Deadbody Recovered In Garchuk:মহানগৰীৰ গড়চুকত যুৱকৰ মৃতদেহ উদ্ধাৰ

deadbody recovered 1

Deadbody Recovered In Garchuk:

মহানগৰীৰ গড়চুকৰ নিজৰাপাৰৰ পথৰ কাষত উদ্ধাৰ যুৱকৰ মৃতদেহ । মৃত যুৱকৰজন চানিদুল ইছলাম বুলি চিনাক্ত কৰা হৈছিল।

পেচাত এজন গাড়ী চালক আছিল মৃত চানিদুল । মৃত্যুৰ কাৰণ সন্দৰ্ভত সৱিশেষ জানিব পৰা হোৱা নাই।

ইতিমধ্যে ঘটনাস্থলীত গড়চুক আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইছলৈ প্ৰেৰণ কৰি আৰম্ভ কৰিছে তদন্ত ৷

Exit mobile version