Dhemaji Food Poisoning:ধেমাজিত খাদ্যত বিষক্ৰিয়া হৈ অসুস্থ ২৪গৰাকীকৈ লোক

dhemaji

Dhemaji Food Poisoning:

ধেমাজিত অঘটন ৷ জন্মাষ্টমীৰ মাহ প্রসাদ খাই অসুস্থ ২৪ জনকৈ লোক ৷ দক্ষিণ ধেমাজিত সংঘটিত হোৱা এই ঘটনাৰ অধিকাংশ লোক চান্দনি, শলিকুছি অয়েঙীয়া,শলিকুছি কোচ গাঁৱৰ ৷

আক্রান্ত সকলৰ হৈছে পেটৰ বিষ, বমি আৰু মূৰৰ বিষ  ৷ ইতিমধ্যে ভৰ্তি কৰা হৈছে ধেমাজি অসামৰিক চিকিৎসালয়ত

 

Exit mobile version