Today Horoscope: দিনটোৰ ৰাশিফল
মেষ : এই ৰাশিৰ জাতক-জাতিকাই হালধীয়া ৰঙৰ কাপোৰ পৰিধান কৰিব।শিক্ষাৰ্থী সকলৰ বাবে ভাল। ব্যৱসায়ীসকলে নতুন কামত হাত নিদিয়াই ভাল।
বৃষ : বন্ধুবৰ্গৰ পৰা সাৱধানে থাকিব। চাকৰিৰ ক্ষেত্ৰত বৰ ভাল নহয় । ঘৰত কোনোবা মহান ব্যক্তিৰ আগমন।
মিথুন : কর্মক্ষেত্ৰত শত্রু প্রতিনিয়ত ক্ষতিৰ চেষ্টা কৰিব বিদ্যাৰ্থীসকলৰ শুভষ যানবাহনৰ পৰা সাৱধান। ব্যৱসায়ৰ ক্ষেত্ৰত অতি অশুভ।
কর্কট : সংসাৰৰ ফালে মানসিক শআত্তি বিঘ্নিত হ’ব পাৰে। গণে মন্দিৰত পাঁটি লাডু দান কৰিব। শিক্ষার্থীয়ে ভবা মতে ফল নাপাব।
সিংহ: ৰাজনৈতিক ক্ষেত্ৰত উন্নতিৰ যোগ। আর্থিক মাধ্যম। বিদ্যাৰ্থীৰ শুভ। ব্যৱসায়ীসকলে নতুন কামত সাত নিদিয়াই ভাল।
কন্যা: কোনো বন্ধুৰ কাৰণে আর্থিকভাৱে ক্ষতিগ্ৰস্ত হ’ব পাৰে। কৰ্মক্ষেত্ৰত সাফল্য আহিলেও আশানুৰূপ অৰ্থ আহিব।
তুলা : বিভিন্নভালে মনৰ আশা পূর্ণও হোৱাৰ যোগ দেখা যায়। ভিক্ষাৰীক দান কৰিব. দূৰ ভ্ৰমণ ৷
বৃশ্চিক : যানবাহনৰ পৰা সতর্ক থাকিব। বিবাহৰ যোগ। প্ৰেমত অশুভ। বিদ্যার্থীয়ে ভবা মতে, ফল নাপাব । ভ্ৰমণৰ যোগ আছে।
ধনু : গা ধুৱাৰ পাছত বেল গছৰ গুৰিত পানী ঢালিব। যাত্ৰা নকৰিব। চাকৰি ক্ষেত্ৰত আগবাঢ়িব পাৰে। সংসাৰৰ প্ৰতি নজৰ ৰাখিব। সৰুসুৰা শাৰীৰিক সমস্যা হ’ব পাৰে।
মকৰ : ভাল-বেয়াৰ মাজেৰে দিনটো পাব হ’ব। ক’লা কাপোৰ দান আৰু নিৰামিষ আহাৰ কৰিব। বিদ্যার্থীয়ে পঢ়াত মনোযোগ দিলে আশা কৰা মতে ফল পাব।
কৃত্ত : প্ৰেমত শুভ। চাৰৰিৰ ক্ষেত্ৰত বাধা। যানবাহনৰ পৰা সাৱধান তাকিব। ঘৰত কোনো ব্যক্তি শাৰীৰিক সমস্যাত ভুগিব।
মীন : এই ৰাশিৰ জাতক-জাতিকাই ৰঙা বস্ত্ৰ পৰিধান কৰিব আৰু নিৰামিষ আহাৰ কৰিব । এজন ব্ৰাহ্মণক এখন গীতা আৰু দক্ষিণা দান কৰিব