰীক্ষা কৰাওক। অন্যথা অনেক পলম হ’ব। ইফালে, এই কথা অৱগত হােৱাৰ পাছতে মুখ্য মেডিকেল আৰু স্বাস্থ্য বিষয়া ডাঃ ছামান্দাৰ সিং মালৱিয়াই এটা তদন্তকাৰী দল উক্ত মুকলি চিকিৎসালয়লৈ প্ৰেৰণ কৰে আৰু ভুৱা।

চিকিৎসকৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে। অৱশ্যে তদন্তকাৰী দল উপস্থিত হােৱাৰ পূর্বেই সকলাে ৰােগীক তাৰ পৰা আঁতৰাই নিয়া হৈছিল। কোনাে ভুৱা চিকিৎসককো তেওঁলােকে দেখা নাপালে। দলটোৱে কেৱল কেইটামান খালী চেলাইনৰ বটলহে প্রত্যক্ষ কৰে। উল্লেখ্য যে জিলাখনত বিগত ২৪ ঘণ্টাত ৪৯২জন সক্রিয় ৰােগী নথিভুক্ত হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Covid-19MADHYA PRADESH
publisher

publisher

Related Posts

অতিৰিক্ত বোজাই কঢ়িওৱা ডাম্পাৰৰ দৌৰাত্ম্যত হাৱাইপুৰ ৰেলৱ ষ্টেচনৰ লৈ যোৱা পথ জৰাজীৰ্ণ
Assam

October 6, 2026
ৰাতাবাড়িত মাদককাণ্ডত এনকাউণ্টাৰ!
Assam

ৰাতাবাড়িত মাদককাণ্ডত এনকাউণ্টাৰ!

October 6, 2026
মৰিগাঁও-নগাঁও উপ-নিৰ্বাচনত SSB জোৱানৰ প্ৰশংসনীয় অৱদান

BSFৰ গুলীচালনাত আহত অসমৰ দুজন, চিকিৎসাধীন

প্ৰশ্নকাকত চুৰি আৰু ফাদিলৰ অভিযোগ, নিলম্বিত বিজনীৰ ভাংনামাৰী হাইস্কুলৰ প্ৰধান শিক্ষক

স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন: গুৱাহাটী বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা তথ্য স্পষ্ট, বিভ্ৰান্তিকৰ দাবী নাকচ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d