Today Horoscope: দিনটোৰ ৰাশিফল
মীন : এই ৰাশিৰ জাতক-জাতিকাই ৰঙা বস্ত্ৰ পৰিধান কৰিব আৰু নিৰামিষ আহাৰ কৰিব। চুটি ভ্রমণ হ’ব পাৰে। শৰীৰ প্ৰতি যত্ন ৰাখিব।
বৃষ : এই ৰাশিৰ জাতক-জাতিকাই হালধীয়া ৰঙৰ কাপোৰ পৰিধান কৰিব। শিক্ষাৰ্থীসকলৰ বাবে ভাল। ব্যবসায়ীসকলে নতুন কামত হাত নিদিয়াই ভাল।
মিথুন : – এই ৰাশিৰ জাতক-জাতিকাই দিনৰ প্ৰথম ভাগত আৰ্থিক বিবাদৰ দিন থাকিলেও দিনৰ শেষৰ ভাগত আর্থিক অনুকূল থাকিব। শুভ ৰং গুলপীয়া,
সংখ্যা ২।
কর্কট : এই ৰাশিৰ জাতক-জাতিকাৰ ব্যৱসায়ৰ ক্ষেত্ৰত অজি অশুভ। ফুৰা- চকাৰ ক্ষেত্ৰত সাৱধান থাকিব। বিদ্যাৰ্থীসকলৰ শুভ। প্ৰেমত শুভ।
সিংহ : আজিৰ দিনটোত ধৈৰ্য্য সহকাৰে কাম কৰিলে মাহটোত ভাল ফল পাব। আজিৰ আপোনাৰ দুৰ্বলতা সুযোগ লৈ কোনোবাই ক্ষতি কৰিব।
কন্যা : কোনো বন্ধুৰ কাৰণে আর্থিকভাৱে ক্ষতিগ্ৰস্ত হ’ব পাৰে। কর্মক্ষেত্ৰতসাফল্য আহিলেও আশানুৰূপ অৰ্থ আহিব।
তুলা : বিভিন্নভালে মনৰ আশা পূর্ণও হোৱাৰ যোগ দেখা যায়। ভিক্ষাৰীক দান কৰিব, দূৰ ভ্ৰমণ।
বৃশ্চিক : যানবাহনৰ পৰা সতর্ক থাকিব। বিবাহৰ যোগ। প্ৰেমত অশুভ। বিদ্যার্থীয়ে ভবা মতে, ফল নাপাব। ভ্ৰমণৰ যোগ আছে।
ধনু : গা ধুৱাৰ পাছত বেল গছৰ গুৰিত পানী ঢালিব। যাত্ৰা নকৰিব। চাকৰিক্ষেত্ৰত আগবাঢ়িব পাৰে। সংসাৰৰ প্ৰতি নজৰ ৰাখিব। সৰুসুৰা শাৰীৰিক সমস্যা হ’ব পাৰে ।
মকৰ : ভাল-বেয়াৰ মাজেৰে দিনটো পাব হ’ব। ক’লা কাপোৰ দান আৰু নিৰামিষ আহাৰ কৰিব। বিদ্যার্থীয়ে পঢ়াত মনোযোগ দিলে আশা কৰা মতে
ফল পাব।
কুম্ভ : প্ৰেমত শুভ। চাৰৰিৰ ক্ষেত্ৰত বাধা। যানবাহনৰ পৰা সাৱধান তাকিব। ঘৰত কোনো ব্যক্তি শাৰীৰিক সমস্যাত ভুগিব।
মীন : প্ৰেমত শুভ। শিক্ষাৰ ক্ষেত্ৰত অসুবিধা। দূৰ ভ্ৰমণৰ যোগ। বন্ধুৰ পৰা | সহায় লাভ।